পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "Ir৪৭ | '৪৭। আত্ম পৰিচয়। ধৰ্ম্মপাল বদতি শুনিয়ে বিব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||আত্ম পৰিচয়।|৮৪৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>ধৰ্ম্মপাল বদতি শুনিয়ো বিপ্ৰবড় ।
Ir৪৭
কৰো তযু চৰণত এগুটি গোচৰ ॥
| '৪৭।
যদি মোক কৃপা তযু আছে মহামানী ।
আত্ম পৰিচয়।
সাক্ষাতে দৰ্শন আজি কৰাও গোসানী ॥
ধৰ্ম্মপাল বদতি শুনিয়ে বিবড়।
ৰাজাৰ বচনে পাছে বিপ্ৰ মহামতি ।
কৰে। তযু চৰণত এগুটি গোচৰ।
নৃপতিক প্ৰতি কৃপাদৃষ্টি ভৈলা আতি ॥
যদি মোক কৃপা তযু আছে মহামানী।
দেখুৱাইবো বুলি পাছে কৰি অঙ্গিকাৰ ।
সাক্ষাতে দৰ্শন আজি কৰাও গোসানী॥
ছল কৰি ৰাজাক থৈলন্ত কৰি আৰ ॥
ৰাজাৰ বচনে পাছে বিপ্ৰ মহামতি।
আৰ কৰি নৃপতিক থৈয়া বিপ্ৰবড় ।
নৃপতিক প্ৰতি কৃপাদৃষ্টি ভৈলা আতি।
নানা উপসাৰ লৈয়া পশিলা ভিতৰ
দেখুৱাইবো বুলি পাছে কৰি অঙ্গিকাৰ।
বিধিৱতে ব্ৰাহ্মণে পূজিলা নানা মত ।
ছল কৰি ৰাজাক থৈলন্ত কৰি আৰ।
পূৰ্ব্বৱতে দেবী আসি ভৈল বেকত ॥
আৰ কৰি নৃপতিক থৈয়া বিপ্ৰবড়।
সিবেলা সাক্ষাতে ৰাজা দেবীক দেখিলা ।
নানা উপসাৰ লৈয়া পশিলা ভিতৰ
ৰাজাই দেখিলা হেন দেবীয়ে জানিলা ॥
বিধিৱতে ব্ৰাহ্মণে পূজিল। নানা মত।
ক্ৰোধ দৃষ্টি চাহি পাছে ব্ৰাহ্মণক প্ৰতি ।
পূৰ্ববৱতে দেবী আসি ভৈল বেকত।
তেতিক্ষণে অন্তৰ্ধ্যান ভৈলা ভগৱতী ॥
সিবেলা সাক্ষাতে ৰাজা দেবীক দেখিলা।
ৰাজাই দেখিল। হেন দেবীয়ে জানিলা॥
ক্ৰোধ দৃষ্টি চাহি পাছে ব্ৰাহ্মণক প্ৰতি।
তেতিক্ষণে অন্তৰ্ধানে ভৈলা ভগৱতী॥
ক্ৰোধ দৃষ্টি গোসানীৰ লাগি ব্ৰাহ্মণৰ।
ক্ৰোধ দৃষ্টি গোসানীৰ লাগি ব্ৰাহ্মণৰ।
ভৈলা কাল বৰ্ণ আতি ইন্দু মস্তক।
ভৈলা কাল বৰ্ণ আতি ইন্দু মস্তকৰ ॥
জাতে মস্তকত ইন্দু ভৈলা কাল বৰ্ণ।
জাতো মস্তকত ইন্দু ভৈলা কাল বৰ্ণ ।
কেন্দুকালে নাম তাৰ ভৈলা সিকাৰণ॥
কেন্দুকালে নাম তাৰ ভৈলা সিকাৰণ ॥
পুৰপি বিবেড় কৰিলা ভকতি!
পুনুৰপি বিপ্ৰেবড় কৰিলা ভকতি
তাহান সেৱাত তুষ্ট ভৈলা ভগৱতী।
তাহান সেৱাত তুষ্ট ভৈলা ভগৱতী ॥
তুষ্ট হুয়া মহামায়া দিলা তা বৰ।।
তুষ্ট হুয়া মহামায়া দিলা তাঙ্ক বৰ ।
পূৰ্বৱতে সাক্ষাত নভৈলা দেবী আৰ।
পূৰ্ব্বৱতে সাক্ষাত নভৈলা দেবী আৰ ॥
দেবী নিগদতি শুনিয়োক বিপ্ৰবৰ।।
দেবী নিগদতি শুনিয়োক বিপ্ৰবৰ ।
মোৰ বৰে অমঙ্গল নহৈব তোহোৰ।
মোৰ বৰে অমঙ্গল নহৈব তোহোৰ ॥
প্ৰসন্ন হৈলো মই তোহোৰ কুলত।
প্ৰসন্ন হৈলো মই তোহোৰ কুলত ।
নকৰিবি কিছো তুই সংশয় মনত।
নকৰিবি কিছো তই সংশয় মনত ॥
মোহোৰ প্ৰসাদে জানা তোহোৰ কুলৰ।
মোহোৰ প্ৰসাদে জানা তোহোৰ কুলৰ ।
আয়ু শ্ৰ৷ যশস্য ধৰ্ম্ম বাঢ়িব বিস্তৰ?
আয়ু শ্ৰী যশস্য ধৰ্ম্ম বাঢ়িব বিস্তৰ
</poem>}}
১০৭
{{gap}}{{gap}}{{gap}}১০৭