পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৫৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৯৭৬ অসমীয়া সাহিত্যৰ চানেকি। মৃত্যু ভৈলে যিত জীউ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৯৭৬|অসমীয়া সাহিত্যৰ চানেকি।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>মৃত্যু ভৈলে যিত জীউ যাই কোন থানে।
৯৭৬
যিব পিণ্ড দান দেই পায় কোন জনে॥
অসমীয়া সাহিত্যৰ চানেকি।
দুই নেত্ৰ যাই চন্দ্ৰ সূৰ্য্যৰ পাশক।
মৃত্যু ভৈলে যিত জীউ যাই কোন থানে।
অশ্বিনী কুমাৰ যাই হৰৰ পাশক॥
যিব পিণ্ড দান দেই পায় কোন জনে।

দুই নেত্ৰ যাই চন্দ্ৰ সূৰ্যৰ পাশক।
অশ্বিনী কুমাৰ যাই হৰৰ পাশক।
কৰ্ণৰ দেৱতা যাই গগণ আকাশ।
কৰ্ণৰ দেৱতা যাই গগণ আকাশ।
পাৱনী গঙ্গায়ে যাই হৰৰ কৈলাস।
পাৱনী গঙ্গায়ে যাই হৰৰ কৈলাস॥
শৰীৰৰ বলবীয লৈযান্ত বৰুণে।
শৰীৰৰ বলবীয লৈযান্ত বৰুণে।
কণ্ঠৰ সৰস্বতী যাই বিষ্ণুৰ ভৱনে।
কণ্ঠৰ সৰস্বতী যাই বিষ্ণুৰ ভৱনে॥

চাল মাংস মেধ মানে ভস্ম হুয়া যাই।
চাল মাংস মেধ মানে ভস্ম হুয়া যাই।
যেন তাটকিয়া ফুৰে টক খেলাই!
যেন তাটকিয়া ফুৰে তাটক খেলাই॥
যেহেন গৃহস্থ সবে তেজি যাই ঘৰ।
যেহেন গৃহস্থ সবে তেজি যাই ঘৰ।
মৰণ জীৱন জানা সেহি পটন্তৰ।।
মৰণ জীৱন জানা সেহি পটন্তৰ॥

যিত অন্তৰ্যামী হৰি আছে ত্ৰিদশত।
যিতো অন্তৰ্য্যামী হৰি আছে ত্ৰিদশত।
তেহে ক্ষিতি হন্তে যাই বিষ্ণুৰ পুৰত।
তেহে ক্ষিতি হন্তে যাই বিষ্ণুৰ পুৰত॥
সমস্ত দেৱতা যাই আপুনাৰ থান।
সমস্ত দেৱতা যাই আপুনাৰ থান।
কোন দেৱে তাক কবিবেক পিণ্ডদান।
কোন দেৱে তাক কৰিবেক পিণ্ডদান॥

যেন এক বৃক্ষে নানা পক্ষী লয় ঠাই।
যেন এক বৃক্ষে নানা পক্ষী লয় ঠাই।
ৰজনী প্ৰভাত ভৈলে দশ দিশে যাই।
ৰজনী প্ৰভাত ভৈলে দশ দিশে যাই॥
কোনেবা কাহাক দেখা কৰে উপকাৰ।
কোনেবা কাহাক দেখা কৰে উপকাৰ।
সেহি পটন্তৰ ভৈলা পুত্ৰৰ আমাৰ।
সেহি পটন্তৰ ভৈলা পুত্ৰৰ আমাৰ॥

মাধৱে বোলন্ত কিনে বৈষ্ণৱ প্ৰধান।
মাধৱে বোলন্ত কিনো বৈষ্ণৱ প্ৰধান।
ইহাৰ ভাৰ্য্যাৰ মই জিজ্ঞাসিবে মন।
ইহাৰ ভাৰ্য্যাৰ মই জিজ্ঞাসিবে মন॥
বৈষ্ণৱৰ মন তুষ্ট হৱে কেন কৰি।
বৈষ্ণৱৰ মন তুষ্ট হৱে কেন কৰি।
কেন মতে অন্ন খাইবে। পুত্ৰ আছে মৰি।
কেন মতে অন্ন খাইবোঁ পুত্ৰ আছে মৰি॥

টকান ধৰিয়া গৈয়া ব্ৰাহ্মণীৰ ঠাই।
টকান ধৰিয়া গৈয়া ব্ৰাহ্মণীৰ ঠাই।
ধীৰে গৈয়া ব্ৰাহ্মণীৰ পাছে পালে ঠাই।
ধীৰে গৈয়া ব্ৰাহ্মণীৰ পাছে পালে ঠাই॥
মাধৱ বদতি ওৰে শুনিয়ো ব্ৰাহ্মণী।
মাধৱ বদতি ওৰে শুনিয়ো ব্ৰাহ্মণী।
পুত্ৰ মৰি আছয় ভোজন কৰা তুমি।
পুত্ৰ মৰি আছয় ভোজন কৰা তুমি॥</poem>}}