পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৯০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
শত্ৰুৰূপ কৰি ৰাজা মানিবেক তাকে॥
শত্ৰুৰূপ কৰি ৰাজা মানিবেক তাকে॥
ক্ষেত্ৰত থাকয় যদি শষ্য সমস্তয়।
ক্ষেত্ৰত থাকয় যদি শষ্য সমস্তয়।
তাকে নষ্ট কৰিবেক ৰাজা মহাশয়॥
তাকো নষ্ট কৰিবেক ৰাজা মহাশয়॥
নদী সব বান্ধি জল বৱাইবেক তথা।
নদী সব বান্ধি জল বৱাইবেক তথা।
জলদুৰ্গ প্ৰধান কহিনো ইতো কথা॥
জলদুৰ্গ প্ৰধান কহিলো ইতো কথা॥
সেহি জল পৰিক্ষাক কৰিবে পূৰণ।
সেহি জল পৰিক্ষাক কৰিবে পূৰণ।
যাইবে যেৰে নপাৰয় তাত একোজন।
যাইবে যেবে নপাৰয় তাত একোজন।
আতি বুদ্ধিমন্ত ৰাজা থাকয় যিজনে।
আতি বুদ্ধিমন্ত ৰাজা থাকয় যিজনে।
পৰহিত কাৰ্য্য নষ্ট কৰাইবে সিজনে॥
পৰহিত কাৰ্য্য নষ্ট কৰাইবে সিজনে॥