"পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৮"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৭৮ প্ৰাকৃত-ভূগোল। বৰফৰ জুৰি এটাৰ ওপৰত পৰে আৰু বৰফ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
  +
{{rh|৭৮|প্ৰাকৃত-ভূগোল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
 
বৰফৰ জুৰি এটাৰ ওপৰত পৰে আ{{বঙালী ৰু}} বৰফৰ লগেলগে সাৰি পাতি
৭৮
 
 
নামি আহে। অন্তত গৈ যিটো বৰফৰ ঘাই নৈ তাত জুৰিটে পতি
প্ৰাকৃত-ভূগোল।
 
 
এসাৰি এৰি শিল থকা দেখিবলৈ পোৱা হয়। বায়ুত আঙ্গাৰক-জাত
বৰফৰ জুৰি এটাৰ ওপৰত পৰে আৰু বৰফৰ লগেলগে সাৰি পাতি
 
 
এবিধ বাষ্প আছে; ইয়াক ইংৰাজীত কাৰ্বণিক এচিড্‌ গ্যেশ্‌ বোলে;
নামি আহে। অন্তত গৈ যিটো বৰৰ ঘাই নৈ তাত জুৰিটে পতি
 
 
এই বাষ্প, পানীৰ সংযোগত এবিধ দ্ৰাৱক হয়। ইয়াৰ কাৰণতত
এসাৰি এৰি শিল থকা দেখিবলৈ পোৱা হয়। বায়ুত আঙ্গক-জাত
 
এবিধ বাষ্প আছে; ইয়াক ইংৰাজীত কাৰ্বণিক এচিড় গ্যেশ বোলে;
 
এই বাষ্প, পানীৰ সংযোগ এবিধ দ্ৰাৱক হয়। ইয়াৰ কাৰণতত
 
 
শিল ক্ৰমে কোমল হৈ অন্তত নিজৰ ভাৰত খহি পৰে। হিমালয়
 
শিল ক্ৰমে কোমল হৈ অন্তত নিজৰ ভাৰত খহি পৰে। হিমালয়
পৰ্বতৰ টিংবিলাক, এইৰূপেই সঘনে খহি থাকে আৰু তাত ফুৰা
+
পৰ্ব্বতৰ টিংবিলাক, এইৰূপেই সঘনে খহি থাকে আ{{বঙালী ৰু}} তাত ফুৰা
 
পথিক সেই কাৰণে সদাই মহাত্ৰাস যুক্ত।
 
পথিক সেই কাৰণে সদাই মহাত্ৰাস যুক্ত।
  +
চিৰ-নিহাৰ-বাহু নিজে কঠিন বস্তু; তাত বাজে তাৰ মাজত
+
{{gap}}চিৰ-নিহাৰ-বাহু নিজে কঠিন বস্তু; তাত বাজে তাৰ মাজত
 
অনেক টান শিল শোমাই থাকে। এই নিমিত্তে যি গুহাৰ বা যি
 
অনেক টান শিল শোমাই থাকে। এই নিমিত্তে যি গুহাৰ বা যি
 
উপত্যকাৰ ওপৰেদি চিৰ-নিহাৰ-বাহু নামি আহে, তাৰ মাটি বা
 
উপত্যকাৰ ওপৰেদি চিৰ-নিহাৰ-বাহু নামি আহে, তাৰ মাটি বা
 
শিলে ঘঁহনি পাই গুৰি হৈ যায়। কোনো ডোখৰ বৰ টান শিল
 
শিলে ঘঁহনি পাই গুৰি হৈ যায়। কোনো ডোখৰ বৰ টান শিল
থাকিলে তাৰ ওপৰত আঁক আৰু ফাট বহে। এনেকুৱা কোনো
+
থাকিলে তাৰ ওপৰত আঁক আ{{বঙালী ৰু}} ফাট বহে। এনেকুৱা কোনো
ডোখৰ শিল আচৰিত ৰূপে নিহি আৰু ৰেখা বিশিষ্ট; এই বিলাক
+
ডোখৰ শিল আচৰিত ৰূপে মিহি আ{{বঙালী ৰু}} ৰেখা বিশিষ্ট; এই বিলাক
 
শিলক ‘ঘৃষ্ট-প্ৰস্তৰ’ নাম দিয়া হৈছে। কোনো এটা নিহাৰ-বাহুৰ
 
শিলক ‘ঘৃষ্ট-প্ৰস্তৰ’ নাম দিয়া হৈছে। কোনো এটা নিহাৰ-বাহুৰ
পোন ধৰি চালে তাৰ অন্তৰৰ বহুত নামতে ঘৃষ্ট-প্ৰন্তৰ আৰু
+
পোন ধৰি চালে তাৰ অন্তৰৰ বহুত নামতে ঘৃষ্ট-প্ৰস্তৰ আৰু
পথালি কঙ্কৰ দেখিবলৈ পোৱা যায়। তাতে অনুমান হয় যে আজি-
+
পথালি কঙ্কৰ দেখিবলৈ পোৱা যায়। তাতে অনুমান হয় যে আজিকালিৰ চিৰ-নিহাৰ-বাহু বিলাকতকৈ আগৰ দিনৰ চিৰ-নিহাৰ-বাহু
কালিৰ চিৰ-নিহাৰ-বাহু বিলাকতকৈ আগৰ দিনৰ চিৰ-নিহাৰ-বাহু
 
 
বিলাক বহুত নামলৈকে গৈছিল অৰ্থাৎ দীঘল আছিল। হিমালয়
 
বিলাক বহুত নামলৈকে গৈছিল অৰ্থাৎ দীঘল আছিল। হিমালয়
পৰ্বতৰ বৰ্ত্তমান কালৰ নিহাৰ- বাহু বিলাকৰ ভিতৰত কোনো
+
পৰ্ব্বতৰ বৰ্ত্তমান কালৰ নিহাৰ-বাহু বিলাকৰ ভিতৰত কোনো
 
টোয়েহে মাত্ৰ সাগৰৰ, জল সীমাৰ পৰা ১১,০০০ ফুটৰ ওখ ঠাই
 
টোয়েহে মাত্ৰ সাগৰৰ, জল সীমাৰ পৰা ১১,০০০ ফুটৰ ওখ ঠাই
 
চুই ছেহি। কিন্তু আগৰ দিনৰ নিহাৰ-বাহুৰ চিন স্বৰূপ পথালি-
 
চুই ছেহি। কিন্তু আগৰ দিনৰ নিহাৰ-বাহুৰ চিন স্বৰূপ পথালি-
 
কঙ্কৰৰ দম চিকিমত সাগৰৰ জল সীমাৰ পৰা ৬০০০ ফুট ওপৰতে
 
কঙ্কৰৰ দম চিকিমত সাগৰৰ জল সীমাৰ পৰা ৬০০০ ফুট ওপৰতে
দেখা হৈছে। নগা পৰ্বততে (যত আজি কালি কোনো ঠাইতে
+
দেখা হৈছে। নগা পৰ্ব্বততো (যত আজি কালি কোনো ঠাইতে
নিহাৰ-বাহু নাই তাতে ৪০০০ ফুট ওখত কঙ্কৰ পোৱা যায়।
+
নিহাৰ-বাহু নাই তাতো) ৪০০০ ফুট ওখত কঙ্কৰ পোৱা যায়।
হিমালয় আৰু আলঞ্চ পৰ্বতৰ নামত থকা অনেক, উপত্যকাত
+
হিমালয় আৰু আলপ্‌চ পৰ্ব্বতৰ নামত থকা অনেক উপত্যকাত