২,৪১২
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানীৰ ৰূপ ভেদ। পৰা উৎপন্ন; সেই সাতটি বৰণ ইন্দ্ৰ- ধ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | {{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৬৭}} |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | |||
− | পানীৰ ৰূপ ভেদ। |
||
⚫ | |||
⚫ | |||
⚫ | |||
− | ধত দেৰ্থিবলৈ পোৱা যায়। |
||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
কৰা উচিত। |
কৰা উচিত। |
||
+ | |||
− | মেঘৰ কণিকা-কণিকা পানী টোপা বিলাক গোট খাই ডাঙ্গৰ |
+ | {{gap}}মেঘৰ কণিকা-কণিকা পানী টোপা বিলাক গোট খাই ডাঙ্গৰ |
− | আৰু গধুৰ হলেই বৰষুণ হয়। যদি নামি |
+ | আৰু গধুৰ হলেই বৰষুণ হয়। যদি নামি আহোঁতে বাটত খৰাঙ্গ |
− | এতৰপ |
+ | এতৰপ বায়ুৰ মাজেদি নামি আহে, তেনে তাৰ সৰহ ভাগ তাতে |
− | শোহে বা পুনৰ ভাপ |
+ | শোহে বা পুনৰ ভাপ হয়; নামি অহা বৰষুণৰ টোপা বিলাক অতি |
− | ক্ষুদ্ৰ হৈ “মেঘে কণিকীয়াই”। সকল দেশত সমানে বৰষুণ নহয় : |
+ | ক্ষুদ্ৰ হৈ “মেঘে কণিকীয়াই”। সকল দেশত সমানে বৰষুণ নহয় :— |
⚫ | |||
+ | |||
⚫ | |||
⚫ | |||
⚫ | |||
ক্ৰমে কম। |
ক্ৰমে কম। |
||
+ | |||
− | (২) সমান ঠাইতকৈ |
+ | {{gap}}(২) সমান ঠাইতকৈ পৰ্ব্বতীয়া ঠাইত বেচি বৰষুণ হয় তাৰ |
কাৰণ ওপৰত উল্লেখ কৰা হৈছে। |
কাৰণ ওপৰত উল্লেখ কৰা হৈছে। |
||
+ | |||
− | (৩) সাগৰৰ ভাপে প্ৰথমতে সাগৰৰ |
+ | {{gap}}(৩) সাগৰৰ ভাপে প্ৰথমতে সাগৰৰ দাঁতিৰ প্ৰদেশ বিলাক পায়; |
− | এই হেতু অন্তৰৰ ঠাই বিলাকতকৈ সাগৰৰ |
+ | এই হেতু অন্তৰৰ ঠাই বিলাকতকৈ সাগৰৰ দাঁতিৰ দেশ বিলাকত |
বৰষুণ সৰহ। এই তিনি নিয়মেৰেই যেই সেই ঠাইৰ বৰষুণৰ পৰি- |
বৰষুণ সৰহ। এই তিনি নিয়মেৰেই যেই সেই ঠাইৰ বৰষুণৰ পৰি- |
||
মাণৰ প্ৰভেদ হয়। |
মাণৰ প্ৰভেদ হয়। |
||
+ | |||
− | মোঙ্গলীয়াৰ |
+ | {{gap}} মোঙ্গলীয়াৰ গোবি ম{{বঙালী ৰু}} প্ৰদেশ, তিব্বত দেশৰ অধিত্যক, পাৰস্য |
− | দেশৰ মাজভাগ, আৰৰ দেশৰ উত্তৰ ভাগ, মিশৰ দেশৰ |
+ | দেশৰ মাজভাগ, আৰৰ দেশৰ উত্তৰ ভাগ, মিশৰ দেশৰ সাহাৰা |
− | + | ম{{বঙালী ৰু}}ভূমি প্ৰভৃতি কোনো কোনো ঠাইত প্ৰায় কেতিয়াও বৰষুণ |
|
− | নহয়। এই বিলাকৰ কোনো ঠাইত |
+ | নহয়। এই বিলাকৰ কোনো ঠাইত ২০।৩০ বছৰৰ অন্তৰত দুজাক |
− | বা এজাক, কোনো ঠাইত বছৰত দুজাক |
+ | বা এজাক, কোনো ঠাইত বছৰত দুজাক মান বৰষুণ হয়। পি{{বঙালী ৰু}} |
− | দেশত |
+ | দেশত বৰষুণ হোৱা এটা বৰ উৎপাতৰ কথা তাৰ অনেকে বৰষুণ |
টা সম্পাদনা