"পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮৫"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানীৰ ৰূপ ভেদ। ৭৫ আহে আৰু ক্ৰমে ইভাগে সি ভাগক ঠেলি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
  +
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৭৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
 
আহে আ{{বঙালী ৰু}} ক্ৰমে ইভাগে সি ভাগক ঠেলি আনি নৈৰ দৰে বৈ আহি
পানীৰ ৰূপ ভেদ।
 
 
চিৰ-নিহাৰ-সীমাৰ বাজ হয় আ{{বঙালী ৰু}} তাৰ পৰা কেবা মাইলৰ নামলকে
৭৫
 
 
বৈ যায়। বৰফৰ নৈ বাটত আহোতে সূৰ্য্যৰ কিৰণত অলপ অলপ
আহে আৰু ক্ৰমে ইভাগে সি ভাগক ঠেলি আনি নৈৰ দৰে বৈ আহি
 
 
দ্ৰৱ হয় আৰু ৰাতি কঠিন হয়। ওপৰত কৈ অহা হৈছে যে বায়ু
চিৰ-নিহাৰসীমাৰ বাজ হয় আৰু তাৰ পৰা কেবা মাইলৰ নামলকে
 
বৈ যায়। বৰফৰ নৈ বাটত আহোতে সূৰ্যৰ কিৰণত অলপ অলপ
 
প্ৰৱ হয় আৰু ৰাতি কঠিন হয়। ওপৰত কৈ অহা হৈছে যে বায়ু
 
 
মণ্ডলৰ তললৈ ক্ৰমে তপত; সেই নিমিত্তে বৰফ যিমান নামি আহে
 
মণ্ডলৰ তললৈ ক্ৰমে তপত; সেই নিমিত্তে বৰফ যিমান নামি আহে
 
দ্ৰৱ হোৱাটো ক্ৰমে বেচি হয় আৰু কঠিন হোৱাটো কমে। এই দৰে
 
দ্ৰৱ হোৱাটো ক্ৰমে বেচি হয় আৰু কঠিন হোৱাটো কমে। এই দৰে
১০ নং শাৰী: ৮ নং শাৰী:
 
পৰে। এইৰূপ বৰফৰ নৈক ইংৰাজীতে “গ্লেচিয়ৰ” আৰু সাধু ভাষাত
 
পৰে। এইৰূপ বৰফৰ নৈক ইংৰাজীতে “গ্লেচিয়ৰ” আৰু সাধু ভাষাত
 
চিৰ-নিহাৰ-বাহু কয়; চিৰ-নিহাৰ-সীমাৰ ওপৰলৈ থকা বৰফ, যি
 
চিৰ-নিহাৰ-বাহু কয়; চিৰ-নিহাৰ-সীমাৰ ওপৰলৈ থকা বৰফ, যি
নিহাৰ-বাহুৰ আদি তা “নিৰী” কয়। কঠিন বৰফৰ নৈ! অথবা
+
নিহাৰ-বাহুৰ আদি তাক “নিৱী” কয়। কঠিন বৰফৰ নৈ! অথবা
 
বৰফ বৈ আহে! পাঠক, আচৰিত নেমানিব। যদি তলত দিয়া কথা
 
বৰফ বৈ আহে! পাঠক, আচৰিত নেমানিব। যদি তলত দিয়া কথা
পৰীক্ষা কৰি চোৱা আৰু তাৰ পৰা জানা যে দুডোখৰ বৰফ গাই
+
পৰীক্ষা কৰি চোৱা আৰু তাৰ পৰা জানা যে দুডোখৰ বৰফ লগাই
থলেই আপুনি যোৰ খায় তেন্তে আমাৰ কথাত তোমাৰ সম্পূৰ্ণ বিশ্বাস
+
থলেই আপুনি যোৰা খায় তেন্তে আমাৰ কথাত তোমাৰ সম্পূৰ্ণ বিশ্বাস
হব। যদি দুডাল ডাৰ ওপৰত কোমোৰা এটাৰ সমান এড়োখৰ
+
হব। যদি দুডাল ডাঙ্গৰ ওপৰত কোমোৰা এটাৰ সমান এডোখৰ
 
বৰফ পথালি কৰি তাৰ ওপৰেদি পিত্তল বা লোহাৰ গুণ এডাল ঘুৰাই
 
বৰফ পথালি কৰি তাৰ ওপৰেদি পিত্তল বা লোহাৰ গুণ এডাল ঘুৰাই
 
সেই গুণাত এটা গধুৰ শিল ওলোমাই দিয়া হয় তেন্তে দেখা যাব যে
 
সেই গুণাত এটা গধুৰ শিল ওলোমাই দিয়া হয় তেন্তে দেখা যাব যে
 
কেই দাঁড় মান বেলিৰ পাছত সেই গুণাই বৰফ কাটি গৈ বৰফৰ মাজ
 
কেই দাঁড় মান বেলিৰ পাছত সেই গুণাই বৰফ কাটি গৈ বৰফৰ মাজ
 
পাইছে, কিন্তু কটাৰ চিন কতত একো নাই। এই পৰীক্ষা আৰু
 
পাইছে, কিন্তু কটাৰ চিন কতত একো নাই। এই পৰীক্ষা আৰু
ঘণ্টাদিয়েকৰ নিমিত্তে ৰাখিলে দেখা যাব যে গুণ বৰফৰ মাজে সৰকি
+
ঘণ্টাদিয়েকৰ নিমিত্তে ৰাখিলে দেখা যাব যে গুণা বৰফৰ মাজে সৰকি
 
বাহিৰ হোৱাত, শিল মাটিত পৰি আছে, অথচ গুণাই কেনি কাটিলে
 
বাহিৰ হোৱাত, শিল মাটিত পৰি আছে, অথচ গুণাই কেনি কাটিলে
তাৰ একো চিন নাই। বৰফৰ এইটো গুণ যে, তাৰ দুভোখৰ হেচি
+
তাৰ একো চিন নাই। বৰফৰ এইটো গুণ যে, তাৰ দুডোখৰ হেচি
 
লগাই থলে দুইয়ো গোট খাই এডোখৰ হয়। সাধাৰণতে কঠিন
 
লগাই থলে দুইয়ো গোট খাই এডোখৰ হয়। সাধাৰণতে কঠিন
বস্তুৰ এইটি গুণ নহয়; কেৰ তৰল বস্তুৰ দুটো গোট খাই
+
বস্তুৰ এইটি গুণ নহয়; কেৱল তৰল বস্তুৰ দুটোপা গোট খাই
এটোপা হোৰ। স্বভাৱ। বৰফৰ এনে গুণ থকাত তোমালোকে শিলা
+
এটোপা হোৱা স্বভাৱ। বৰফৰ এনে গুণ থকাত তোমালোকে শিলা
সৃষ্টিৰ সময় কে ডোখৰ বৰষুণৰ শিল মুঠিত ৰাখি ডাহৰ এজোখৰ
+
বৃষ্টিৰ সময়ত কেবা ডোখৰ বৰষুণৰ শিল মুঠিত ৰাখি ডাঙ্গৰ এডোখৰ
কৰি কৰিৰ পাৰা। এইটো বিশেষ গুণৰ কাৰণেই বৰু
+
কৰি ৰঙ্গ কৰিৰ পাৰা। এইটো বিশেষ গুণৰ কাৰণেই বৰফ