পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৬৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ভাগৱত--নৱম স্কন্ধ। * ৮৮৫ ভকতৰ ৰক্ষাৰ নিমিত্তে ভগৱন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||ভাগৱত—নৱম স্কন্ধ।|৮৮৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>ভকতৰ ৰক্ষাৰ নিমিত্তে ভগৱন্ত।
ভাগৱত--নৱম স্কন্ধ।
আপুনাৰ চক্ৰক ঈশ্বৰে দিয়াছন্ত॥
*
দেখিলন্ত চক্ৰে {{SIC|অম্বৰীযক|অম্বৰীষক}} দহয়।
৮৮৫
আথেবেথে আসনৰ উঠি মহাশয়॥
ভকতৰ ৰক্ষাৰ নিমিত্তে ভগৱন্ত।
মহাক্ৰোধে গৈয়া কৃত্যানলক পাইলন্ত।
আপুনাৰ চক্ৰক ঈশ্বৰে দিয়াছ।
যেন মহা অগ্নি সৰ্প গোট দহিলন্ত॥
দেখিল চক্ৰে অম্বৰীক দহয়।
আথেবেথে আসনৰ উঠি মহাশয়।
মহাক্ৰোধে গৈয়! কৃত্যানলক পাইলস্ত।
যেন মহা অগ্নি সৰ্প গোট দহিলন্ত।
ভস্ম কৰি কৃত্যানলে চক্ৰ মহাশয়।
ভস্ম কৰি কৃত্যানলে চক্ৰ মহাশয়।
এক কৌটি সূৰ্য্য সম শৰীৰ জলয়।
এক কৌটি সূৰ্য্য সম শৰীৰ জ্বলয়॥
প্ৰলয় কালৰ যেন দ্বাদশ আদিত্য।
প্ৰলয় কালৰ যেন দ্বাদশ আদিত্য।
প্ৰজ। সংহৰিবে লাগি হয় বিদিত।
প্ৰজা সংহৰিবে লাগি হৱয় বিদিত॥
তেন ৰূপ হুয়া চক্ৰ কৰিলা প্ৰকাশ।
তেন ৰূপ হুয়া চক্ৰ কৰিলা প্ৰকাশ।
যাহাৰ প্ৰকাশে প্ৰকাশয় দিশ পাশ।
যাহাৰ প্ৰকাশে প্ৰকাশয় দিশ পাশ॥
তাহান তেজক কোনে পাৰয় সহিতে।
তাহান তেজক কোনে পাৰয় সহিতে।
চক্ষুক মুদিয়া সবে পৰিল ভূমিতে।
চক্ষুক মুদিয়া সবে পৰিল ভূমিতে॥
দুৰ্বাসায়ে দেখিলন্ত কৃত্য নষ্ট ভেলা।
দুৰ্ব্বাসায়ে দেখিলন্ত কৃত্য নষ্ট ভৈলা।
মহাভয়ে ঋষি পাছে পলাইবাক লৈল।
মহাভয়ে ঋষি পাছে পলাইবাক লৈলা॥
প্ৰাণ ৰাখিবাৰ কায্যে ঋষি পলাই যান্ত।
প্ৰাণ ৰাখিবাৰ {{SIC|কায্যে|কাৰ্য্যে}} ঋষি পলাই যান্ত।
মাধৱৰ চক্ৰে পাছে তাঙ্ক দেখিৱন্ত।
মাধৱৰ চক্ৰে পাছে তাঙ্ক দেখিৱন্ত॥
তাহান পাচত চক্ৰবেগে খেদি গৈলা।
তাহান পাচত চক্ৰবেগে খেদি গৈলা।
হেন দেখি ঋষিৰাজ মহাভয় ভৈলা।
হেন দেখি ঋষিৰাজ মহাভয় ভৈলা॥
যেন মহা অগনিয়ে সৰ্পক খেদয়।
যেন মহা অগনিয়ে সৰ্পক খেদয়।
সেহিমতে পলাই যান্ত ঋষি মহাশয়।
সেহিমতে পলাই যান্ত ঋষি মহাশয়॥
মৈকে যান্ত দুৰ্বাসায়ে চক্ৰো তৈকে যায়।
যৈকে যান্ত দুৰ্ব্বাসায়ে চক্ৰো তৈকে যান্ত।
পলাইক আন একো উপায় নপান্ত।
পলাইবাক আন একো উপায় নপান্ত॥
চক্ৰে তাপ দেন্ত বেগে শীঘ্ৰে চলি যন্ত।
চক্ৰে তাপ দেন্ত বেগে শীঘ্ৰে চলি যান্ত।
দুখে ফোফাৱন্ত আতি তবধ ভৈলন্ত।
দুখে ফোফাৱন্ত আতি তবধ ভৈলন্ত॥
শুখাইলেক অন্তে পেট পীড়িত ভৈলন্ত।
শুখাইলেক অন্তে পেট পীড়িত ভৈলন্ত।
চক্ৰে লাগ নেড়ন্ত পাছত খেদি যান্ত।
চক্ৰে লাগ নেড়ন্ত পাছত খেদি যান্ত॥
শুখাই আতি অন্তে ঋষি পথত পৰম্ভ।
শুখাই আতি অন্তে ঋষি পথত পৰন্ত।
বস্ত্ৰ সোলকান্ত জটা মাটিত লোটন্ত।
বস্ত্ৰ সোলকান্ত জটা মাটিত লোটন্ত॥</poem>}}