পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অসমীয়া সাহিত্যৰ চানেকি। যদি নৃপতিৰ সবে সদাগৰ, | দ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৯৩৬|অসমীয়া সাহিত্যৰ চানেকি।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>যদি নৃপতিৰ{{gap}}{{gap}}সবে সদাগৰ,
অসমীয়া সাহিত্যৰ চানেকি।
{{gap}}{{gap}}দিবে মোক দায়া তৰে।
যদি নৃপতিৰ
তাৰ যত ধন{{gap}}{{gap}}কৰিবো গ্ৰহণ,
সবে সদাগৰ,
{{gap}}{{gap}}ৰহিবো ভিন্ন বাসৰে॥
| দিবে মোক দায় তৰে।
কন্যাৰ নিমিত্তে{{gap}}{{gap}}যেহি ধন দিয়া,
তাৰ যত ধন
{{gap}}{{gap}}সন্তোষ কৰি ৰাজাক।
কৰিবব গ্ৰহণ,
নানান উৎসবে{{gap}}{{gap}}নিজ ব্যৱহাৰ,
বহিবে ভিন্ন বাসৰে।
{{gap}}{{gap}}কৰিবো ৰঙ্গে বিহাক॥
কন্যাৰ নিমিত্তে
কুমৰৰ বাণী{{gap}}{{gap}}শুনি পাত্ৰগণে,
যেহি ধন দিয়া,
{{gap}}{{gap}}ৰাজাত কহিলা যাই।
সন্তোষ কৰি ৰাজাক।
শুনি নৰপতি{{gap}}{{gap}}ৰঙ্গ কৰি আতি,
নানান উৎসবে | নিজ ব্যৱহাৰ,
{{gap}}{{gap}}বুলিলা পাছে দুনাই॥
কৰিবো ৰঙ্গে বিহাক।
সমুদ্ৰৰ কোলে{{gap}}{{gap}}দিব্য গৃহ এক,
কুমৰৰ বাণী | শুনি পাত্ৰগণে,
{{gap}}{{gap}}সাজিয়োক ভাল কৰি।
| ৰাজাত কহিলা যাই।
চৌপাশে বেঢ়িয়া{{gap}}{{gap}}জাপ গঢ় দিয়া,
শুনি নৰপতি | ৰঙ্গ কৰি আতি,
{{gap}}{{gap}}দিবাহা পালি প্ৰহৰি॥
বুলিল। পাছে দুনাই।
ৰাজাৰ আদেশে{{gap}}{{gap}}হেনয় প্ৰকাৰে,
সমুদ্ৰৰ কোলে দিব্য গৃহ এক,
{{gap}}{{gap}}নিৰ্ম্মিলন্ত ঘৰ খান।
সাজিয়োক ভাল কৰি।
আপুনি নৃপতি{{gap}}{{gap}}কুমৰক তথি,
চৌপাশে বেঢ়িয়া জাপ গঢ় দিয়া,
{{gap}}{{gap}}থৈলা কৰি ৰঙ্গ মান॥
দিবাহ পালি প্ৰহৰি।
একশত দাসী{{gap}}{{gap}}সুন্দৰি যুবতী,
ৰাজাৰ আদেশে হেয় প্ৰকাৰে,
{{gap}}{{gap}}সেৱা কৰিবাক দিলা।
নিৰ্মিলন্ত ঘৰ খান।
একশত মত্ত{{gap}}{{gap}}মাতঙ্গ তুৰঙ্গ,
আপুনি নৃপতি |
{{gap}}{{gap}}সহস্ৰেক সমৰ্পিলা॥
কুমৰক তথি,
পঞ্চাশ হাজাৰ{{gap}}{{gap}}পৰম যোদ্ধাৰ,
থৈলা কৰি ৰঙ্গ মান।
{{gap}}{{gap}}পাইক দিলা ৰঙ্গ কৰি।
একশত দাসী
সকলে যোগান{{gap}}{{gap}}দিলা কৰি মান,
সেৱা কৰিবাক দিল।
{{gap}}{{gap}}কুমৰৰ মন পূৰি॥</poem>}}
একশত মত্ত
মাতঙ্গ তুঙ্গ,
সহস্ৰেক সমৰ্পিলা।
পঞ্চাশ হাজাৰ
পৰম যোদ্ধাৰ,
পাইক দিলা ৰঙ্গ কৰি।
সকলে যোগান দিলা কৰি মান,
কুমৰৰ মন পূৰি।
|
সুন্দৰি যুবতী,