২,৪১২
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰাকৃত-ভূগোল। হলে মিহি ভন্মৰ বৰণ লয়। বৰষুণৰ পূ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | {{rh|৬৮|প্ৰাকৃত-ভূগোল।|}} |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | |||
− | প্ৰাকৃত-ভূগোল। |
||
⚫ | |||
⚫ | |||
⚫ | |||
যে ডাৱৰত থকা বিজুলি বা তাড়িতৰ কোনো বিশেষ অৱস্থাত পানী |
যে ডাৱৰত থকা বিজুলি বা তাড়িতৰ কোনো বিশেষ অৱস্থাত পানী |
||
− | কণিকা বিলাক গোট নাখাই মেঘ |
+ | কণিকা বিলাক গোট নাখাই মেঘ স্ব{{বঙালী ৰূ}}পে থাকে আ{{বঙালী ৰু}} আন কোনো |
অৱস্থাত সেই এ গোট খাই বৰষুণ হয়। |
অৱস্থাত সেই এ গোট খাই বৰষুণ হয়। |
||
+ | |||
− | ওপৰত দিয়া চাৰিবিধ মেঘৰ |
+ | {{gap}} ওপৰত দিয়া চাৰিবিধ মেঘৰ যোগত আ{{বঙালী ৰু}} তিনি বিধ মেঘ হয় |
− | তাৰ নাম অলক-স্তুপ, অলক-স্তৰ |
+ | তাৰ নাম অলক-স্তুপ, অলক-স্তৰ আ{{বঙালী ৰু}} স্তুপ-স্তৰ। নামৰ পৰা যেনে |
অৰ্থ বোধ হয়, ই বিলাক তেনে দু বিধ মূল মেঘৰ মাধ্যমিক। অলক- |
অৰ্থ বোধ হয়, ই বিলাক তেনে দু বিধ মূল মেঘৰ মাধ্যমিক। অলক- |
||
− | + | স্তুপক জহ কালি বেচিকৈ দেখি; গৰম খৰাঙ্গ দিনত ই ওলায়; |
|
সাধাৰণতে তাক মাচ বাকলীয়া বা কোৰ চপৰীয়া মেঘ কয়; কাৰণ |
সাধাৰণতে তাক মাচ বাকলীয়া বা কোৰ চপৰীয়া মেঘ কয়; কাৰণ |
||
মাচৰ বাকলিৰ দৰে অলক-স্তুপ মেঘ বিলাক সুপি-সুপি হৈ |
মাচৰ বাকলিৰ দৰে অলক-স্তুপ মেঘ বিলাক সুপি-সুপি হৈ |
||
অন্তৰত থাকি আকাশ ঢাকি থাকে। স্তুপ-স্তৰ মেঘৰ পৰাই ডাৱৰ |
অন্তৰত থাকি আকাশ ঢাকি থাকে। স্তুপ-স্তৰ মেঘৰ পৰাই ডাৱৰ |
||
হয়। |
হয়। |
||
+ | |||
− | + | {{gap}} আকাশত মেঘ ওপঙ্গি থকাৰ কাৰণ, অনেকে অনেক প্ৰকাৰে |
|
− | + | দিএ। কিন্তু তলত দিয়াটি এই যথাৰ্থ বুলি, বহুতৰ মনে ধৰে। |
|
− | তেওঁ বিলাকৰ মতে “মেঘ বা কুঙলি |
+ | তেওঁ বিলাকৰ মতে “মেঘ বা কুঙলি স{{বঙালী ৰু}} স{{বঙালী ৰু}} পানী কণিকাৰ |
সমষ্টি। বতাহত যি দৰে অত্যন্ত মিহি ধুলি বা চূণ-গুৰি ওপঙ্গি |
সমষ্টি। বতাহত যি দৰে অত্যন্ত মিহি ধুলি বা চূণ-গুৰি ওপঙ্গি |
||
ফুৰিব পাৰে সেই দৰে তলৰ পৰা উঠি যোৱা বতাহৰ বেগত এই |
ফুৰিব পাৰে সেই দৰে তলৰ পৰা উঠি যোৱা বতাহৰ বেগত এই |
||
− | মেঘ |
+ | মেঘ {{বঙালী ৰূ}}পত থকা পানী-কণিকা বিলাকো উড়ি ফুৰে। তললৈ |
যে মেঘ কেতিয়াও সৰি পৰা নেদেখি সি কেৱল দেখাতহে তেনে। |
যে মেঘ কেতিয়াও সৰি পৰা নেদেখি সি কেৱল দেখাতহে তেনে। |
||
যথাৰ্থতে মেঘো ক্ৰমে ক্ৰমে তললৈ পৰে কিন্তু যিমান ভাগ নামে |
যথাৰ্থতে মেঘো ক্ৰমে ক্ৰমে তললৈ পৰে কিন্তু যিমান ভাগ নামে |
||
− | সিমান ভাগ তলৰ তপত বায়ু পাই পুনৰ নেদেখা হোৱাত |
+ | সিমান ভাগ তলৰ তপত বায়ু পাই পুনৰ নেদেখা হোৱাত আ{{বঙালী ৰু}} |
মেঘৰ ওপৰ ভাগত ক্ৰমে নতুনকৈ ঘনীভূত হোৱা ভাপৰ যোগ |
মেঘৰ ওপৰ ভাগত ক্ৰমে নতুনকৈ ঘনীভূত হোৱা ভাপৰ যোগ |
||
হোৱাত মেঘবিলাক একে ঠাইতে থকা যেন অনুমান হয়।” |
হোৱাত মেঘবিলাক একে ঠাইতে থকা যেন অনুমান হয়।” |
||
+ | |||
− | + | {{gap}}মেঘৰ বৰণ সদাই একে নাথাকে, নানা সময়ত নানা ৰঙ ধৰে। |
|
− | ৰৰণৰ সৰ্ব্ব মূল |
+ | ৰৰণৰ সৰ্ব্ব মূল সূৰ্য্যৰ কিৰণ। সূৰ্য্য-কিৰণৰ শ্বেতবৰ্ণ, সাত মূলবৰ্ণৰ |
টা সম্পাদনা