পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/২৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩ নং শাৰী: ৩ নং শাৰী:
বিধাতাই তোমাৰ যাৰে সৈতে যোৰা পাতিছে, তুমি সেই ভাগ্যধৰৰ চৰণ চিন্তিবলৈ ধৰাঁ। আগন্তুক বিয়াই তোমাক যুৱৰাণী কৰিব; তাৰ পাচত তুমি পটেশ্বৰী হবাঁ। (কথা শুনি মই মূৰ্চ্ছা গলো)

<center>* * *</center>
<center>* * *</center>

মইঃ- (অলপ হুঁচ্ পাই) কিয় এনে নিৰ্দয় হৈছে, প্ৰাণনাথ! আপোনাৰ মুখে এনে নিকৰুণ কথা শুনিবলৈকে মই এতিয়াও জীয়াই আছোঁ!