পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৬৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সমুদ্ৰৰ সঞ্চালন। তাৰ পৰা ২০ অশলৈকে আৰু অন্য ফালে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||সমুদ্ৰৰ সঞ্চালন।|৫৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
তাৰ পৰা ২০° অংশলৈকে আৰু অন্য ফালে তাৰ পৰা ২০° অংশলৈকে
সমুদ্ৰৰ সঞ্চালন।
যুৰি মহা প্ৰবাহ হৈ, স্থিৰ সমুদ্ৰ পাৰ হৈছে। কিন্তু আশিয়াৰ কঠিন
তাৰ পৰা ২০ অশলৈকে আৰু অন্য ফালে তাৰ পৰা ২০ অংশলৈকে
মুৰি মহা প্ৰবাহ হৈ, স্থিৰ সমুদ্ৰ পাৰ হৈছে। কিন্তু আশিয়াৰ কঠিন
পাৰ পাই আৰু তাৰ অগ্নিকোণে থকা অষ্ট্ৰেলিয়া আদি দ্বীপ শ্ৰেণীৰ
পাৰ পাই আৰু তাৰ অগ্নিকোণে থকা অষ্ট্ৰেলিয়া আদি দ্বীপ শ্ৰেণীৰ
প্ৰতিবন্ধকতা পাই কেবা সোঁতা হয়। তাৰে এসে জাপাল দ্বীপ
প্ৰতিবন্ধকতা পাই কেবা সোঁতা হয়। তাৰে এসোতা জাপাল দ্বীপৰ
পাৰে উলটি গৈ সেইএ আকৌ দোসেত হৈ এঠাল বেহাৰিং প্ৰণালী
পাৰে উলটি গৈ সেইএ আকৌ দোসোঁতা হৈ এঠাল বেহাৰিং প্ৰণালী
ভেদ কৰি সুমেৰু সমুদ্ৰত লয় পাইছে; আন ঠাল,স্থিৰ সমুদ্ৰ ঘুৰি
ভেদ কৰি সুমে{{বঙালী ৰু}} সমুদ্ৰত লয় পাইছে; আন ঠালে স্থিৰ সমুদ্ৰ ঘুৰি
পাৰ হৈ, উত্তৰ আমেৰিকাৰ পাৰে পাৰে দক্ষিণ লৈ গৈ পুনৰ ঘাই
পাৰ হৈ, উত্তৰ আমেৰিকাৰ পাৰে পাৰে দক্ষিণ লৈ গৈ পুনৰ ঘাই
সেততে পৰিছে। ঘাই নিৰক্ষ বৃত্তৰ সোঁতাৰে আন এসেতা
সোঁতাতে পৰিছে। ঘাই নিৰক্ষ বৃত্তৰ সোঁতাৰে আন এসোঁতা
বৰ্ণীও আৰু অষ্ট্ৰেলিয়া দ্বীপৰ মাজেদি সৰকি ক্ষীণ কলেৱৰ হৈ, নিৰক্ষ
বৰ্ণীও আ{{বঙালী ৰু}} অষ্ট্ৰেলিয়া দ্বীপৰ মাজেদি সৰকি ক্ষীণ কলেৱৰ হৈ, নিৰক্ষ
বৃৰ দক্ষিণে ভাৰত সমুদ্ৰ পাৰ হৈছে। কিন্তু মাডাগাস্কৰ দ্বীপ
বৃত্তৰ দক্ষিণে ভাৰত সমুদ্ৰ পাৰ হৈছে। কিন্তু মাডাগাস্কৰ দ্বীপ
থকা গুণে অন্তৰতে দোসেত হয়; এসো এই দ্বীপ আৰু
থকা গুণে অন্তৰতে দোসোঁতা হয়; এসোঁতা এই দ্বীপ আ{{বঙালী ৰু}}
