পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কাণখোৱা। ৪৩৯ হেন লমীপতি আসি তোৰ ঘৰে, • কাল গুণি আছ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||কাণখোৱা।|৪৩৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{center|<poem>হেন লক্ষ্মীপতি{{gap|5em}}আসি তোৰ ঘৰে,
কাণখোৱা। ৪৩৯
কাল গুণি আছো ৰই।

ধান্য মুঠি দিয়া,{{gap|5em}}ফল কিনি খাও,
হেন লমীপতি আসি তোৰ ঘৰে,
তাহাত মৰিলি দেই॥
কাল গুণি আছে বই।
তাত অনন্তৰে,{{gap|5em}}ধনন্তৰী ৰূপে,
খাদ্য মুঠি দিয়া, | ফল কিনি খাও,
তাহাত মৰিলি দেই।
তাত অনন্তৰে, ধনন্তৰী ৰূপে,
অমৃতৰ ঘট ধৰি।
অমৃতৰ ঘট ধৰি।
সাগৰৰ হতে, বাজ তৈলে। মই,
সাগৰৰ হন্তে,{{gap|5em}}বাজ তৈলোঁ মই,
জগত প্ৰখ্যাত কৰি।
জগত প্ৰখ্যাত কৰি॥
মোহিনী স্বৰূপে, অমৃত পিয়াইলো,
মোহিনী স্বৰূপে,{{gap|5em}}অমৃত পিয়াইলোঁ,
সাধিলো দেৱৰ কাম।
সাধিলো দেৱৰ কাম।
তোৰ ঘৰে আসি, | বৰ যশ পাইলো,
তোৰ ঘৰে আসি,{{gap|5em}}বৰ যশ পাইলোঁ,
লৈলো দধিচোৰ নাম।
লৈলো দধিচোৰ নাম॥
কপিল স্বৰূপে, কৰ্দমৰ ঘৰে,
কপিল স্বৰূপে,{{gap|5em}}কৰ্দ্দমৰ ঘৰে,
হুয়া মই অৱতাৰ।
হুয়া মই অৱতাৰ।
দেৱহুতি নামে, মাতৃক তাৰিলো,
দেৱহুতি নামে,{{gap|5em}}মাতৃক তাৰিলো,
কহিলো তত্ব বিচাৰ।
কহিলো তত্ব বিচাৰ॥
এৰে আসি মই, তযু ঘৰে আছে,
এৰে আসি মই,{{gap|5em}}তযু ঘৰে আছোঁ,
দেহক কৰিছে৷ ছন্দ।
দেহক কৰিছোঁ ছন্দ।
আছোক আমাত, জ্ঞান সুধি লৈব,
আছোক আমাত,{{gap|5em}}জ্ঞান সুধি লৈবা,
দিনে পতি কৰা হল।
দিনে পতি কৰা দ্বন্দ॥
বাক্ষন অপে, | বলিক হলিলো,
বামন স্বৰূপে,{{gap|5em}}বলিক ছলিলোঁ,
বিশ্বৰূপ দশাইলো।
বিশ্বৰূপ দৰশাইলোঁ।
সৰ্গৰ ঘৰত, বাজ ভৈলো আমি,
সৰ্গৰ দ্বাৰত,{{gap|5em}}ৰাজ ভৈলো আমি,
গাক আনি নমাইলে।
গঙ্গাক আনি নমাই্লো॥
সেহি পদ , শিৰত ধৰিল,
সেহি পদ জল,{{gap|5em}}শিৰত ধৰিল,
| মহেশে বাটত পাই।
মহেশে বাটত পাই।
এৰ তুমি মোক, বিটি শা,
এৰে তুমি মোক, {{gap|5em}}বিগুটিয়া মাতা,
দিয়া মাতি খোৱা দায়
দিয়া মাতি খোৱা দায়॥
</poem>}}