পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৮৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৫০২ অসমীয়া সাহিত্যৰ চানেকি। . ইতো নৱবিধ মহাগুহ,..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৫০২|অসমীয়া সাহিত্যৰ চানেকি।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>ইতো নৱবিধ মহাগুহ্য,{{gap|5em}}মহন্ত সবৰো মহাপূজ্য,
৫০২ অসমীয়া সাহিত্যৰ চানেকি। .
ইহাকে জানিয়া ৰহস্য ভকতি পা্ৱে।
সন্তৰ কৃপাক অনুসৰি,{{gap|5em}}তাসম্বাৰ পদধূলি ধৰি,
পৰম আনন্দে মিশ্ৰ কবিৰত্নে গাৱে॥
⸺⸺


{{larger|শৰণ।}}
ইতো নৱবিধ মহাগুহ,
মহন্ত সবৰৰ মহাপূজ্য,
| ইহাকে জানিয়া ৰহস্য ভকতি পাৰে।
সন্তৰ কৃপাক অনুসৰি, | তাসৰ পদধূলি ধৰি,
| পৰম আনন্দে মিশ্ৰ কবিৰতে গাৱে।
শৰণ।
চবি।
চবি।
অৰ্জুনৰ আগে হৰি, কহিলন্ত নিষ্ট কৰি,
অৰ্জ্জুনৰ আগে হৰি,{{gap|5em}}কহিলন্ত নিষ্ট কৰি,
| মোত তুমি সখি দিয়া মন।
মোত তুমি সখি দিয়া মন।
হুয়োক আমাৰ ভক্ত, মোক পূজা অবিৰত,
হুয়োক আমাৰ ভক্ত,{{gap|5em}}মোক পূজা অবিৰত,
গন্ধ পুষ্পে কৰিয়া যতন।
গন্ধ পুষ্পে কৰিয়া যতন॥
কৰা মোক নমস্কাৰ, সত্যে কৰৰ আঙ্গীকাৰ,
কৰা মোক নমস্কাৰ,{{gap|5em}}সত্যে কৰো আঙ্গীকাৰ,
| তুমি মোৰ লভিবা স্বৰূপ।
তুমি মোৰ লভিবা স্বৰূপ।
তুমি মোৰ প্ৰাণ বন্ধু, তৰা ইতো ভবসিন্ধু,
তুমি মোৰ প্ৰাণ বন্ধু,{{gap|5em}}তৰা ইতো ভবসিন্ধু,
পুনু নলভিবা ভবকূপ।
পুনু নলভিবা ভবকূপ॥
তাতে কৰি গুহতম,
তাতে কৰি গুহ্যতম,{{gap|5em}}পুনু কহোঁ নিৰুপম,
পুনু কহে নিৰুপম,
আক তুমি শুনা সাৱধানে।
আক তুমি শুনা সাৱধানে।
তুমি বিনা নাহি আন, মোৰ বিশ্বাসৰ থান,
তুমি বিনা নাহি আন,{{gap|5em}}মোৰ বিশ্বাসৰ থান,
তাক সত্য বুলি গুণা মনে।
তাক সত্য বুলি গুণা মনে॥
সব ধৰ্ম পৰিহৰি,
সব ধৰ্ম্ম পৰিহৰি,{{gap|5em}}একান্ত বিশ্বাস কৰি,
এক দেৱ মঞিঁ মোক মানি।
একান্ত বিশ্বাস কৰি,
আমাত শৰণ লৈয়ো,{{gap|5em}}শোক মোহ দূৰে থৈয়ো,
| এক দেৱ মঞি মোক মানি।
তযু পাপ কৰিৰোঁহোঁ মানি।
আমাত শৰণ লৈয়ো, | শোক মোহ দূৰে থৈয়ে,
গুণময় মায়া মোৰ,{{gap|5em}}জ্ঞানক কৰিৰে চোৰ,
ভযু পাপ কৰিৰেহে হানি।
যাতো মোৰ শকতি হোৱয়।
গুণময় মায়া মোৰ,
আমাত শৰণ যিটো,{{gap|5em}}লয়ে মায়া তৰে সিতো,
জ্ঞানক কৰিৰে চোৰ,
আনে তৰিবাক নপাৰয়॥
যাতে মোৰ শকতি হোৱয়।
</poem>}}
আমাত শৰণ যিটো, লয়ে মায়া তৰে দিতে,
আনে তৰিবাক নপিৰয়।