আফ্ৰিকা দুইৰৰ মাজে গৈ মজাম্বিক সোঁত নাম লৈ, ই সোঁতা
আফ্ৰিকা দুইৰো মাজে গৈ মজাম্বিক সোঁতা নাম লৈ, ই সোঁতা
উত্তমাশা অন্তৰীপলৈ পোনাই গৈ দুইও তাতে আকৌ লগ
উত্তমাশা অন্তৰীপলৈ পোনাই গৈ দুইও তাতে আকৌ লগ
লাগিছে। তাৰ পাছে উত্তমাশা অন্তৰীপেদি ঘূৰি আফিকাৰ পশ্চিম
লাগিছে। তাৰ পাছে উত্তমাশা অন্তৰীপেদি ঘূৰি আফিকাৰ পশ্চিম
পাৰে পাৰে গৈ অগ্নিকোণী গতি-নিবন্ধ বতাহৰ পৰা নতুন বল পাই
পাৰে পাৰে গৈ অগ্নিকোণী গতি-নিবন্ধ বতাহৰ পৰা নতুন বল পাই
নিৰক্ষ বৃত্তৰ ওচৰেদি আটলান্টিক সমুদ্ৰ পাৰ হয়। কিন্তু ব্ৰেজীলৰ
নিৰক্ষ বৃত্তৰ ওচৰেদি আটলান্টিক সমুদ্ৰ পাৰ হয়। কিন্তু ব্ৰেজীলৰ
বঠিৰ মুৰৰ নিচিনা জোঙ্গা পাৰে পাই তাক দুভাগ কৰি এ-
বঠিৰ মুৰৰ নিচিনা জোঙ্গা পাৰে পাই তাক দুভাগ কৰি এসোঁতাক
সোঁতাক তাৰ উত্তৰে আৰু আন সেতাক তাৰ দক্ষিণ পাৰে পঠা-
তাৰ উত্তৰে আৰু আন সোঁতাক তাৰ দক্ষিণ পাৰে পঠাইছে।
ইছে। দক্ষিণৰ সোঁতাই পূৰ্বে কৈ অহা হৰ অন্তৰীপেদি ঘুৰা
দক্ষিণৰ সোঁতাই পূৰ্ব্বে কৈ অহা হৰণ্‌ অন্তৰীপেদি ঘুৰা
সোঁতাৰ ওভোতা সোঁত পাই, উভতি আহি উত্তমাশা অন্তৰীপৰ
সোঁতাৰ ওভোতা সোঁতা পাই, উভতি আহি উত্তমাশা অন্তৰীপৰ
দক্ষিণে, পাৰৰ পৰা কিছুমান অন্তৰেদি, অষ্ট্ৰেলিয়া পৰ্যন্ত পূবলৈ
দক্ষিণে, পাৰৰ পৰা কিছুমান অন্তৰেদি, অষ্ট্ৰেলিয়া পৰ্য্যন্ত পূবলৈ
বৈ গৈ বৰ পকনীয়াৰ দৰে আকৌ নিৰক্ষ বৃত্তৰ সোঁতাত মিল হৈছে।
বৈ গৈ বৰ পকনীয়াৰ দৰে আকৌ নিৰক্ষ বৃত্তৰ সোঁতাত মিল হৈছে।
এই হেতু এই সেতাক দক্ষিণৰ “যোৰ” সে কয়। ব্ৰেৰীৰ
এই হেতু এই সেতাক দক্ষিণৰ “যোৰ” সোঁতা কয়। ব্ৰেজীলৰ
উত্তৰ পাৰে দি যোৱা সোতা কেৰিবিয়েন সাগৰে গৈ মেক্সিকো
উত্তৰ পাৰে দি যোৱা সোঁতা কেৰিবিয়েন সাগৰে গৈ মেক্সিকো
উপসাগৰ সোমাই তাৰ পাৰৰ ভাঁজে ভাঁজে গৈ “মোড়” সেতা
উপসাগৰ সোমাই তাৰ পাৰৰ ভাঁজে ভাঁজে গৈ “মোড়” সোঁতা
নাম লৈ ফুৰি উপদ্বীপৰ দক্ষিণে ওলাই ইউনাইটেষ্টেটৰ পাৰে
নাম লৈ ফ্লৰিডা উপদ্বীপৰ দক্ষিণে ওলাই ইউনাইটেড্‌ষ্টেটৰ পাৰে