অ’ মোৰ আপোনাৰ দেশ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
শুদ্ধ
৯ নং শাৰী:
}}
<poem>
অ’ মোৰ আপোনাৰ দেশ!
অ’ মোৰ চিকুণী দেশ!
এনেখন সুৱলা,
এনেখন সুফলা
এনেখন মৰমৰ দেশ ।দেশ।
 
অ’ মোৰ সুৰীয়া মাত!
অসমৰ সুৱদি মাত!
পৃথিৱীৰ ক'তো
বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।পাত।
 
অ’ মোৰ ওপজা ঠাই!
অ’ মোৰ অসমী আই!
চাই লওঁ এবাৰতোমাৰ মুখনি তোমাৰ
মুখনি এবাৰ
হেঁপাহ মোৰ পলোৱা নাই ।নাই।
</poem>
 
[[Category:লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্মকবিতা]]
[[Category:জাতীয় সংগীত]]