"পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২৩"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৭ নং শাৰী: ৭ নং শাৰী:
   
 
{{gap}}দক্ষিণ আমেৰিকাৰ মধ্যভাগ, ভেনিজিউলাৰ পৰ্ব্বত শ্ৰেণীৰ পৰা
 
{{gap}}দক্ষিণ আমেৰিকাৰ মধ্যভাগ, ভেনিজিউলাৰ পৰ্ব্বত শ্ৰেণীৰ পৰা
মেগেলহিন প্ৰণালীলঁকে, ৪,৫০০ মাইল দীঘল; সমুদায় খিনি
+
মেগেলহিন প্ৰণালীলকে, ৪,৫০০ মাইল দীঘল; সমুদায় খিনি
 
এক বৃহৎ সমস্থল; সাগৰৰ জল-সীমাৰ পৰা ২০০ ফুটতকৈ ওখ নহয়।
 
এক বৃহৎ সমস্থল; সাগৰৰ জল-সীমাৰ পৰা ২০০ ফুটতকৈ ওখ নহয়।
এই বৃহৎ সমস্থলক হাফঁলুৰ নিচিনা নিচেই চাপৰ পৰ্ব্বতে তিনি খণ্ড
+
এই বৃহৎ সমস্থলক হাফলুৰ নিচিনা নিচেই চাপৰ পৰ্ব্বতে তিনি খণ্ড
 
কৰি তিনি খন নৈৰ তিনি জল-সত্ৰ স্ব{{বঙালী ৰূ}}পে বিভক্ত কৰিছে। অঁৰিনঁ
 
কৰি তিনি খন নৈৰ তিনি জল-সত্ৰ স্ব{{বঙালী ৰূ}}পে বিভক্ত কৰিছে। অঁৰিনঁ
কৰ, জল-সত্ৰৰ নাম লেনচ্; এমেজনৰ জল-সত্ৰৰ নাম চিনল্ভাচ্ আ{{বঙালী ৰু}}
+
কৰ, জল-সত্ৰৰ নাম লেনচ্; এমেজনৰ জল-সত্ৰৰ নাম চিল্‌ভাচ্ আ{{বঙালী ৰু}}
 
লেপ্লাটাৰ জল-সত্ৰৰ নাম পাম্পাচ। লেনচৰ পৰিমান ফল ২,৬০,০০০
 
লেপ্লাটাৰ জল-সত্ৰৰ নাম পাম্পাচ। লেনচৰ পৰিমান ফল ২,৬০,০০০
 
বৰ্গ মাইল অৰ্থাৎ ৮ খন আসাম দেশৰ ঠাই। ই সম্পূৰ্ণ প্ৰায়
 
বৰ্গ মাইল অৰ্থাৎ ৮ খন আসাম দেশৰ ঠাই। ই সম্পূৰ্ণ প্ৰায়
 
চোতালৰ নিচিনা সমান; মাত্ৰ দুই এঠাইত কেবা মাইলো যুৰি
 
চোতালৰ নিচিনা সমান; মাত্ৰ দুই এঠাইত কেবা মাইলো যুৰি
 
অলপ খলা-বমা শিলৰ পকা ভেটিৰ দৰে ৪। ৫ ফুট ওখ হৈ চূণ-
 
অলপ খলা-বমা শিলৰ পকা ভেটিৰ দৰে ৪। ৫ ফুট ওখ হৈ চূণ-
শিল বা বালি-শিলৰ তৰপ বিলাক দেখা যায়। ষ্তিপিচ, সমস্হলৰ
+
শিল বা বালি-শিলৰ তৰপ বিলাক দেখা যায়। ষ্টিপিচ্‌ সমস্থলৰ
দৰে ইয়াৰৰ গঢ় ঋতু লৈ সলনি হয়। বাৰিষা কালত ই ভীষণ
+
দৰে ইয়াৰৰ গঢ় ৠতু লৈ সলনি হয়। বাৰিষা কালত ই ভীষণ
কুম্ভীৰ আৰু জলগ্ৰাহ সঙ্কুল এক অপাৰ সমুদ্ৰ। ৰাৰিষাৰ অন্তত
+
কুম্ভীৰ আ{{বঙালী ৰু}} জলগ্ৰাহ সঙ্কুল এক অপাৰ সমুদ্ৰ। বাৰিষাৰ অন্তত
সৌজীয়া বানতৰে ঢকা-স্বৰূপ ঘাহৰ কোটি-কোটি মালৌ পথাৰ; *
+
সৌজীয়া বানতৰে ঢকা-স্ব{{বঙালী ৰূ}}প ঘাহৰ কোটি-কোটি মালৌ পথাৰ; *
তাত ঘঁৰি থকা বনৰীয়া আৰু ঘৰচীয়া ঘোৰাগৰুৰ মহা ভোজ।
+
তাত চৰি থকা বনৰীয়া আৰু ঘৰচীয়া ঘোৰাগ{{বঙালী ৰু}}ৰ মহা ভোজ।
জাকালি গোটেই জগৎ চিৰা-চিৰ হৈ ফাটে; ঘাঁহ শুকাই মাটি
+
জাৰকালি গোটেই জগৎ চিৰা-চিৰ হৈ ফাটে; ঘাঁহ শুকাই মাটি
ধূলিৱৰি হয়; ঘূলি বিলাকত গোট খোৱ পূৰ্বৰ অজগৰ, গ্ৰাহ,
+
ধূলিৱৰি হয়; ঘূলি বিলাকত গোট খোৱা পূৰ্ব্বৰ অজগৰ, গ্ৰাহ,
কুন্তীৰ বিলাক বোকাত সোমাই ঘোৰ ৰিদ্ৰাত অভিভূত হয়। এই
+
কুন্তীৰ বিলাক বোকাত সোমাই ঘোৰ নিদ্ৰাত অভিভূত হয়। {{hyphenated word start|সমু|সমুদায়}}
  +
------------
* মালে জোৰ হাটৰ অঞ্চলত, বৰনৈৰ দাঁতিত এখন ৰৰ বহল
+
{{gap}}* মালৌ জোৰ হাটৰ অঞ্চলত, বৰনৈৰ দাঁতিত এখন বৰ বহল
ঋন পথাৰ।
+
ঘাঁহনি পথাৰ।