পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৯০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "মহাভাৰত-শান্তিপৰ্বল। নিবে নপাৰিয়া যিতো শষ্যগণ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||মহাভাৰত—শান্তিপৰ্ব্ব।|৯০৯}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>নিবে নপাৰিয়া যিতো শষ্যগণ থাকে।
মহাভাৰত-শান্তিপৰ্বল।
শত্ৰুৰূপ কৰি ৰাজা মানিবেক তাকে॥
নিবে নপাৰিয়া যিতো শষ্যগণ থাকে।
শত্ৰুৰূপ কৰি ৰাজা মানিবে তাকে।
ক্ষেত্ৰত থাকয় যদি শষ্য সমস্তয়।
ক্ষেত্ৰত থাকয় যদি শষ্য সমস্তয়।
তাকে নষ্ট কৰিবেক ৰাজা মহাশয়।
তাকে নষ্ট কৰিবেক ৰাজা মহাশয়॥
নদী সব বান্ধি জল বইবেক তথা।
নদী সব বান্ধি জল বৱাইবেক তথা।
জলদুৰ্গ প্ৰধান কহিনো ইতো কথা।
জলদুৰ্গ প্ৰধান কহিনো ইতো কথা॥
সেহি জল পৰিক্ষা কৰিবে পূৰণ।
সেহি জল পৰিক্ষাক কৰিবে পূৰণ।
যাইবে যেৰে নপিৰয় তাত একোজন।
যাইবে যেৰে নপাৰয় তাত একোজন।
অতি বুদ্ধিমন্ত ৰাজা থাকয় যিজনে।
আতি বুদ্ধিমন্ত ৰাজা থাকয় যিজনে।
পৰহিত কাৰ্য্য নষ্ট কৰাইবে সিজনে॥
পৰহিত কাৰ্য্য নষ্ট কৰাইবে সিজনে॥
অৰণ্য দুৰ্গত যদি মনে পাৱে ভয়।
অৰণ্য দুৰ্গত যদি মনে পাৱে ভয়।
তাহাৰ উপায় কহো শুনা মহাশয়।
তাহাৰ উপায় কহো শুনা মহাশয়॥
ক্ষুদ্ৰ বৃক্ষ যত আছে মূলক ছেদিব।
ক্ষুদ্ৰ বৃক্ষ যত আছে মূলক ছেদিব।
পূজনীয় বৃক্ষ চয় যতনে ৰাখিব।
পূজনীয় বৃক্ষ চয় যতনে ৰাখিব॥
বড় বড় বৃক্ষচয় আছয় যতেক।
বড় বড় বৃক্ষচয় আছয় যতেক।
তাহাৰ সকল শাখাগণ ছেদিবে।
তাহাৰ সকল শাখাগণ ছেদিবেক॥
সুন্দৰ কৰিয়া স্থান কৰাইবে নৃপতি।
সুন্দৰ কৰিয়া স্থান কৰাইবে নৃপতি।
যেন আসন্তে কৰিব পাৰে গতি॥
যেন আন্মাসন্যে কৰিবক পাৰে গতি॥
দ্বাৰ পুৰগণ সবে কৰিব শঙ্কট।
দ্বাৰ পুৰগণ সবে কৰিব শঙ্কট।
লঙ্ঘিবে নপাৰে যেন দেখিতে প্ৰকট।
লঙ্ঘিবে নপাৰে যেন দেখিতে প্ৰকট॥
সদাদ্বাৰ পুৰ ৰাজা কৰিবে এনয়।
সদাদ্বাৰ পুৰ ৰাজা কৰিবে এনয়।
তেবেসে শত্ৰুত হন্তে নাহিকয় ভয়।।
তেবেসে শত্ৰুত হন্তে নাহিকয় ভয়॥
দ্বাৰে নিয়োজিয়া থৈৰে বহু যন্ত্ৰ চয়।
দ্বাৰে নিয়োজিয়া থৈবে বহু যন্ত্ৰ চয়।
একো যন্ত্ৰে যেন শত লোক নষ্ট হয়।
একো যন্ত্ৰে যেন শত লোক নষ্ট হয়॥
প্ৰযত্নে ৰাখিবে যেন শত্ৰুৱে নপাৱে।
প্ৰযত্নে ৰাখিবে যেন শত্ৰুৱে নপাৱে।
সময়ত আত্ম সন্য মাৰিবাক পাৰে।
সময়ত আত্ম সন্য মাৰিবাক পাৱে॥
বৰ বৃক্ষগণ আনি প্ৰস্তুত থৈবেক।
বৰ বৃক্ষগণ আনি প্ৰস্তুত থৈবেক।
বগৰাইলে যেন প্ৰাণী মৰয় শতেক।
বগৰাইলে যেন প্ৰাণী মৰয় শতেক॥
থানে থানে গৰ্ভচয় নিৰ্মাণ কৰিব।
থানে থানে গৰ্ত্তচয় নিৰ্ম্মাণ কৰিব।
সুতি শূলক নিয়া তাতে নিয়োজিব।
সুতিক্ষ্ন শূলক নিয়া তাতে নিয়োজিব॥</poem>}}