পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰাকৃত-ভূগোল। টানি থাকে। পৃথিবীও তাৰ ওপৰত থকা ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৮|প্ৰাকৃত-ভূগোল।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
টানি থাকে। পৃথিবীএও তাৰ ওপৰত থকা বা দূৰত থকা সকলো
প্ৰাকৃত-ভূগোল।
বস্তুকে আ{{বঙালী ৰু}} সকলো বস্তুএ পৃথিৰীক নিজ নিজ গাৰ ফাললৈ
টানি থাকে। পৃথিবীও তাৰ ওপৰত থকা বা দূৰত থকা সকলো
বস্তুকে আৰু সকলো বস্তুএ পৃথিৰীক নিজ নিজ গাৰ ফাললৈ
টানি আছে। কিন্তু পৃথিবীৰ এই প্ৰকাণ্ড শৰীৰৰ মানত, আমি
টানি আছে। কিন্তু পৃথিবীৰ এই প্ৰকাণ্ড শৰীৰৰ মানত, আমি
সচৰাচৰ দেখা বস্তু বিলাক ইমান ক্ষুদ্ৰ যে ভিতৰৰ কোনো
সচৰাচৰ দেখা বস্তু বিলাক ইমান ক্ষুদ্ৰ যে ভিতৰৰ কোনো
দুই বস্তুৰ পৰস্পৰৰ মাজত থকা আকৰ্ষণ শক্তিৰ কাৰ্য্য দেখিবলৈ-
দুই বস্তুৰ পৰস্পৰৰ মাজত থকা আকৰ্ষণ শক্তিৰ কাৰ্য্য দেখিবলৈ-
নেপাও। কিন্তু পৃথিবীৰ পৰা বহু দূৰত শূন্য জগতত সকলো
নেপাওঁ। কিন্তু পৃথিবীৰ পৰা বহু দূৰত শূন্য জগতত সকলো
পদাৰ্থৰ আকৰ্ষণ শক্তিৰ কাৰ্য্য দেখা গৈছে আক পৃথিবীৰ ওপৰতত
পদাৰ্থৰ আকৰ্ষণ শক্তিৰ কাৰ্য্য দেখা গৈছে আক পৃথিবীৰ ওপৰতত
পৰ্বত বিলাক কিছু ডাঙ্গৰ বুলি সিহঁতৰ আৰু আন এটা বস্তুৰ
পৰ্ব্বত বিলাক কিছু ডাঙ্গৰ বুলি সিহঁতৰ আৰু আন এটা বস্তুৰ
মাজত যি আকৰ্ষণ শক্তি থাকে তাৰ কাৰ্য্য দেখিবলৈ পোৱা যায়।
মাজত যি আকৰ্ষণ শক্তি থাকে তাৰ কাৰ্য্য দেখিবলৈ পোৱা যায়।
এটা পৰ্বতৰ ওচৰত এটি ওলোম ধৰিলে জৰি ডালি আন ঠাইত
এটা পৰ্ব্বতৰ ওচৰত এটি ওলোম ধৰিলে জৰি ডালি আন ঠাইত
যেনেকৈ পৃথিবীলৈ লম্ব হয় সেই দৰে তাত নহৈ যৎকিঞ্চিৎ পৰ্বতৰ
যেনেকৈ পৃথিবীলৈ লম্ব হয় সেই দৰে তাত নহৈ যৎকিঞ্চিৎ পৰ্ব্বতৰ
ফাললৈ ঢাল লয়; কিন্তু ইয়াক চকুৰে ঠাৱৰিব নোৱাৰি। মাত্ৰ
ফাললৈ ঢাল লয়; কিন্তু ইয়াক চকুৰে ঠাৱৰিব নোৱাৰি। মাত্ৰ
পণ্ডিত সকলে যন্ত্ৰ আৰু গণনাৰ আশ্ৰয় লৈ স্থিৰ কৰিছে। পৃথি-
পণ্ডিত সকলে যন্ত্ৰ আৰু গণনাৰ আশ্ৰয় লৈ স্থিৰ কৰিছে। পৃথি-
বীৰ ওপৰত হলে পৃথিবীৰ আকৰ্ষণ শক্তিহে প্ৰধানকৈ প্ৰকাশ
বীৰ ওপৰত হলে পৃথিবীৰ আকৰ্ষণ শক্তিহে প্ৰধানকৈ প্ৰকাশ
পায়; তাৰ কাৰ্য্য অহৰ্নিশে দেখা পাবই লাগিছোহঁক। জড় পদা-
পায়; তাৰ কাৰ্য্য অহৰ্নিশে দেখা পাবই লাগিছোহঁক। জড় পদাৰ্থৰ
থৰ নিজে লৰিবৰ ক্ষমতা নাই; তাক যতে থোৰা যায় ততে থাকে।
নিজে লৰিবৰ ক্ষমতা নাই; তাক যতে থোৰা যায় ততে থাকে।
বাহিৰৰ পৰা কোনো টান বা ঠেলা নেপালে নলৰে। তেন্তে
বাহিৰৰ পৰা কোনো টান বা ঠেলা নেপালে নলৰে। তেন্তে
গছৰ ফল, শেনিৰ পৰা এৰালে যে মাটিলৈ নামি আহে এইটি
গছৰ ফল, শেনিৰ পৰা এৰালে যে মাটিলৈ নামি আহে এইটি
পৃথিবীৰ আকৰ্ষণ শক্তিৰ বাহিৰে আনৰ কাৰ্য্য হব নোৱাৰে;
পৃথিবীৰ আকৰ্ষণ শক্তিৰ বাহিৰে আনৰ কাৰ্য্য হব নোৱাৰে;
পৃথিবীৰ ফালৰ পৰা এটা টান নপৰা হলে শেনিত লাগি থাকোতে
পৃথিবীৰ ফালৰ পৰা এটা টান নপৰা হলে শেনিত লাগি থাকোঁতে
যতে আছিল এৰাতত তুতে থাকিব লাগিছিল; নতুবা আন
যতে আছিল এৰাতত তুতে থাকিব লাগিছিল; নতুবা আন
এফাললৈও যাব পাৰিলে হেতেন। এই টান সকলো বস্তুৰ ওপৰত
এফাললৈও যাব পাৰিলে হেতেন। এই টান সকলো বস্তুৰ ওপৰত
সদা সৰ্বদা আছে। যেতিয়ালকে আকৰ্ষণ শক্তিৰ বিৰোধে আন
সদা সৰ্ব্বদা আছে। যেতিয়ালকে আকৰ্ষণ শক্তিৰ বিৰোধে আন
এটা সমতুল শক্তি বস্তুটিক ৰক্ষা কৰি থয় তেতিয়ালকে মাটিলৈ
এটা সমতুল শক্তিএ বস্তুটিক ৰক্ষা কৰি থয় তেতিয়ালকে মাটিলৈ
নপৰে। ৰক্ষা কৰিব নোৱাৰা হোৱা মাত্ৰ মাটিলৈ আহে। গছত
নপৰে। ৰক্ষা কৰিব নোৱাৰা হোৱা মাত্ৰ মাটিলৈ আহে। গছত
ফল ওলোমাই ৰখা শেনি পকি পচি যেতিয়াই আশৰ সমান বলেৰে
ফল ওলোমাই ৰখা শেনি পকি পচি যেতিয়াই আশৰ সমান বলেৰে