কৰতল কমল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
+ block center
৮ নং শাৰী:
| notes =
}}
{{Block center|<poem><center>
কৰতল কমল কমল দল নয়ন ।নয়ন।
ভবদব দহন গহন বন শয়ন ॥শয়ন॥
নপৰ নপৰ পৰ সতৰত গময় ।গময়।
সভয় মভয় ভয় মমহৰ সততয় ॥সততয়॥
খৰতৰ বৰশৰ হতদশ বদন ।বদন।
খগচৰ নগধৰ ফনধৰ শয়ন ॥শয়ন॥
জগদঘ মপহৰ ভৱভয় তৰণ ।তৰণ।
পৰপদ লয়কৰ কমলজ নয়ন ॥নয়ন॥
</center></poem>}}
 
[[Category:কবিতা]]
"https://as.wikisource.org/wiki/কৰতল_কমল"ৰ পৰা অনা হৈছে