ৱিকিউৎস:কেন্দ্ৰীয় আলোচনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১৭৩ নং শাৰী:
 
== প্ৰশাসক পদৰ বাবে আবেদন ==
{{center|<big>'''অনুগ্ৰহ কৰি আৰু মন্তব্য নকৰিব। আলোচনা সমাপ্ত হৈছে।'''</big>}}
 
<div style="background:#E3F9DF; padding:0 10px; border:1px solid #AAA;">
অসমীয়া ৱিকিউৎসৰ কোনো স্থায়ী প্ৰশাসক নথকা বাবে মই [[User:Joli]]-ৰ নাম সাধাৰণ আৰু ইণ্টাৰফেইচ প্ৰশাসক পদৰ বাবে প্ৰস্তাৱ কৰিছোঁ। তেওঁ কেইবাবছৰৰ পৰা অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ নিৰলস বৰঙণি আগবঢ়াই আহিছে আৰু এই পদৰ কাম-কাজ সুচাৰুৰূপে চলাই নিব পাৰিব বুলি আমাৰ বিশ্বাস। এই নিৰ্বাচন এসপ্তাহত অন্ত পৰিব। As there is no permanent sysop in Assamese Wikisource, I hereby nominate [[User:Joli]] for the post of both General and interface admin. She has been contributing tirelessly to Assamese wikimedia projects for a long time and will be able to handle the responsibilities quite well. This poll will end in a week. [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) ২১:৫৩, ১৭ এপ্ৰিল ২০২০ (IST)
 
::প্ৰস্তাৱটোৰ বাবে গীতাৰ্থলৈ অশেষ ধন্যবাদ৷ এই প্ৰস্তাৱ আগ্ৰহেৰে গ্ৰহণ কৰিছোঁ আৰু ৱিকিউৎসৰ প্ৰশাসকৰ দায়িত্ব পালন কৰিবলৈ সকলো ৱিকিমিডিয়ানৰ সহায় আৰু সমৰ্থন পাম বুলি আশা কৰিছোঁ৷ -[[সদস্য:Joli|Joli]] ([[সদস্য বাৰ্তা:Joli|talk]]) ২৩:১২, ১৭ এপ্ৰিল ২০২০ (IST)
 
::: [[User:Joli]]-ক এবছৰৰ বাবে সাধাৰণ আৰু ইণ্টাৰফেইচ প্ৰশাসকৰ পদ অৰ্পণ কৰা [https://meta.wikimedia.org/wiki/Steward_requests/Permissions#Joli_Rumi_Borah@as.wikisource হৈছে।] [[সদস্য:Gitartha.bordoloi|Gitartha.bordoloi]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) ২২:৪৬, ২১ এপ্ৰিল ২০২০ (IST)
 
===হয় Yes===
Line ১৯৮ ⟶ ২০১:
 
===মন্তব্য Comments===
</div>
 
==Indic Wikisource Proofreadthon==
CIS-A2Kৰ তৰফৰ পৰা অহা '''১মে'ৰ পৰা ১০মে'''' লৈকে এখন Indic Wikisource Proofreadthonৰ আয়োজন কৰা হৈছে। ৱিকিউৎসৰ অভিজ্ঞ সদস্যসকলৰ লগতে নতুন সদস্যসকলেও এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াত অংশগ্ৰহণ কৰিবৰ বাবে [https://meta.wikimedia.org/wiki/Indic_Wikisource_Proofreadthon/Participants এই লিংক]টোত গৈ স্বাক্ষৰ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।