হ য ব ৰ ল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
২১ নং শাৰী:
}}
{{ হ য ব ৰ ল}}
 
 
==চৰিত্ৰসমূহ==
Line ৩৮ ⟶ ৩৭:
 
 
=='''প্ৰথম দৰ্শন'''==
 
<poem>
 
Line ৮৬ ⟶ ৮৪:
[পীতৰামে টেপুৰ চকুলৈ চায় আৰু টেপু উঠি যায়৷] শুনিছে নে বাইদেও৷ সিদিনা ববিক বাটৰ কুকুৰ এটাই কামুৰিবলৈ খেদি আহিছিল৷ আমাৰ এই থোপোৰা ডাঙৰীয়াজনে ওচৰতে বহি আছিল, একোকে নকৰিলে৷ ববিৰ চিঞৰ শুনি মই ভিতৰৰ পৰা লৰি আহি ববিক কোলাত তুলি লৈ, সেই বাটৰুৱা কুকুৰটোক খেদাইহে সেই দিনা ববিক ৰাখিলোঁ৷ সেই ভয়তে তিনিদিনলৈকে ববিয়ে জ্বৰ ভুগিলে৷ (গিৰিয়েকলৈ চাই) তোমাক মই জানো৷ ববিৰ কিবা এটা হ'লে তোমাৰ পৰম সন্তোষ৷ এতিয়া সেইদৰে কৈ মোৰ সৈতে শঠামিতিৰখন পাতিব নেলাগে৷ বাইদেও! মই যাওঁহে এতিয়া৷ ববি ঘৰত অকলে আছে৷ তাৰ নিমিত্তেই মই ঘৰ এৰি কলৈকো যাব নোৱাৰা হলোঁ৷
[প্ৰস্থান]
 
 
</poem>
 
=='''দ্বিতীয় দৰ্শন'''==
 
<poem>
 
 
প্ৰথম অংকৰ একেখন ঠাইতে
Line ১৩০ ⟶ ১২৫:
টেপু : পাঁচটকাত ক'ত হ'ব হবলা? বোলোঁ আপোনাৰ ববিৰ বেচ পাঁচ টকাহে খুৰীদেও?
ললিতা : নিশ্চয় পাঁচটকা নহয়৷ তাৰ বেচ মোৰ জীৱনটোহে৷ যি হওক, তই এই পাঁচটকাকে এতিয়া লৈ যা৷ ববিক পালে, মও শপত খাই কৈছোঁ আৰু পাঁচটকা তোৰ সেই ল'ৰাটোক দিম৷
 
[টেপুৰ প্ৰস্থান৷]
 
 
</poem>
 
=='''তৃতীয় দৰ্শন'''==
 
<poem>
 
(আগৰ ঠাইতে গোলোক বৰাই চকীত বহি মেজত কাকত লৈ লেখি আছে৷)
 
[ৰুক্মিণীৰ প্ৰৱেশ৷]
Line ১৯১ ⟶ ১৮১:
 
</poem>
 
 
 
 
"https://as.wikisource.org/wiki/হ_য_ব_ৰ_ল"ৰ পৰা অনা হৈছে