সদস্য:Ani ttbr/কাৰেঙৰ লিগিৰী/প্ৰথম অঙ্ক/চতুৰ্থ দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"{{header | title = কাৰেঙৰ লিগিৰী | author = জ্যোতিপ্ৰসাদ আগৰৱ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
১১ নং শাৰী:
[ৰাজ আলিবাট । দুপৰীয়া । টোমে টোমে গাখীৰ ,গুৰ , কোমল চাউল লৈ যোৰে যোৰে মানুহ যাব লাগিছে । কল, কুঁহিয়াৰ আৰু নানা বয়-বস্তু, হোৰাহোৰে কঢ়িয়াই নি থকা দেখা গৈছে । জাকে জাকে পাইকবোৰে কলগছ, বাঁহ ইত্যাদি নানা বস্তু লৈ আহিছে গৈছে । তাৰ মাজে মাজে বৰা, হাজৰিকা, বিষয়া এজন দুজন আহিছে গৈছে । এখন দোলাত এজন ডাঙৰীয়া আৰোৱানৰ আঁৰ হৈ সেই বাটেদি যায় । ]
</<poem>>
 
[[শ্ৰেণী:কাৰেঙৰ লিগিৰী]]