২,৪১২
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানৰ ৰূপ ভেদ। হলে তুষাৰ হয়। দ্বিতীয় অধ্যায়ৰ ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | {{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৭৩}} |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
− | পানৰ ৰূপ ভেদ। |
||
হলে তুষাৰ হয়। দ্বিতীয় অধ্যায়ৰ বৰফৰ পৰীক্ষা পাত্ৰৰ ওপৰত যি |
হলে তুষাৰ হয়। দ্বিতীয় অধ্যায়ৰ বৰফৰ পৰীক্ষা পাত্ৰৰ ওপৰত যি |
||
− | কঠিন পদাৰ্থ এবিধে কঁড়াল মৰাৰ কথা কোৱা হৈছে, সেইয়ে |
+ | কঠিন পদাৰ্থ এবিধে কঁড়াল মৰাৰ কথা কোৱা হৈছে, সেইয়ে তুষাৰ। |
− | + | তুষাৰ যদিও তুলাৰ নিচিনা সপ-সপীয়া তথাপি অনুবীক্ষণেৰে চালে |
|
লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত ছুটি, দুটি |
লোনৰ নিচিনা দানা থকা যেন দেখি। প্ৰত্যেক দানাত ছুটি, দুটি |
||
পাহ আছে। কোনোটি দানা অতি সুন্দৰ ছ-পহীয়া ফুল বা তৰাৰ |
পাহ আছে। কোনোটি দানা অতি সুন্দৰ ছ-পহীয়া ফুল বা তৰাৰ |
||
− | নিচিনা; কোনটি ছয় বাহু, যুক্ত ক্ষেত্ৰৰ নিচিনা; |
+ | নিচিনা; কোনটি ছয় বাহু, যুক্ত ক্ষেত্ৰৰ নিচিনা; কোনটী বা |
এক বিন্দুৰ ওপৰতে মুখ পাতি থকা ছটি কাড়ব নিচিন। এই অ |
এক বিন্দুৰ ওপৰতে মুখ পাতি থকা ছটি কাড়ব নিচিন। এই অ |
||
ক্ৰমে তুষাৰ দানা হাজাৰতকৈ সৰহ নক্সাৰ দেখা গৈছে। তুষাৰৰ |
ক্ৰমে তুষাৰ দানা হাজাৰতকৈ সৰহ নক্সাৰ দেখা গৈছে। তুষাৰৰ |
||
− | + | সৰু সৰু সুপি বিলাক নানা আকাৰৰ হৈ পৰে; কিন্তু এক ইঞ্চিতকৈ |
|
দীঘল পোৱা নাই। যদিও তুষাৰৰ বৰণ বগলি পাখিৰ নিচিনা। |
দীঘল পোৱা নাই। যদিও তুষাৰৰ বৰণ বগলি পাখিৰ নিচিনা। |
||
− | শুক্লা তথাপি হিম মণ্ডলত কৰবাত কেতিয়াবা ৰঙচুৱা |
+ | শুক্লা তথাপি হিম মণ্ডলত কৰবাত কেতিয়াবা ৰঙচুৱা আ{{বঙালী ৰু}} ঈষৎ |
সৌজীয়া বৰণৰ তুষাৰ দেখি। এনে ৰঙৰ এবিধ অতি ক্ষুদ্ৰ বন তাত |
সৌজীয়া বৰণৰ তুষাৰ দেখি। এনে ৰঙৰ এবিধ অতি ক্ষুদ্ৰ বন তাত |
||
মিহলি হৈ থকাৰ কাৰণেই তেনে কুৱা দেখি। এই বন তুষাৰৰ |
মিহলি হৈ থকাৰ কাৰণেই তেনে কুৱা দেখি। এই বন তুষাৰৰ |
||
ওপৰত গজে। |
ওপৰত গজে। |
||
+ | |||
− | + | {{gap}} মে{{বঙালী ৰু}}ৰ কাৰৰ প্ৰদেশ বিলাকত মাটি সদাই তুষাৰেৰে ঢকা থাকে। |
|
− | + | আ{{বঙালী ৰু}} সকলো অক্ষাংশতেই অতি ওখ পৰ্ব্বৎ বিলাকৰ শিখৰ বিলাকো |
|
তুষাৰেৰে চিৰকাল শুকুলা হৈ থাকে। যি ৰেখাৰ পৰা ওপৰলৈ |
তুষাৰেৰে চিৰকাল শুকুলা হৈ থাকে। যি ৰেখাৰ পৰা ওপৰলৈ |
||
− | বছৰ যুৰি তুষাৰ মাটিত থাকিব পাৰে |
+ | বছৰ যুৰি তুষাৰ মাটিত থাকিব পাৰে আ{{বঙালী ৰু}} য়াতকৈ চাপৰত বছৰ |
যুৰি নেথাকে সেই ৰেখাকে চিৰ-নিহাৰ-সীমা কোৱা যায়। নিৰক্ষ |
যুৰি নেথাকে সেই ৰেখাকে চিৰ-নিহাৰ-সীমা কোৱা যায়। নিৰক্ষ |
||
− | + | বৃত্তত এই সীমা সাগৰৰ জল সীমাৰ পৰা ১৬০০০ ফুট ওখ। তাৰ |
|
− | পৰা দক্ষিণ |
+ | পৰা দক্ষিণ আ{{বঙালী ৰু}} উত্তৰলৈ নামিগৈ প্ৰায় ৭৮° অক্ষত সাগৰৰ জল |
সীমাৰ সৈতে মিলিছে কিন্তু ঠাই বিশেষে এই অনুক্ৰমিক অবতৰণৰ |
সীমাৰ সৈতে মিলিছে কিন্তু ঠাই বিশেষে এই অনুক্ৰমিক অবতৰণৰ |
||
− | অলপ অলপ |
+ | অলপ অলপ লঙ্ঘন হয়। হিমালয় পৰ্ব্বতৰ দক্ষিণ ফালৰ চিৰ-নিহাৰ |
− | নিৰ |
||
সীমাতকৈ উত্তৰ ফালৰটো ৪০০০ ফুট ওখ। প্ৰথম কাৰণ, সাগৰৰ |
সীমাতকৈ উত্তৰ ফালৰটো ৪০০০ ফুট ওখ। প্ৰথম কাৰণ, সাগৰৰ |
||
− | ভাপেৰে পৰিপূৰ্ণ নৈঋত মৌচুমৰ তেনেই |
+ | ভাপেৰে পৰিপূৰ্ণ নৈঋত মৌচুমৰ তেনেই বায়ুখিনি আহি আগেয়ে |
− | দক্ষিণ গড়াত |
+ | দক্ষিণ গড়াত খুন্দা খায় আ{{বঙালী ৰু}} তাতে সৰহ খিনি ভাপ তুষাৰ বা বৰষুণ |
টা সম্পাদনা