পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৩৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দাতাকৰ্ণ। ব্ৰাহ্মণক দেখি দ্বাৰী ভয় ভৈলা মনে। কৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||দাতাকৰ্ণ।|৯৫৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>ব্ৰাহ্মণক দেখি দ্বাৰী ভয় ভৈলা মনে।
দাতাকৰ্ণ।
ব্ৰাহ্মণক দেখি দ্বাৰী ভয় ভৈলা মনে।
কৰ্ণৰ নিকটে দ্বাৰী চলিলা তেখনে॥
কৰ্ণৰ নিকটে দ্বাৰী চলিল তেখনে।
ৰাজাৰ আগত যাই দ্বাৰী কহে পাছে।
ৰাজাৰ আগত যাই দ্বাৰী কহে পাছে।
বৃদ্ধ ব্ৰাহ্মণ এক দ্বাৰে আসি আছে।
বৃদ্ধ ব্ৰাহ্মণ এক দ্বাৰে আসি আছে॥
ব্ৰাহ্মাণৰ নাম শুনি কুন্তীৰ নন্দন।।
ব্ৰাহ্মাণৰ নাম শুনি কুন্তীৰ নন্দন।
শীঘ্ৰগতি আইলা যথা আচয় ব্ৰাহ্মণ।।
শীঘ্ৰগতি আইলা যথা আচয় ব্ৰাহ্মণ॥
ৰাজা বোলে আজি মোৰ সাৰ্থক জীৱন।
ৰাজা বোলে আজি মোৰ সাৰ্থক জীৱন।
পাদ্য অৰ্ঘ দিয়া দিল বসিতে আসন
পাদ্য অৰ্ঘ দিয়া দিলা বসিতে আসন॥
গলত বসন দিয়া যোৰহাতে কয়।
গলত বসন দিয়া যোৰহাতে কয়।
কোন কাৰ্যে আগমন কহ! মহাশয়।
কোন কাৰ্য্যে আগমন কহা মহাশয়॥
ব্ৰাহ্মণে বোলয় ৰাজা শুনহ বচন।
ব্ৰাহ্মণে বোলয় ৰাজা শুনহ বচন।
শুনি আছো ৰাজা তুমি বৰ পুণ্যবান।
শুনি আছো ৰাজা তুমি বৰ পুণ্যবান॥
কালি কৰি আছো মই ব্ৰত একাদশী।
কালি কৰি আছো মই ব্ৰত একাদশী।
ভোজন কৰায়ে মোক আছে। উপবাসি।
ভোজন কৰায়ো মোক আছে উপবাসি॥
আৰু এক আছে মোৰ মনৰ ভাবনা।
আৰু এক আছে মোৰ মনৰ ভাবনা।
মাংস বিনা আমাৰ যে নহয় ভোজন।
মাংস বিনা আমাৰ যে নহয় ভোজন॥
মাংসক আনিয়া মোক দিয়ে মহাশয়।
মাংসক আনিয়া মোক দিয়ে মহাশয়।
ভোজন আমাৰ তেবে বৰ তুষ্ট হয়।
ভোজন আমাৰ তেবে বৰ তুষ্ট হয়॥
কৰ্ণ বোলে দ্বিজবৰ মন স্থিৰ কৰা।
কৰ্ণ বোলে দ্বিজবৰ মন স্থিৰ কৰা।
আনিবো পশুৰ মাংস যত খাইতে পাৰা।
আনিবো পশুৰ মাংস যত খাইতে পাৰা॥
ব্ৰাহ্মণে বোলয় শুনা কৰ্ণ মহাশয়।
ব্ৰাহ্মণে বোলয় শুনা কৰ্ণ মহাশয়।
ভোজন কৰায়ে শীঘ্ৰে দুখ পাও মই।
ভোজন কৰায়ো শীঘ্ৰে দুখ পাও মই॥
ৰাজা বোলে শুনিয়োক ব্ৰাহ্মণ ঠাকুৰ।
ৰাজা বোলে শুনিয়োক ব্ৰাহ্মণ ঠাকুৰ।
ক্ষেণেক থাকহ মাংস আনিবে প্ৰচুৰ।
ক্ষেণেক থাকহ মাংস আনিবে প্ৰচুৰ॥
পক্ষী মাংস মৃগ মাংস যি ৰুচি হয়।
পক্ষী মাংস মৃগ মাংস যি ৰুচি হয়।
আজ্ঞা কৰা কিবা মাংস আনি দিবো মই।
আজ্ঞা কৰা কিবা মাংস আনি দিবো মই॥
ব্ৰাহ্মণে বোলয় ৰাজা কিবা দিতে না।
ব্ৰাহ্মণে বোলয় ৰাজা কিবা দিতে নৰা।
তেবেসে কহিবো আগে অঙ্গীকাৰ কৰা।
তেবেসে কহিবো আগে অঙ্গীকাৰ কৰা॥
ৰাজা বোলে অঙ্গীকাৰ অন্যথা নহয়।
ৰাজা বোলে অঙ্গীকাৰ অন্যথা নহয়।
যিবা মাংস খাইবে খোজা তাহা দিবে মই।
যিবা মাংস খাইবে খোজা তাহা দিবো মই॥</poem>}}