পৃষ্ঠা:ভবিষ্যত কথা.djvu/১৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|৷৴৹}}
নিন্দুকৰ নিন্দা শুনি, দুষ্টৰ কঠোৰ বাণী,
{{Block center|<poem>নিন্দুকৰ নিন্দা শুনি,{{gap|4em}} দুষ্টৰ কঠোৰ বাণী,
তাহাক ক্ষমিবা শতবাৰ।।
{{gap|4em}}তাহাক ক্ষমিবা শতবাৰ॥
সুখ দুখ সম কৰি, শোক ৰঙ্গ পৰি হৰি
সুখ দুখ সম কৰি,{{gap|4em}} শোক ৰঙ্গ পৰি হৰি
| আত্মাৰাম হৈবাহা সতত।
{{gap|4em}}আত্মাৰাম হৈবাহা সতত।
আনন। সব মহাজ্ঞান, দামোদৰ ভগবান
আনো সব মহাজ্ঞান,{{gap|4em}} দামোদৰ ভগবান
| কহিলন্ত কৰিয় গুপুত।”
{{gap|4em}}কহিলন্ত কৰিয়া গুপুত॥”</poem>}}
এইয়েই হৈছে ভাগৱতী ধৰ্ম্মৰ মূল তত্ত্ব, আৰু এইয়েই আসামৰ বৈষ্ণৰ
এইয়েই হৈছে ভাগৱতী ধৰ্ম্মৰ মূল তত্ত্ব, আৰু এইয়েই আসামৰ বৈষ্ণৱ
ধৰ্ম্ম। শ্ৰীদামোদৰ দেৱেই যে, এই ধৰ্ম্মৰ আদি প্ৰচাৰক তাক আমি
ধৰ্ম্ম। শ্ৰীদামোদৰ দেৱেই যে, এই ধৰ্ম্মৰ আদি প্ৰচাৰক তাক আমি
মহাকবি কবিচন্দ্ৰৰ নিচিনা এজন প্ৰসিদ্ধ লেখকৰ পৰা
মহাকবি ৺কবিচন্দ্ৰৰ নিচিনা এজন প্ৰসিদ্ধ লেখকৰ পৰা
জানিছে। ভবিষ্যত পুৰাণৰ নিচিনা এনে মূল্যবান এখনি পুথিক
জানিছোঁ। ভবিষ্যত পুৰাণৰ নিচিনা এনে মূল্যবান এখনি পুথিক
অসমীয়া মানুহে বথোচিত আদৰ কৰিলেই আমাৰ পৰিশম সফল হল
অসমীয়া মানুহে যথোচিত আদৰ কৰিলেই আমাৰ পৰিশম সফল হল
বুলি ভাবিম। ইতি
বুলি ভাবিম। ইতি
{| {{ts|wa|mc}}
গুৱাহাটী
| width=30% |<center><big>গুৱাহাটী<big/></center>
শ্ৰী আনন্দ চন্দ্ৰ দেব গোস্বামী
| width=3% rowspan=2| {{brace2|3|r}}
বেদান্তবাগীশ
| {{ts|ar}} |<center><big>'''আনন্দ চন্দ্ৰ দেৱ গোস্বামী'''</big><br/>{{gap}}বেদান্তবাগীশ<br/>{{gap}}কবিবিশাৰদ</center>{{gap|1em}}
কবিবিশাৰদ।
|}
{{center|⸻}}