পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৭৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পানীৰ ৰূপ ভেদ। বলা যায় সি সকলোতকৈ ওখত থাকে আৰু দে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||পানীৰ {{বঙালী ৰূ}}প ভেদ।|৬৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
বোলা যায় সি সকলোতকৈ ওখত থাকে আ{{বঙালী ৰু}} দেখিবলৈ কমোৱা
পানীৰ ৰূপ ভেদ।
বলা যায় সি সকলোতকৈ ওখত থাকে আৰু দেখিবলৈ কমোৱা
তুলা বা চুলিৰ নিচিনা; সেই নিমিত্তেই অলক নাম দিয়া হয়। অলক
তুলা বা চুলিৰ নিচিনা; সেই নিমিত্তেই অলক নাম দিয়া হয়। অলক
মেঘ থকা সিমান ওখৰ জাৰলৈ মন কৰিলে অনুমান হয়, অলক
মেঘ থকা সিমান ওখৰ জাৰলৈ মন কৰিলে অনুমান হয়, অলক
মেঘ বৰফৰ দৰে টান হোৱা কুণিকা পানীৰ সমষ্টি; সেই কাৰণেই
মেঘ বৰফৰ দৰে টান হোৱা কণিকা পানীৰ সমষ্টি; সেই কাৰণেই
বৰফৰ দানাত দেখাৰ দৰে তাত মড়ল, কিৰীটাকৃতি, কম চৰাই
বৰফৰ দানাত দেখাৰ দৰে তাত মড়ল, কিৰীটাকৃতি, কাম চৰাই
পাখিৰ বৰণাদি ৰঙ্গযুক্ত দৃশ্য বিলাক দেখা যায়। এই বিধ মেঘ
পাখিৰ বৰণাদি ৰঙ্গযুক্ত দৃশ্য বিলাক দেখা যায়। এই বিধ মেঘ
ওলায়ে বতৰ সলনি হব বুলি জনা যায়। '
ওলায়ে বতৰ সলনি হব বুলি জনা যায়।

স্তুপ মেঘ বিলাক দেখিবলৈ ওপৰে ধুনীয়া আৰু তলসন,
{{gap}} স্তুপ মেঘ বিলাক দেখিবলৈ ওপৰে ধুনীয়া আৰু তলী সমান,
আকৃতি উঠি যোৱা ধোৱাৰ নিচিনা। কেতিয়াবা শুকুলা পৰ্ব্বত
আকৃতি উঠি যোৱা ধোঁৱাৰ নিচিনা। কেতিয়াবা শুকুলা পৰ্ব্বত
বিলাক থকাৰ দৰে থাকে। জাৰু কালিতকৈ জহ, কালি ইয়াক
বিলাক থকাৰ দৰে থাকে। জাৰ কালিতকৈ জহ, কালি ইয়াক
সৰহকৈ দেখা যায়। ৰাতিপুৱা ভাগত ওলায় আৰু সন্ধ্যা ভাগলৈ
সৰহকৈ দেখা যায়। ৰাতিপুৱা ভাগত ওলায় আৰু সন্ধ্যা ভাগলৈ
পমি নাইকিয়া হয়। কিন্তু নপমি যদি ক্ৰমে বাঢ়ি থাকে আৰু
পমি নাইকিয়া হয়। কিন্তু নপমি যদি ক্ৰমে বাঢ়ি থাকে আ{{বঙালী ৰু}}
ঘাইকৈ যদি তাৰ ওপৰত অলক মেঘ ওলায় তেন্তে বৰষুণ বা ধুমুহা
ঘাইকৈ যদি তাৰ ওপৰত অলক মেঘ ওলায় তেন্তে বৰষুণ বা ধুমুহা
হবৰ সম্ভব।
হবৰ সম্ভব।

স্তপ মেঘ সূৰ্য অস্ত হোৱাৰ পাছত ওলায় আৰু সূৰ্যোদয়ৰ সম-
{{gap}} স্তুপ মেঘ সূৰ্য্য অস্ত হোৱাৰ পাছত ওলায় আ{{বঙালী ৰু}} সূৰ্য্যোদয়ৰ সময়ত
যত গুছে। ই তৰপে তৰপে সমান হৈ পথালি ভাৱে থাকে। ইয়াক
গুছে। ই তৰপে তৰপে সমান হৈ পথালি ভাৱে থাকে। ইয়াক
ওপৰত কৈ অহা দুইও বিধতকৈ চাপৰত দেখি। ইয়াক শৰৎ কালত
ওপৰত কৈ অহা দুইও বিধতকৈ চাপৰত দেখি। ইয়াক শৰৎ কালত
সৰহকৈ দেখা যায়; আৰু ই বসন্তত প্ৰায় নাথাকে।
সৰহকৈ দেখা যায়; আ{{বঙালী ৰু}} ই বসন্তত প্ৰায় নাথাকে।

বৰ্ষপদ মেঘ বা ডাৱৰ; যদিও কোনো ইয়াক মূল মেঘ বুলি
{{gap}} বৰ্ষপদ মেঘ বা ডাৱৰ; যদিও কোনো ইয়াক মূল মেঘ বুলি
ধৰে, ই যথাৰ্থ পক্ষে ওপৰৰ তিনিও বিধৰ যোগৰ পৰা উৎপন্ন হয়।
ধৰে, ই যথাৰ্থ পক্ষে ওপৰৰ তিনিও বিধৰ যোগৰ পৰা উৎপন্ন হয়।
ইহাৰ কোনো নিশ্চিত আকৃতি নাই অৱস্থামতে নানা আকৃতি লয়।
ইহাৰ কোনো নিশ্চিত আকৃতি নাই অৱস্থামতে নানা আকৃতি লয়।
ইয়াৰ বৰণ ভস্মৰ নিচিনা আৰু কাসৰটো উঠা-নমা। দেখিবলৈ
ইয়াৰ বৰণ ভস্মৰ নিচিনা আ{{বঙালী ৰু}} কাসৰটো উঠা-নমা। দেখিবলৈ
জুইৰ ধোৱাৰে সৈতে একে; ই এটাই বিধতকৈ তলত থাকে; মাটিৰ
জুইৰ ধোঁৱাৰে সৈতে একে; ই এটাই বিধতকৈ তলত থাকে; মাটিৰ
ওপৰৰ পৰা ১০০০/১৫০০ হাতৰ অন্তৰতে ধোৱাৰ দৰে কেতিয়াবা
ওপৰৰ পৰা ১০০০|১৫০০ হাতৰ অন্তৰতে ধোৱাৰ দৰে কেতিয়াবা
বেগে উড়ি যোৱা দেখি। প্ৰথমে উৎপন্ন হওতে এই মেঘৰ বৰণ
বেগে উড়ি যোৱা দেখি। প্ৰথমে উৎপন্ন হওতে এই মেঘৰ বৰণ
ঘোৰ কৃষ্ণবৰ্ণ বা বেঙ্গুনীয়া ৰঙ থাকে; কিন্তু বৰষুণ ৰূপলৈ পৈশত
ঘোৰ কৃষ্ণবৰ্ণ বা বেঙ্গুনীয়া ৰঙ থাকে; কিন্তু বৰষুণ {{বঙালী ৰূ}}পলৈ পৈণত