পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১০৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৪ নদী, হ্ৰদ আৰু উৎস। অনেক নদীৰ গুৰি বা মূল বিচাৰি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||নদী, হ্ৰদ আ{{বঙালী ৰু}} উৎস।|৯৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}অনেক নদীৰ গুৰি বা মূল বিচাৰি গলে অন্তত পৰ্ব্বতৰ তলৰ
১৪
নদী, হ্ৰদ আৰু উৎস।
অনেক নদীৰ গুৰি বা মূল বিচাৰি গলে অন্তত পৰ্বতৰ তলৰ
পৰা নিজৰি অহা পানীৰ সুতি পোৱা যায়। এই বিলাক সুতিক
পৰা নিজৰি অহা পানীৰ সুতি পোৱা যায়। এই বিলাক সুতিক
জৰণী কয়, অথবা কোনো নদীৰ আদিত এটি কুণ্ড পোৱা যায়
জৰণী কয়, অথবা কোনো নদীৰ আদিত এটি কুণ্ড পোৱা যায়
৭ নং শাৰী: ৫ নং শাৰী:
উৎস বা ভূমুক কয়। উৎস আৰু জৰণীৰ মূল একে; বৰষুণ তুষাৰ
উৎস বা ভূমুক কয়। উৎস আৰু জৰণীৰ মূল একে; বৰষুণ তুষাৰ
আদিৰ পানী প্ৰথমে পৰিশোষণ-শীল প্ৰস্তৰে শুহি ৰাখে; পাছে
আদিৰ পানী প্ৰথমে পৰিশোষণ-শীল প্ৰস্তৰে শুহি ৰাখে; পাছে
ভাৰ পৰা উৎস বা জৰণী ৰূপে বাহিৰ হয়। কিন্তু উৎস হবৰ
ভাৰ পৰা উৎস বা জৰণী {{বঙালী ৰূ}}পে বাহিৰ হয়। কিন্তু উৎস হবৰ
নিমিত্তে পৰিশোষণ-শগ প্ৰস্তৰত কোনো বিশেষ ভজ থাকি।
নিমিত্তে পৰিশোষণ-শীল প্ৰস্তৰত কোনো বিশেষ ভাজ থাকিব
লাগে। পাছত দিয়া ১৩শ প্ৰতিকৃতিৰ সে। হাতে উপত্যকা এটিৰ
লাগে। পাছত দিয়া ১৩শ প্ৰতিকৃতিৰ সোঁ হাতে উপত্যকা এটিৰ
চিত্ৰ আছে। সেই উপত্যকা, ক আৰু খ পৰ্বতৰ মাজত। নৱম
চিত্ৰ আছে। সেই উপত্যকা, ক আ{{বঙালী ৰু}} খ পৰ্বতৰ মাজত। নৱম
অধ্যায়ত ভূ-ভাগ সম্পৰ্কে লিখা কথাত পোৱা হব যে পৃথিবীৰ ওপৰ
অধ্যায়ত ভূ-ভাগ সম্পৰ্কে লিখা কথাত পোৱা হব যে পৃথিবীৰ ওপৰ
ভাগ নানা বিধ মাটি শিল বালি ইত্যাদিৰ তৰপেৰে গঠন হইছে।
ভাগ নানা বিধ মাটি শিল বালি ইত্যাদিৰ তৰপেৰে গঠন হইছে।
ক খ পৰ্বতৰ মাজৰ উপত্যকাটো তৰপ চেৰেক কঙ্কৰ, বালি,
ক খ পৰ্ব্বতৰ মাজৰ উপত্যকাটো তৰপ চেৰেক কঙ্কৰ, বালি,
আলটীয়া মাটিৰে গঠিত; ৮, ৯, তৰপ দুটা কঙ্কৰ আৰু বালিৰ; তাৰ
আলটীয়া মাটিৰে গঠিত; ৮, ৯, তৰপ দুটা কঙ্কৰ আ{{বঙালী ৰু}} বালিৰ; তাৰ
তলত থকা কলা তৰপ দুটা আলটী বা কুমাৰ মাটিৰ। দুই
তলত থকা কলা তৰপ দুটা আলটীয়া বা কুমাৰ মাটিৰ। দুই
আলটীয়া মাটিৰ তৰপৰ মাজত থকা তৰপপা কঙ্কৰৰ। পৰ্বতৰ
আলটীয়া মাটিৰ তৰপৰ মাজত থকা তৰপপা কঙ্কৰৰ। পৰ্বতৰ
ওপৰত যি বৰষুণ পৰে তাৰ সৰহ ভাগ ওপৰে দি বৈ তেতিয়াই
ওপৰত যি বৰষুণ পৰে তাৰ সৰহ ভাগ ওপৰে দি বৈ তেতিয়াই
নৈত পৰেগৈ। কিছুমান ৮,.৯, তৰপ বিলাকত সোমাই থাকি
নৈত পৰেগৈ। কিছুমান ৮, ৯, তৰপ বিলাকত সোমাই থাকি
বাৰিষাৰ পাছতত লাহে লাহে পৰ্বতৰ তল ভাগৰ পৰা জ ঠাইত
বাৰিষাৰ পাছতত লাহে লাহে পৰ্ব্বতৰ তল ভাগৰ পৰা জ ঠাইত
নিজৰি ওলায়। এইৰূপে নিজৰি ওলালে পানীৰ যি সুতি এটি
নিজৰি ওলায়। এই{{বঙালী ৰূ}}পে নিজৰি ওলালে পানীৰ যি সুতি এটি
হব সেইয়ে জৰণী। জৰণীত বৰষুণৰ পাছতেহে সৰহ কৈ পানী
হব সেইয়ে জৰণী। জৰণীত বৰষুণৰ পাছতেহে সৰহ কৈ পানী
ওলায়; পাছলৈ কম হয়। আলটীয়া মাটি দুই তৰপৰ মাজত
ওলায়; পাছলৈ কম হয়। আলটীয়া মাটি দুই তৰপৰ মাজত
থকা কঙ্কৰ তৰপৰ মুৰ দুটা ই পোনে খ পৰ্বতৰ বাওঁফালে সিপোনে
থকা কঙ্কৰ তৰপৰ মুৰ দুটা ই পোনে খ পৰ্ব্বতৰ বাওঁফালে সিপোনে
পৰ্বতৰ শিখৰত ওলাইছে। এই মুৰ দুটাত যি বৰষুণ পৰে
পৰ্ব্বতৰ শিখৰত ওলাইছে। এই মুৰ দুটাত যি বৰষুণ পৰে
বা তালৈ আন ঠাইৰ পৰা যি পানী বাগৰি আহে তাৰ কিছু
বা তালৈ আন ঠাইৰ পৰা যি পানী বাগৰি আহে তাৰ কিছুমান মুৰ দুটাই সোমাই দ্বিতীয় আলটীয়া মাটি তৰপৰ ওপৰে বাগৰি
মান মুৰ দুটাই সোমাই দ্বিতীয় আলীয়া মাটি তৰপৰ ওপৰে বাগৰি