২৭৬
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আনন্দৰাম বৰুৱা। ও শাভে। প্ৰায় নহয়, গতিকে অধিক ভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | {{rh||আনন্দৰাম বৰুৱা।|৩}} |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | |||
− | আনন্দৰাম বৰুৱা। |
||
⚫ | |||
− | ও |
||
⚫ | |||
⚫ | |||
⚫ | |||
এই দিনত সংস্কৃত ভাষা আাক সংখত সাহিত্যৰ উন্নতিৰ নিমিত্তে পুৰুষাৰ্থ কৰে। |
এই দিনত সংস্কৃত ভাষা আাক সংখত সাহিত্যৰ উন্নতিৰ নিমিত্তে পুৰুষাৰ্থ কৰে। |
||
সেইসকল মহাপুৰুষৰ ভিতৰত স্বর্গীয় আনন্দৰাম বৰুৱা অগ্রগণ্য। বোধ |
সেইসকল মহাপুৰুষৰ ভিতৰত স্বর্গীয় আনন্দৰাম বৰুৱা অগ্রগণ্য। বোধ |
||
− | কৰো |
+ | কৰো কোনো হিন্দুৱে আনন্দৰামৰ দৰে একান্ত মনে সংস্কৃতৰ উন্নতিৰ নিমিত্তে |
− | জীৱন |
+ | জীৱন উছৰ্গা কৰা নাই। অলপ দিনৰ ভিতৰতে কোনো লোকে আনন্দৰামৰ |
− | দৰে সংস্কৃত-সাগৰ |
+ | দৰে সংস্কৃত-সাগৰ মথি অমূল্য ৰত্ন উলিয়াই জগতক মোহিত কৰিব পৰা নাই। |
− | তেওঁৰ জীৱন হিন্দু |
+ | তেওঁৰ জীৱন হিন্দু মাত্ৰৰে—বিদ্যানুৰাগী মাত্রৰে-চৰ্চ্চা আৰু আদৰৰ বস্তু। |
আনন্দৰাম ভাৰতৰ আচল বন্ধু। |
আনন্দৰাম ভাৰতৰ আচল বন্ধু। |
||
+ | |||
− | আনন্দৰাম বৰুৱা আসামৰো আচল বন্ধু। আসাম অতি পুৰণি ৰাজ্য |
+ | {{gap}}আনন্দৰাম বৰুৱা আসামৰো আচল বন্ধু। আসাম অতি পুৰণি ৰাজ্য |
− | মতিজৰেপৰা আৰ্য্য হিন্দুসকলে এই দেশত বাস কৰিছে। মহাভাৰত, পুৰাণ |
||
− | + | অতিজৰেপৰা আৰ্য্য হিন্দুসকলে এই দেশত বাস কৰিছে। মহাভাৰত, পুৰাণ আদি পুৰণি পুথিত এই দেশৰ নাম পোৱা যায়। বশিষ্ঠ আদি ঋষিয়ে এই |
|
− | দেশত তপস্যা কৰিছিল । আসাম দেৱ-দেৱীৰ মন্দিৰেৰে |
+ | দেশত তপস্যা কৰিছিল । আসাম দেৱ-দেৱীৰ মন্দিৰেৰে ভৰা। ইয়াত |
− | পৰশুৰাম কুণ্ড আদি তীৰ্থ আছে। ইয়াত কৌণ্ডিল্য, শোণিতপুৰ, |
+ | পৰশুৰাম কুণ্ড আদি তীৰ্থ আছে। ইয়াত কৌণ্ডিল্য, শোণিতপুৰ, কামৰূপ, |
− | + | মণিপুুৰ, হিড়িম্বপূৰ, জয়ন্তা আদি কৰি প্ৰাচীন ৰাজ্য আছিল। আসাম পুৰণা |
|
ঐতিহাসিক ঘটনাৰে পূৰ্ণ । ইয়াত বহুত ঠাইত পুৰণি নগৰৰ চিন, দেৱালয়ৰ |
ঐতিহাসিক ঘটনাৰে পূৰ্ণ । ইয়াত বহুত ঠাইত পুৰণি নগৰৰ চিন, দেৱালয়ৰ |
||
− | ভগ্নাৱশেষ, শিলৰ |
+ | ভগ্নাৱশেষ, শিলৰ মূৰ্ত্তি, শিলৰ ঘৰ আৰু শিলৰ ওপৰত কটা আখৰ আছে। |
এইবিলাকৰপৰা জানিৰ পাৰি যে আসাম আগেয়ে এখন সভ্য আৰু উন্নত |
এইবিলাকৰপৰা জানিৰ পাৰি যে আসাম আগেয়ে এখন সভ্য আৰু উন্নত |
||
দেশ আছিল। বিশেষকৈ ইঘাত পূর্বে সংস্কৃতৰ বৰ চৰ্চা হৈছিল। ইয়াত |
দেশ আছিল। বিশেষকৈ ইঘাত পূর্বে সংস্কৃতৰ বৰ চৰ্চা হৈছিল। ইয়াত |
||
− | অনেক অগাধ পণ্ডিতৰ জন্ম হৈছিল। । যোগিনীতন্ত্ৰ, |
+ | অনেক অগাধ পণ্ডিতৰ জন্ম হৈছিল। । যোগিনীতন্ত্ৰ, ৰত্নমালা ব্যাকৰণ আদি |
− | ভালেমান ভাল সংস্কৃত পুথি |
+ | ভালেমান ভাল সংস্কৃত পুথি অসমীয়া পণ্ডিতে লিখিছিল। শঙ্কৰদেৱ আদি |
কবিয়েও সংস্কৃত ভাঙ্গি অনেক অসমীয়া পুথি কৰিছিল। কিন্থ আসামৰ |
কবিয়েও সংস্কৃত ভাঙ্গি অনেক অসমীয়া পুথি কৰিছিল। কিন্থ আসামৰ |
||
− | + | এতিয়া সেই দিন নাই। শঙ্কৰদেৱ, পুৰুষোত্তম ঠাকুৰ, অনন্ত কন্দলিৰ নিচিনা |
|
− | + | মহাপুৰুষসকল এতিয়া প্রায় নোপজে। অৱশ্যে অকল পুৰণি বস্তুৰেই অসমৗয়াই |
|
− | + | সভ্যতা, আৰু উন্নতিৰ খটখটিত বৰ আগটীবাঢ়িব নোৱাৰে । আমাৰ পুৰণি |
|
সভ্যতা, পুৰণি ভাষা আৰু পুৰণি ভাববিলাক এই কালৰ নিমিত্তে সম্পূর্ণ নহয়। |
সভ্যতা, পুৰণি ভাষা আৰু পুৰণি ভাববিলাক এই কালৰ নিমিত্তে সম্পূর্ণ নহয়। |
||
− | + | আমাক ইংৰাজী সভ্যতা,ইংৰাজী ভাষা আৰু ইংৰাজী ভাবো লাগে। দুইৰো |
|
− | + | সাৰ সাৰ অংশ বাছি লব পাৰিলেই আমাৰ উন্নতি সম্পূর্ণাঙ্গ হব । ন-পুৰণি |
|
পাদটীকা (noinclude): | পাদটীকা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
− | <references/> |
টা সম্পাদনা