পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/১৯৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কবিৰাজ চক্ৰবৰ্তী। | আত্ম পৰিচয়। ইন্দ্ৰৰ বংশত ৰু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
কবিৰাজ চক্ৰবৰ্তী।
{{center|{{Xx-larger|'''কবিৰাজ চক্ৰবৰ্ত্তী।'''}}}}

| আত্ম পৰিচয়।
{{Css image crop
ইন্দ্ৰৰ বংশত ৰুদ্ৰসিংহ নৰপতি।
|Image = অসমীয়া_সাহিত্যৰ_চানেকি_v2p3.djvu
সৌমাৰ দেশৰ পতি ভৈলা মহামতি।
|Page = 197
|bSize = 329
|cWidth = 66
|cHeight = 14
|oTop = 134
|oLeft = 150
|Location = center
|Description =
}}

{{center|{{larger|আত্ম পৰিচয়।}}}}

{{Block center|<poem>ইন্দ্ৰৰ বংশত ৰুদ্ৰসিংহ নৰপতি।
সৌমাৰ দেশৰ পতি ভৈলা মহামতি॥
যাৰ শুদ্ধ যশে পূৰি আছে বসুমতী।
যাৰ শুদ্ধ যশে পূৰি আছে বসুমতী।
হৰি হৰ দুৰ্গা পাৱে যাৰ সদা ৰতি॥
হৰি হৰ দুৰ্গা পাৱে যাৰ সদা ৰতি॥

তাহাৰ প্ৰথম পুত্ৰ শিৱসিংহ ৰাই।
তাহাৰ প্ৰথম পুত্ৰ শিৱসিংহ ৰাই।
দেৱতা বিপ্ৰত ভক্তিমন্ত শুদ্ধ কাই।
দেৱতা বিপ্ৰত ভক্তিমন্ত শুদ্ধ কাই॥
ধৈৰ্যত সাগৰ সম ক্ৰোধত অগনি।
ধৈৰ্য্যত সাগৰ সম ক্ৰোধত অগনি।
প্ৰতাপত সাক্ষাৎ যেন প্ৰচণ্ড দিনমণি।
প্ৰতাপত সাক্ষাৎ যেন প্ৰচণ্ড দিনমণি॥

দানত কৰ্ণৰ সম ক্ষমা ধৰণী।।
দানত কৰ্ণৰ সম ক্ষমাত ধৰণী।
যশস্বীৰ মধ্যে যাক প্ৰথমতে গণি।
যশস্বীৰ মধ্যে যাক প্ৰথমতে গণি॥
কৰ্পৰ দৰ্প হৰে যাৰ ৰূপ দেখি।
কৰ্পৰ দৰ্প হৰে যাৰ ৰূপ দেখি।
কামিনী বিমোহ হৱে যাহাক নিৰেখি।
কামিনী বিমোহ হৱে যাহাক নিৰেখি॥

নামত প্ৰথমেশ্বৰী শুদ্ধ সুক্ষা জায়।
নামত প্ৰথমেশ্বৰী শুদ্ধ সুক্ষ্ম জায়া।
ইন্দ্ৰৰ ৰমণী যেন আদিত্যৰ ছায়া।
ইন্দ্ৰৰ ৰমণী যেন আদিত্যৰ ছায়া॥
কমল লোচনী বৰবাল চন্দ্ৰমুখী।
কমল লোচনী বৰবালা চন্দ্ৰমুখী।
যাহাৰ দৰ্শনে নৰ নাৰী হৱে সুখী।
যাহাৰ দৰ্শনে নৰ নাৰী হৱে সুখী॥

ৰাত্ৰি দিনে স্বামী পাৱে কৰন্ত ভকতি।
ৰাত্ৰি দিনে স্বামী পাৱে কৰন্ত ভকতি।
দেৱ দ্বিজ শুশ্ৰষাত সদ। যাৰ ৰতি।
দেৱ দ্বিজ শুশ্ৰুষাত সদা যাৰ ৰতি॥
স্বামীৰ আজ্ঞাক কিঞ্চিতেকো নলঙ্ঘয়।
স্বামীৰ আজ্ঞাক কিঞ্চিতেকো নলঙ্ঘয়।
দুৰ্গা পদপঙ্কজক সততে সেৱয়।।
দুৰ্গা পদপঙ্কজক সততে সেৱয়॥</poem>}}