পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৯৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৬১৩ শঙ্কৰ চৰিত্ৰ। শুনা সভাসদ হুয়া নিশবদ, গুৰুৰ চ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||শঙ্কৰ চৰিত্ৰ।|৬১৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>শুনা সভাসদ{{gap}}{{gap}}হুয়া নিশবদ,
৬১৩
{{gap}}{{gap}}গুৰুৰ চৰিত্ৰ কথা।
শঙ্কৰ চৰিত্ৰ।
তাহান চৰণে{{gap}}{{gap}}পশিয়ো শৰণে,
শুনা সভাসদ হুয়া নিশবদ,
{{gap}}{{gap}}জন্মক নকৰা বৃথা॥
গুৰুৰ চৰিত্ৰ কথা।
ঘোৰ পৰলোক{{gap}}{{gap}}তৈতে কেন হোক,
তাহান চৰণে | পশিয়ো শৰণে,
{{gap}}{{gap}}দেখিয়ো নেদেখা অন্ধ।
জন্মক নকৰা বৃথা।
গুৰুৰ সেৱাক{{gap}}{{gap}}তেজিয়া আনক,
ঘোৰ পৰলোক | তৈতে কেন হোক,
{{gap}}{{gap}}বিষয় সুখ প্ৰবন্ধ॥
দেখিয়ো নেদেখা অন্ধ।
ভাৰ্য্যাত পুত্ৰত{{gap}}{{gap}}কৰিয়া বিশ্বাস,
গুৰুৰ সেৱাক। | তেজিয়া আনক,
{{gap}}{{gap}}গুৰুত নকৰোঁ ৰতি।
বিষয় সুখ প্ৰবন্ধ।
কিনো মহাৰণ্ড{{gap}}{{gap}}পৰম পাষণ্ড,
ভাৰ্য্যাত পুত্ৰত কৰিয়া বিশ্বাস,
{{gap}}{{gap}}যাইবে সিতো অধোগতি॥
গুৰুত নকৰে। ৰতি।
হে গুৰুদেৱ{{gap}}{{gap}}পাৱে কৰোঁ সেৱ,
| পৰম পাষণ্ড,
{{gap}}{{gap}}পৰম পাতকী আমি।
যাইবে সিততা অধোগতি।
জানি মহেশ্বৰ{{gap}}{{gap}}মোক কৃপা কৰ,
হে গুৰুদেৱ | পাৱে কৰে। সেৱ,
{{gap}}{{gap}}তুমি মোৰ নিজ স্বামী॥
পৰম পাতকী আমি।
ভৃত্য হেন মানি{{gap}}{{gap}}দেৱ চক্ৰপাণি,
জানি মহেশ্বৰ মোক কৃপা কৰ,
{{gap}}{{gap}}চৰণত দিয়ো ঠাই।
তুমি মোৰ নিজ স্বামী।
তুমি বিনে মোৰ{{gap}}{{gap}}পৰম বান্ধৱ,
ভৃত্য হেন মানি। | দেৱ চক্ৰপাণি,
{{gap}}{{gap}}ই তিনি লোকত নাই॥
চৰত দিয়ো ঠাই।
তুমি বিনে মোৰ পৰম বান্ধৱ,
জানি যদুপতি{{gap}}{{gap}}তুমি বিনে গতি,
{{gap}}{{gap}}নাই কোনো সাৰে সাৰ।
ই তিনি লোকত নাই।
গুৰু শিষ্য ৰূপে{{gap}}{{gap}}দুয়োজন আসি,
জানি যদুপতি তুমি বিনে গতি,
{{gap}}{{gap}}জানো ভৈলোঁ অৱতাৰ॥
নাই কোনো সাৰে সাৰ।
সভাসদ জন{{gap}}{{gap}}এৰি আন মন,
গুৰু শিষ্য ৰূপে দুয়োজন আসি,
{{gap}}{{gap}}গাওঁ তান গুণ নাম॥
| জানো ভৈলো অৱতাৰ।
মূঢ় মতি ৰাম{{gap}}{{gap}}চৰণে কহয়
সভাসদ জন
{{gap}}{{gap}}ডাকি বোলা ৰাম ৰাম॥</poem>}}
এৰি আন মন,
| গাওঁ তান গুণ নাম!
মূঢ় মতি ৰাম।
চৰণে কহয়।
ডাকি বোলা ৰাম ৰাম।