পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৮০ প্ৰাকৃত-ভূগোেল। পুতি পেলাই। অনেকে ইয়াক দেওৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৮০|প্ৰাকৃত-ভূগোেল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
৮০
প্ৰাকৃত-ভূগোেল।
পুতি পেলাই। অনেকে ইয়াক দেওৰ কাম বুলি মানে; কিন্তু
পুতি পেলাই। অনেকে ইয়াক দেওৰ কাম বুলি মানে; কিন্তু
যথাৰ্থতে কেৱল শব্দৰ কোবত বায়ু লৰি হিম-শিলা বিলাক খহি
যথাৰ্থতে কেৱল শব্দৰ কোবত বায়ু লৰি হিম-শিলা বিলাক খহি
পৰে। শুনা আছে কাঙ্গৰ দেশৰ এজন ৰজাই হিন্দুকুচ পৰ্বতৰ
পৰে। শুনা আছে কাঙ্গৰা দেশৰ এজন ৰজাই হিন্দুকুচ পৰ্ব্বতৰ
এনেকুৱা গিৰি-সঙ্কট এটাৰ মাজেদি যুঝলৈ যাওতে, লোকে হাক
এনেকুৱা গিৰি-সঙ্কট এটাৰ মাজেদি যুঝলৈ যাওতে, লোকে হাক
দিয়াতে দেওক নামানো বুলি গণ্ডপ মাৰি তোপ ফেৰ কৰাত
দিয়াতে দেওক নামানো বুলি গণ্ডপ মাৰি তোপ ফে{{বঙালী ৰ}} কৰাত
সসৈন্যে পোত গল। তেতিয়াৰ পৰা হুনো সেই পৰ্বতৰ নাম
সসৈন্যে পোত গল। তেতিয়াৰ পৰা {{SIC|হুনো|হেনো}} সেই পৰ্ব্বতৰ নাম
হিন্দুকুচ বা হিন্দু মৰা পৰ্বত হল। এই দৰে সুইজেলেও দেশৰ
হিন্দুকুচ বা হিন্দু মৰা পৰ্বত হল। এই দৰে সুইজেৰ্লেণ্ড দেশৰ
অনেক গাওঁ বাগৰি পৰা হিম শিলাৰ দ্বাৰায় পোত গৈছে।।
অনেক গাওঁ বাগৰি পৰা হিম শিলাৰ দ্বাৰায় পোত গৈছে।

মেৰু কাশৰত যি বিলাক দ্বীপ আছে, তাৰ পৰ্বত বিলাকৰ
{{gap}}মেৰু কাশৰত যি বিলাক দ্বীপ আছে, তাৰ পৰ্ব্বত বিলাকৰ
পৰাও নিহাৰ-বাহু নামে; কিন্তু তাত চিৰ-নিহাৰ সীমা সমুদ্ৰ
পৰাও নিহাৰ-বাহু নামে; কিন্তু তাত চিৰ-নিহাৰ সীমা সমুদ্ৰ
জলসীমৰে সৈতে একে হৈছে বুলি নিহাৰ-বাহু পৰ্বতৰ গাইদি নামি
জলসীমাৰে সৈতে একে হৈছে বুলি নিহাৰ-বাহু পৰ্ব্বতৰ গাইদি নামি
আহি সমুদ্ৰৰ পানীত সোমায়। কিন্তু বৰফ পানীত কৈ পাতল
আহি সমুদ্ৰৰ পানীত সোমায়। কিন্তু বৰফ পানীত কৈ পাতল
এই নিমিত্তে যি ডোখৰ পানীৰ তলত সোমায় সেই ডোখৰ ওপজিবৰ
এই নিমিত্তে যি ডোখৰ পানীৰ তলত সোমায় সেই ডোখৰ ওপঙ্গিবৰ
কাৰণ ওপৰলৈ এটা টান দিএ; তাতে নিষ্কাৰ-বাহু ভাগে আৰু ভগা
কাৰণ ওপৰলৈ এটা টান দিএ; তাতে নিহাৰ-বাহু ভাগে আৰু ভগা
ডোথৰ সোতৰ লগত নিৰক্ষ বৃত্তৰ ফাললৈ উটি আহে। এই দৰে
ডোথৰ সোঁতৰ লগত নিৰক্ষ বৃত্তৰ ফাললৈ উটি আহে। এই দৰে
উটি অহা বৰফ খণ্ডকে ইংৰাজীত “আইচ-বৰ্গ” বোলে আমাললাকে
উটি অহা বৰফ খণ্ডকে ইংৰাজীত “আইচ্‌-বৰ্গ” বোলে আমালোকে
“উটা বৰফ’ বুলি নাম দিব পৰোহক। দুই মেৰুৰ পৰা, ক্ৰমাগত
“উটা বৰফ” বুলি নাম দিব পৰোহক। দুই মে{{বঙালী ৰু}}ৰ পৰা, ক্ৰমাগত
নৈত খৰি উটি অহাৰ দৰে, ডোখৰে ভোৱৰে উটা বৰফ বিলাক
নৈত খৰি উটি অহাৰ দৰে, ডোখৰে ডোখৰে উটা বৰফ বিলাক
নিৰক্ষ বৃত্তৰ ফাললৈ সাগৰত উটি আহি থাকে; কোনো কোনো
নিৰক্ষ বৃত্তৰ ফাললৈ সাগৰত উটি আহি থাকে; কোনো কোনো
ডোখৰ একোটা পৰ্বতৰ-সমান ডাঙ্গৰ আৰু ওখ; আৰু দাতি বিলাক
ডোখৰ একোটা পৰ্ব্বতৰ-সমান ডাঙ্গৰ আৰু ওখ; আৰু দাঁতি বিলাক
দেওৱালৰ দৰে থিয় কোনো ডোৰৰে সাগৰৰ দ্বীপৰ নিচিনাকৈ
দেওৱালৰ দৰে থিয় কোনো ডোখৰে সাগৰৰ দ্বীপৰ নিচিনাকৈ
বহু যোজন ব্যাপি আহে। সূৰ্য্যৰ কিৰণ পৰি আৰ্চি যেন স্বচ্ছ বা
বহু যোজন ব্যাপি আহে। সূৰ্য্যৰ কিৰণ পৰি আৰ্চি যেন স্বচ্ছ বা
ফটিক যেন বগা সেই উটা বৰফ খণ্ড ৰিলাকে উৎকৃষ্ট শ্যামল বৰণ
ফটিক যেন বগা সেই উটা বৰফ খণ্ড বিলাকে উৎকৃষ্ট শ্যামল বৰণ
ধৰি চিমিকাই থকা দেখা যায়। কিন্তু সেই বিলাক পদাৰ্থ জাহাজৰ
ধৰি চিক্‌মিকাই থকা দেখা যায়। কিন্তু সেই বিলাক পদাৰ্থ জাহাজৰ
সৰ্ব্বনাশক। যদি কোনো জাহাজ অকস্মাত নেদেখাকৈ আহি
সৰ্ব্বনাশক। যদি কোনো জাহাজ অকস্মাত নেদেখাকৈ আহি
সিহতৰ মাজত সোমাইহি তেন্তে অতি কষ্টেৰে প্ৰাণ ৰাখি ওলাই
সিহতৰ মাজত সোমাইহি তেন্তে অতি কষ্টেৰে প্ৰাণ ৰাখি ওলাই