পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৭৪। প্ৰাকৃত-ভূগোল। হৈ পৰে; অলপমান মাত্ৰ হিমালয় প..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৭৪|প্ৰাকৃত-ভূগোল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
৭৪।
প্ৰাকৃত-ভূগোল।
হৈ পৰে; অলপমান মাত্ৰ হিমালয় পাৰ হৈ উত্তৰ গড়াত তুষাৰ
হৈ পৰে; অলপমান মাত্ৰ হিমালয় পাৰ হৈ উত্তৰ গড়াত তুষাৰ
বৰষিব পাৰে গৈ। যদিও ঐশনিক মৌচুমে প্ৰথমতে উত্তৰ গড়াকে
বৰষিব পাৰে গৈ। যদিও ঐশানিক মৌচুমে প্ৰথমতে উত্তৰ গড়াকে
চোৱেহি তত্ৰাচ সি শুকান বুলি তাৰ পৰাও বহুত তুষাৰ নপৰে।
চোৱেহি তত্ৰাচ সি শুকান বুলি তাৰ পৰাও বহুত তুষাৰ নপৰে।
দ্বিতীয়, তিব্বৎ দেশ খৰা আৰু তাৰ ৰায়ুও খৰাঙ্গ; যি অলপ
দ্বিতীয়, তিব্বৎ দেশ খৰা আ{{বঙালী ৰু}} তাৰ বায়ুও খৰাঙ্গ; যিবা অলপ
তুষাৰ উত্তৰ গড়াত পৰে তাৰ সৰহ ভাগক খৰাঙ্গ বায়ু শুহি
তুষাৰ উত্তৰ গড়াত পৰে তাৰো সৰহ ভাগক খৰাঙ্গ বায়ুএ শুহি
নেদেখা ভাপ কৰে। কিন্তু দক্ষিণ গড়াৰ বায়ু প্ৰায় পূৰ্ণ-সিক্ত থাকে
নেদেখা ভাপ কৰে। কিন্তু দক্ষিণ গড়াৰ বায়ু প্ৰায় পূৰ্ণ-সিক্ত থাকে
বুলি সৰহ কৈ তুষাৰ শুহিব নোৱাৰে। তৃতীয়, উত্তৰ গড়াৰ খৰাঙ্গ
বুলি সৰহ কৈ তুষাৰ শুহিব নোৱাৰে। তৃতীয়, উত্তৰ গড়াৰ খৰাঙ্গ
বায়ুৰ মাজেদি বেচিকৈ সুৰ্যৰ কিৰণ আহিব পাৰে; কাৰণ তাপৰ
বায়ুৰ মাজেদি বেচিকৈ সুৰ্য্যৰ কিৰণ আহিব পাৰে; কাৰণ তাপৰ
নিমিত্তে ভাপ নথকা বায়ু সম্পূৰ্ণ স্বচ্ছ আৰু তাপ বেচি আহে বুলি
নিমিত্তে ভাপ নথকা বায়ু সম্পূৰ্ণ স্বচ্ছ আ{{বঙালী ৰু}} তাপ বেচি আহে বুলি
বেচি তুষাৰ দ্ৰৱ হয়। কিন্তু দক্ষিণ গড়াৰ বাত থকা ভাপেই সূৰ্যৰ
বেচি তুষাৰ দ্ৰৱ হয়। কিন্তু দক্ষিণ গড়াৰ বায়ুত থকা ভাপেই সূৰ্য্যৰ
কিৰণ কিছু সংবৰণ কৰে; সেই নিমিত্তে উত্তৰ গড়াতকৈ দক্ষিণ
কিৰণ কিছু সংবৰণ কৰে; সেই নিমিত্তে উত্তৰ গড়াতকৈ দক্ষিণ
গড়াত তাপ কম আৰু তুষাৰ দ্ৰৱ হয়।
গড়াত তাপ কম আ{{বঙালী ৰু}} তুষাৰ দ্ৰৱ হয়।

পূৰ্বে কোৱা হৈছে যে চিৰ-নিহাৰ-সীমাৰ ওপৰে বছৰ যুৰি তুষাৰ
{{gap}} পূৰ্ব্বে কোৱা হৈছে যে চিৰ-নিহাৰ-সীমাৰ ওপৰে বছৰ যুৰি তুষাৰ
থাকে। ই বছৰৰ তুষাৰ সমুদায় খিনি দ্ৰৱ নৌ হওঁতেই সিবছৰৰ
থাকে। ই বছৰৰ তুষাৰ সমুদায় খিনি দ্ৰৱ নৌ হওঁতেই সিবছৰৰ
তুষাৰ পৰে; এই দৰে বছৰে বছৰে তুষাৰ গোট খাই পৰ্বতৰ ওপৰত
তুষাৰ পৰে; এই দৰে বছৰে বছৰে তুষাৰ গোট খাই পৰ্ব্বতৰ ওপৰত
দম হৈ শিখৰ বিলাকৰ খাল বাম সমান কৰি থয় আৰু তেনে পৰ্বতৰ
দম হৈ শিখৰ বিলাকৰ খাল বাম সমান কৰি থয় আ{{বঙালী ৰু}} তেনে পৰ্ব্বতৰ
ওপৰত তুষাৰ পৰি পৰি দুটা তিনটা তুষাৰৰ ওখ পৰ্বত হল হেতেন।
ওপৰত তুষাৰ পৰি পৰি দুটা তিনটা তুষাৰৰ ওখ পৰ্ব্বত হল হেতেন।
কিন্তু যাতে সেই দৰে সৰহকৈ গোট খাব নোৱাৰে এনে দুটা উপায়
কিন্তু যাতে সেই দৰে সৰহকৈ গোট খাব নোৱাৰে এনে দুটা উপায়
আছে। প্ৰথম, তুষাৰ বৰফ হৈ বৈ আহে, দ্বিতীয়, বাগৰি আহে।
আছে। প্ৰথম, তুষাৰ বৰফ হৈ বৈ আহে, দ্বিতীয়, বাগৰি আহে।
প্ৰথমতে শিখৰৰ গুহা, খাল বা উপত্যকাত গোট খোৱা তুষাৰৰ
প্ৰথমতে শিখৰৰ গুহা, খাল বা উপত্যকাত গোট খোৱা তুষাৰৰ
ওপৰ ভাগ দিনৰ ৰদত দ্ৰৱ হয় আৰু তলৰ তুষাৰৰ সুৰুঙ্গাৰ মাজে
ওপৰ ভাগ দিনৰ ৰদত দ্ৰৱ হয় আ{{বঙালী ৰু}} তলৰ তুষাৰৰ সু{{বঙালী ৰু}}ঙ্গাৰ মাজে
মাজে তাৰ পানী সোমাই সেই পানীও গোট মাৰে। তাৰ বাহিৰে
মাজে তাৰ পানী সোমাই সেই পানীও গোট মাৰে। তাৰ বাহিৰে
ওপৰৰ তুষাৰ দমৰ হেচা পায়ো তলৰ তুষাৰ খিনি টান হয়। কালত
ওপৰৰ তুষাৰ দমৰ হেচা পায়ো তলৰ তুষাৰ খিনি টান হয়। কালত