৯,৭০৮
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰকৃত-ভূগোল। পানীৰ দেৱাল স্বৰূপে এই মহা বান আহি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | {{rh|৮৮|প্ৰাকৃত-ভূগোল।|}} |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | |||
− | প্ৰকৃত-ভূগোল। |
||
⚫ | |||
⚫ | |||
⚫ | |||
বেগত গছ উভলি মানুহ মৰিল, কোনো ওখ শিলৰ ওপৰত উঠি |
বেগত গছ উভলি মানুহ মৰিল, কোনো ওখ শিলৰ ওপৰত উঠি |
||
সাৰিব খুজিছিল, কিন্তু সি তৎক্ষণাৎ তল গৈ মানুহ উটি গল, যি লৰ |
সাৰিব খুজিছিল, কিন্তু সি তৎক্ষণাৎ তল গৈ মানুহ উটি গল, যি লৰ |
||
− | মাৰি ওচৰৰ ওখ |
+ | মাৰি ওচৰৰ ওখ পৰ্ব্বতত উঠিবলৈ সময় পালে সি মাত্ৰ সাৰিল। |
+ | |||
− | + | {{gap}}বান পানী আৰু ঢলৰ ভিন্ন আছে; খৰালি কালিতকৈ পানী |
|
লাহে লাহে ওখ হৈ বাঢ়িলে ঢল অহা কয়, কিন্তু অকস্মাৎ বেগেতে |
লাহে লাহে ওখ হৈ বাঢ়িলে ঢল অহা কয়, কিন্তু অকস্মাৎ বেগেতে |
||
− | পানী বাঢ়িলে, বান অহা কয়। জোৰহাটৰ |
+ | পানী বাঢ়িলে, বান অহা কয়। জোৰহাটৰ কাসৰৰ দিচৈ * |
− | নদীৰ বানৰ কথা প্ৰায় |
+ | নদীৰ বানৰ কথা প্ৰায় সকলোএ বুজ পায়। বান নহলেও |
প্ৰায় সকলে নৈতে ঢল আহে। বছৰৰ কোনো এসময়ত |
প্ৰায় সকলে নৈতে ঢল আহে। বছৰৰ কোনো এসময়ত |
||
পানী বাঢ়ি পাৰ উপচি যায়। এই সময় সকলো নৈতে একে |
পানী বাঢ়ি পাৰ উপচি যায়। এই সময় সকলো নৈতে একে |
||
− | + | নহয়। বাৰিষা আৰু তুষাৰ দ্ৰৱ হোৱাৰ সময় অনুসৰি, এই |
|
− | সময় লৰ হয়। |
+ | সময় লৰ হয়। উত্তৰ গোলাৰ্দ্ধত যেতিয়া বাৰিষা হয়, তেতিয়া |
− | দক্ষিণ |
+ | দক্ষিণ গোলৰ্দ্ধতে খৰালি এই নিমিত্তে তাত ঢল অহা সময়ে |
ওলোটা। যিবিলাক নৈএ অকল বৰষুণৰ পৰাই পানী পায় |
ওলোটা। যিবিলাক নৈএ অকল বৰষুণৰ পৰাই পানী পায় |
||
সেই বিলাকৰ ঢল অহা সময় উত্তৰ গোলাৰ্দ্ধত আহাৰ শাওন |
সেই বিলাকৰ ঢল অহা সময় উত্তৰ গোলাৰ্দ্ধত আহাৰ শাওন |
||
মাহ; কিন্তু যিবিলাক নৈৰ উৎপত্তি প্ৰধান তুষাৰৰ পৰা হইছে, |
মাহ; কিন্তু যিবিলাক নৈৰ উৎপত্তি প্ৰধান তুষাৰৰ পৰা হইছে, |
||
− | যেনে ইউৰোপ |
+ | (যেনে ইউৰোপ আ{{বঙালী ৰু}} উত্তৰ আশিয়াৰ নদী বিলাক) সেই বিলাক |
− | নদীৰ ঢল সময় ঠিক জাৰ |
+ | নদীৰ ঢল সময় ঠিক জাৰ আ{{বঙালী ৰু}} জহৰ যোৰাতে অৰ্থাৎ চত বহাগ |
− | মাহত। কাৰণ এই সময়তে বেচিকৈ তুষাৰ |
+ | মাহত। কাৰণ এই সময়তে বেচিকৈ তুষাৰ দ্ৰৱ হয়। {{বঙালী ৰু}}শিয়া |
+ | ------------------ |
||
− | * ইয়াকে ভোগদৈও বোল। নগা |
+ | {{gap}}* ইয়াকে ভোগদৈও বোল। নগা পৰ্ব্বতৰ পৰা ওলায় আহি, |
− | + | জোৰ হাটৰ দাঁতিএ দি গৈ তাৰ অলপ নামতে টোকোলাই নামে |
|
− | + | ক্ষুদ্ৰ নৈত মিলি ব্ৰহ্মপুত্ৰত পৰিছে। ইয়াৰ গতিৰ একো স্থিৰ |
|
− | নাই। প্ৰায় বাট সলায় থাকে, |
+ | নাই। প্ৰায় বাট সলায় থাকে, আ{{বঙালী ৰু}} ওচৰত থকা গাওঁ, ঘৰ, পথাৰ |
− | বুড়ায়, ৰাইতৰ প্ৰায় |
+ | বুড়ায়, ৰাইতৰ প্ৰায় বৰ পইমাল কৰে। চকুৰ আগতে, এক নিমিষতে |
− | + | আগ-ইতীয়া হৈ যাকে যত পায় উটায় নি কৰবাত পেলায় দিএ |
|
− | গ। ইয়াৰ ৰে ধৰ প্ৰকোপাৰ্নিত। |
||
+ | গৈ। ইয়াৰ বেগ বৰ প্ৰকোপান্নিত। |