পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৮০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৪৯৯ • পৰম-ধৰ্ম নিৰুপণ। ইহ পৰলোক যত সুখ, মায়াময় আ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||পৰম-ধৰ্ম্ম নিৰুপণ।|৪৯৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>ইহ পৰলোক যত সুখ,{{gap|5em}}মায়াময় আৰু যত দেখ,
৪৯৯
• পৰম-ধৰ্ম নিৰুপণ।

ইহ পৰলোক যত সুখ,
মায়াময় আৰু যত দেখ,
দুখক নসঙ্গে নৰমে যিতো সুখত।
দুখক নসঙ্গে নৰমে যিতো সুখত।
যি হেতু হৰিত প্ৰীতি ভৈল, সুখ দুখ তাৰ দূৰ গৈল,
যি হেতু হৰিত প্ৰীতি ভৈল,{{gap|5em}}সুখ দুখ তাৰ দূৰ গৈল,
উত্তম ভকতি ইহাক বোলে সতত।
উত্তম ভকতি ইহাক বোলে সতত॥


শ্ৰৱণ।
{{larger|শ্ৰৱণ।}}
হৰিৰ মন্দিৰে যিতোজন,{{gap|5em}}কৃষ্ণৰ চৰণে দিয়া মন,
যাৱতেকে হৰি লীলা কথা শুনি ৰৱে।
তাৱত কৰ্ণৰ সুখ পাৱে,{{gap|5em}}পাচে কৰ্ণ কু কথাক ধাৱে,
প্ৰাকৃত শ্ৰৱণ মহাজনে তাক কৱে॥
হৰিত যাহাৰ মন ৰৱে,{{gap|5em}}কথামৃত সত্য বুলি কৱে,
শ্ৰৱণৰ সুখ পূৰ্ব্বত কৰি পাৱয়॥
পৰবোধে দক্ষ নুহিকয়,{{gap|5em}}শ্ৰৱণ সুখত সদা ৰয়,
মধ্যম শ্ৰৱণ শাস্ত্ৰত আক কহয়॥
আপুনিয়ো বুজে যিবা জনে,{{gap|5em}}পৰকো বুজাৱে অনুক্ষণে,
হৰিৰ লীলাক শুনিয়া ভেদ কৰয়।
বিচাৰয় কৃষ্ণ কথা ৰস,{{gap|5em}}হৰিক কৰয় মনে বশ,
উত্তম শ্ৰৱণ ইহাক সাধু কহয়॥


{{larger|মনন।}}
হৰিৰ মন্দিৰে যিতোজন,
সংসাৰত পুত্ৰ ভাৰ্য্যা যত,{{gap|5em}}জীৱন যৌৱন অসাস্বত,
কৃষ্ণৰ চৰণে দিয়া মন,
ঈশ্বৰৰ মায়া বুলিয়া সদা কহয়।
যাৱতেকে হৰি লীলা কথা শুনি ৰৱে।
হৰিৰ নামক সত্য দেখে,{{gap|5em}}বিষয় সুখক মিছা লেখে,
তাৱত কৰ্ণৰ সুখ পাৱে, | পাচে কৰ্ণ কু কপাক খাৱে,
| প্ৰাকৃত শ্ৰৱণ মহাজনে তাক কৰে।
প্ৰাকৃত মনন বোলয় আক নিশ্চয়॥
নাম সত্য সন্ত সত্য কৰে,{{gap|5em}}বৈকুণ্ঠক সত্য মনে লৱে,
হৰিত যাহাৰ মন ৰৱে,
কথামৃত সত্য বুলি কৱে,
শ্ৰৱণৰ সুখ পূৰ্বত কৰি পায়।
পৰবোধে দক্ষ নুহিয়,
শ্ৰৱণ সুখত সদা হয়,
মধ্যম শ্ৰৱণ শাস্ত্ৰত আক কহয়।
আপুনিয়ো বুজে যিবা জনে, পৰকো বুজাৱে অনুক্ষণে,
হৰিৰ লীলাক শুনিয়া ভেদ কয়।
বিচাৰয় কৃষ্ণ কথা ৰস, | হৰিক কৰয় মনে বশ,
উত্তম শ্ৰৱণ ইহাক সাধু কহয়।
মনন।
সংসাৰত পুত্ৰ ভাৰ্য্যা যত,
জীৱন যৌৱন অসাশ্বত,
ঈশ্বৰৰ মায়া বুলিয়া সদা হয়।
হৰিৰ নামক সত্য দেখে,
বিষয় সুখক মিছা লেখে,
প্ৰাকৃত মনন বোলয় আক নিশ্চয়।
নাম সত্য সন্ত সত্য কৰে, বৈকুণ্ঠক সত্য মনে লৱে,
বৈকুণ্ঠ নাথক সত্য দেৱ মাত্ৰ মানে।
বৈকুণ্ঠ নাথক সত্য দেৱ মাত্ৰ মানে।
চৰাচৰময় জগতত,
চৰাচৰময় জগতত,{{gap|5em}}ঈশ্বৰক দেখে সমস্তত,
একে জগত ঈশ্বৰ স্বৰূপ মানে॥
ঈশ্বৰক দেখে সমস্তত,
উত্তম মনন নাম আৰ,{{gap|5em}}সংসাৰ সাগৰে কৰে পাৰ,
একে জগত ঈশ্বৰ স্বৰূপ মানে।
যিহেতু জড়ক চৈতন্য বুলিয়া মানে॥
উত্তম মনন নাম আৰ,
</poem>}}
সংসাৰ সাগৰে কৰে পাৰ,
যিহেতু জড়ক চৈতন্য বুলিয়া মানে।