পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১১০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১০০ প্ৰাকৃত-ভূগোল। বোধ হয় যেন মাটিৰ তলৰ পৰা এখন ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১০০|প্ৰাকৃত-ভূগোল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
১০০
প্ৰাকৃত-ভূগোল।
বোধ হয় যেন মাটিৰ তলৰ পৰা এখন নৈহৈ ফুটি ওপৰলৈ উঠিছে
বোধ হয় যেন মাটিৰ তলৰ পৰা এখন নৈহৈ ফুটি ওপৰলৈ উঠিছে
কোনোটোৰ পৰা অত্যন্ত কম পাণী উঠে; কোনো মতে সৰু
কোনোটোৰ পৰা অত্যন্ত কম পানী উঠে; কোনো মতে সৰু
চিৰ্চিৰিয়া জান এটিকহে তাৰ পানীএ যোৰে। সকলো উৎস
চিৰ্চিৰিয়া জান এটিকহে তাৰ পানীএ যোৰে। সকলো উৎস
চিৰোদগমন বা চিৰকাল পানী উৎক্ষেপণ কাৰী নহয়; কোননাটোৰ
চিৰোদগমন বা চিৰকাল পানী উৎক্ষেপণ কাৰী নহয়; কোনোটোৰ
মাই দিয়ে পানী উঠি আন কিমাহ বন্ধ থাকে। কম নগৰত এটি
মাহ দিয়েক পানী উঠি আন কিমাহ বন্ধ থাকে। কম নগৰত এটি
উৎস আছে ৮টাই পতি তাব পানীৰ হ্ৰাস বৃদ্ধি হয়। ক্ৰাঞ্চ দেশৰ
উৎস আছে ঘণ্টাই পতি তাৰ পানীৰ হ্ৰাস বৃদ্ধি হয়। ফ্ৰাঞ্চ দেশৰ
কল-মাৰ নগৰত এটা উৎস আছে সি ঘন্টাত আঠ বাৰ মুকলি হয়
কল-মাৰ নগৰত এটা উৎস আছে সি ঘণ্টাত আঠ বাৰ মুকলি হয়
আক কাঠ ৰাৰ বন্ধ হয়। ওপৰত লিখা মহা গাইচৰ আৰু খঙ্গাল
আৰু কাঠ বাৰ বন্ধ হয়। ওপৰত লিখা মহা গাইচৰ আৰু খঙ্গাল
উৎস দুটা ক্ষণোদগমন শ্ৰেণীৰ। পৃথিবীৰ স্তৰৰ, বিশেষ ভাজৰ কাৰণে
উৎস দুটা ক্ষণোদগমন শ্ৰেণীৰ। পৃথিবীৰ স্তৰৰ, বিশেষ ভাজৰ কাৰণে
এনে ক্ষণোদগমন হয়। কিন্তু গাইচৰ আৰু খঙ্গ ক্ষণোত
এনে ক্ষণোদগমন হয়। কিন্তু গাইচৰ আৰু খঙ্গ ক্ষণোদ্গত
উষ্ণ উৎসৰ আম কাৰণ আছে। ফুণ, বালি ইত্যাদি যি বস্তু উৎসৰ
উষ্ণ উৎসৰ আন কাৰণ আছে। চূণ, বালি ইত্যাদি যি বস্তু উৎসৰ
ননীৰ মাজে আহে তাৰ দ্বাৰা নলী বন্ধ হলে উৎস বন্ধ হয়; কিন্তু
নলীৰ মাজে আহে তাৰ দ্বাৰা নলী বন্ধ হলে উৎস বন্ধ হয়; কিন্তু
সেই সোপাৰ তলত তপত পানীৰ ভাপ গোটই অন্তত প্ৰবল হৈ
সেই সোপাৰ তলত তপত পানীৰ ভাপ গোটই অন্তত প্ৰবল হৈ
ভূমিকম্প, গৰ্জন ইত্যাদি কৰি সোপা ওফৰাই পঠায়; আৰু লগত
ভূমিকম্প, গৰ্জ্জন ইত্যাদি কৰি সোপা ওফৰাই পঠায়; আৰু লগত
পানী কিছুমান লৈ ওপৰলৈ ওলায়। নলী এই দৰে মুকলি হলে
পানী কিছুমান লৈ ওপৰলৈ ওলায়। নলী এই দৰে মুকলি হলে
কিছুক্ষণ উৎস উঠি থাকে; সোপা লাগিলে পুনৰ বন্ধ হয়।
কিছুক্ষণ উৎস উঠি থাকে; সোপা লাগিলে পুনৰ বন্ধ হয়।

পৃথিবীৰ গুৰ্ডত কতৰিধ আচৰিত ৰসায়নিক আৰু যৌগিক পদাৰ্থ
{{gap}}পৃথিবীৰ গৰ্ভত কতবিধ আচৰিত ৰসায়নিক আৰু যৌগিক পদাৰ্থ
উৎপন্ন হয়, তাৰ অন্ত নাই কোনো উৎসৰ পানীত তেল পোৱা
উৎপন্ন হয়, তাৰ অন্ত নাই কোনো উৎসৰ পানীত তেল পোৱা
যায়; কোনোটো ৰা শুদ্ধ তেলৰেই। এই তেলক সাধাৰণত কেৰ-
যায়; কোনোটো বা শুদ্ধ তেলৰেই। এই তেলক সাধাৰণত কেৰচিন বা সীতা-তেল কয়। জয় পুৰৰ ফালে মাকুমত সীতা-তেলৰ
চিন বা সীতা-তেল কয়। জয় পুৰৰ ফালে মাকুমত সীতা-তেল
পুঙ্গ থকা কথা সকলোৰে জনা আছে। নিজ দেশৰ এই বিলাক
পুঙ্গ থকা কথা সকলোৰে জনা আছে। নিজ দেশৰ এই বিলাক
স্বাভাৱিক সম্পত্তি মোল নজনাত আমাৰ মানুহে একোটো উপ-
স্বাভাৱিক সম্পত্তি মোল নজনাত আমাৰ মানুহে একোটো উপকাৰ লৰ জনা নাই কিন্তু উত্তৰ আমেৰিকাত এই তেলৰ পৰা লক্ষ
কোটি টাকা মানুহে আৰ্জিছে *। মাটিৰ তললৈ না খানি এই তেলৰ
কাৰ লৰ জনা নাই কিন্তু উত্তৰ আমেৰিকাত এই তেলৰ পৰা লক্ষ
---------------
কোটি টাকা মানুহে আজিছে। মাটিৰ তললৈ না খানি এই তেলৰ
* সম্প্ৰতি মাকুমৰ তেল পুঙ্গৰ পৰাও আসাম ট্ৰেডিং ৰেল-
{{gap}}* সম্প্ৰতি মাকুমৰ তেল পুঙ্গৰ পৰাও আসাম ট্ৰেডিং ৰেল-
কোম্পানী, বছৰেকত কম কা াভ কৰা নাই।
কোম্পানীএ, বছৰেকত কম টাকা লাভ কৰা নাই।