পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানীৰ ৰূপ ভেদ। ৭৭ চমিম, নকিয়া ইত্যাদি পৰ্বত বিলা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধিত | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৭৭}} |
|||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | |||
পানীৰ ৰূপ ভেদ। |
|||
৭৭ |
|||
⚫ | |||
অন্তৰ পৰা উৎপন্ন হৈছে।” |
অন্তৰ পৰা উৎপন্ন হৈছে।” |
||
চিৰ-নিহাৰ-বাহৰ অন্তত দমাদমে |
{{gap}}চিৰ-নিহাৰ-বাহৰ অন্তত দমাদমে স{{বঙালী ৰু}} ডাঙ্গ নানা আকাৰৰ শিল |
||
পৰি থকা দেখা যায়। |
পৰি থকা দেখা যায়। আ{{বঙালী ৰু}} তাৰ দীঘে দীঘে ওপৰতো সাৰি সৰি |
||
শিল দেখা যায়। এই বিলাক শিলকে নিহাৰ বাহুএ উটাই আনি |
শিল দেখা যায়। এই বিলাক শিলকে নিহাৰ বাহুএ উটাই আনি |
||
যতে অন্ত পৰে ততে দমাই ৰাখে। নিহাৰ-বাহুৰ ওপৰত সাৰি পাতি |
যতে অন্ত পৰে ততে দমাই ৰাখে। নিহাৰ-বাহুৰ ওপৰত সাৰি পাতি |
||
থকা শিল বিলাকক “লালি কঙ্কৰ” আৰু তাৰ অন্তত পথালি হৈ থকা |
থকা শিল বিলাকক “লালি কঙ্কৰ” আৰু তাৰ অন্তত পথালি হৈ থকা |
||
শিল বিলাকক '“পথালি কঙ্কৰ” নাম দিব পাৰি। ইহতৰ উৎপত্তি |
শিল বিলাকক '“পথালি কঙ্কৰ” নাম দিব পাৰি। ইহতৰ উৎপত্তি |
||
অতি আচৰিত। নিৱা যত থাকে তাত সমুদায় |
অতি আচৰিত। নিৱা যত থাকে তাত সমুদায় পৰ্ব্বত তুষাৰৰ দ্বাৰায় |
||
আবৃত নাথাকে, ওখ ওখ টিংবিলাক তুষাৰৰ ওপৰে ওলায় থাকে। |
আবৃত নাথাকে, ওখ ওখ টিংবিলাক তুষাৰৰ ওপৰে ওলায় থাকে। |
||
কাৰণ যি তুষাৰ টিং বিলাকৰ ওপৰত পৰে |
কাৰণ যি তুষাৰ টিং বিলাকৰ ওপৰত পৰে সূৰ্য্যৰ তাপ পালে দ্ৰৱ হৈ |
||
বাগৰি আহি বা বতাহতে উড়ি আহি সি তলৰ খালত পৰি গোট খাই |
বাগৰি আহি বা বতাহতে উড়ি আহি সি তলৰ খালত পৰি গোট খাই |
||
নিৱী |
নিৱী হয়। টিং বিলাক সম্পূৰ্ণ শিলৰ, তাত মাটিৰ লেশো নাই। এই |
||
শিলক স্বভাৱৰ এক |
শিলক স্বভাৱৰ এক মহৎ কোশলেৰে, পানীএ (তুষাৰৰ পানীএ) ভাঙ্গি |
||
চিৰ-নিহাৰ-বাহুত পেলাই উটাই নিএ। বৰফ পানীত কৈ পাতল |
চিৰ-নিহাৰ-বাহুত পেলাই উটাই নিএ। বৰফ পানীত কৈ পাতল |
||
আ{{বঙালী ৰু}} ই বেচি ঠাই যোৰে। চাৰি আঙ্গল মান ডাঠ এটা লোহৰ |
|||
কোটোৰ পূৰ কৰি পানী ভৰাই মুখত টানি |
কোটোৰ পূৰ কৰি পানী ভৰাই মুখত টানি স্ক্ৰপ ঠিলা মাৰি যদি |
||
তাক অলপ মান সময় ৩২° ফা. তাপত কৈ কেবা অংশৰ নামলকে |
তাক অলপ মান সময় ৩২° ফা. তাপত কৈ কেবা অংশৰ নামলকে |
||
চেঁচা কৰি ছোয়া যায় তেন্তে পানী বৰফ হৈ |
চেঁচা কৰি ছোয়া যায় তেন্তে পানী বৰফ হৈ ওফন্দি ঠিলাকে ওফোৰাব নতু কোটোৰাকে চিটা-চিট কৰি ফালিব। এনেকুৱা কাম |
||
পৰ্ব্বতৰ টিংঙ্গতো সদা সৰ্ব্বদা ঘটি আছে। |
|||
ৰাব নতু কোটোৰাকে চিটা-চিট কৰি ফালিব। এনেকুৱা কাম |
|||
পৰ্বতৰ টিংঙ্গতে সদা সৰ্বদা ঘটি আছে। , |
|||
শিল দেখিবলৈ যদিও নিটহ তথাপি তাত ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা বা |
{{gap}}শিল দেখিবলৈ যদিও নিটহ তথাপি তাত ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্ধা বা |
||
ছিদ্ৰ আছে; সম্পূৰ্ণ |
ছিদ্ৰ আছে; সম্পূৰ্ণ নিটহ বা ছিদ্ৰ হীন বুলিব পাৰি এনে কোনো |
||
বস্তুয়েই নাই; দিনত তুষাৰ দ্ৰৱ হৈ তাৰ পানী শিলৰ ছিদ্ৰৰ মাজে |
বস্তুয়েই নাই; দিনত তুষাৰ দ্ৰৱ হৈ তাৰ পানী শিলৰ ছিদ্ৰৰ মাজে |
||
মাজে সোমাই কিন্তু ৰাতি পুনৰ বৰফ হয় কেবা ৰাতিও এই দৰে |
মাজে সোমাই কিন্তু ৰাতি পুনৰ বৰফ হয় কেবা ৰাতিও এই দৰে |
||
ভিতৰত বৰফু উৎপন্ন হৈ এৰাতি শিল ফাটি |
ভিতৰত বৰফু উৎপন্ন হৈ এৰাতি শিল ফাটি ডোখৰ ডোখৰ হৈ তলৰ |