পৃষ্ঠা:পৰাচিত.pdf/১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|প্ৰথম দৃশ্য! ]|পৰাচিত|৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}লোক। অথচ কোনো দিনে মই তেওঁক অশ্ৰদ্ধা কৰা নাই।
প্ৰথম দৃশ্য! | পৰাচত
{{gap}}মোবা। শ্ৰদ্ধা-অশ্ৰদ্ধা লৈ কথা নহয়। আচল কথা,
লোক। অথচ কোনো দিনে মই তেওঁক অশ্ৰদ্ধা কৰা নাই।
মোব। শ্ৰদ্ধা-অশ্ৰদ্ধা লৈ কথা নহয়। আচল কথা,
তেওঁ গাৱৰ ভিতৰত ধনী, মানী ডাঙৰ মানুহ। তুমি বি, এ,
তেওঁ গাৱৰ ভিতৰত ধনী, মানী ডাঙৰ মানুহ। তুমি বি, এ,
পাচ কৰি জ্ঞানী-মানী হৈ একে গাৱতে থাকিলে তেওঁৰ মান
পাচ কৰি জ্ঞানী-মানী হৈ একে গাৱঁতে থাকিলে তেওঁৰ মান
কমিব,-এয়েই তেওঁৰ ভয়। সি যি কি নহওক, এতিয়া সেই
কমিব,এয়েই তেওঁৰ ভয়। সি যি কি নহওক, এতিয়া সেই
বৰ পথাৰত যাৰ যাৰ মাটি আছে সকলোৰে চহী লৈ মৈমন-
বৰ পথাৰত যাৰ যাৰ মাটি আছে সকলোৰে চহী লৈ মৈমন-
চিঙীয়াক মাটি বেচা বন্ধ কৰিবলৈ এখন দখাস্ত দিয়া ভাল।
চিঙীয়াক মাটি বেচা বন্ধ কৰিবলৈ এখন দৰ্খাস্ত দিয়া ভাল।
মই মানুহবোৰক বুজাই কম। তুমি উকীলৰ লগত পৰামৰ্শ
মই মানুহবোৰক বুজাই কম। তুমি উকীলৰ লগত পৰামৰ্শ
কৰি যি কৰিব লাগে কৰিব।
কৰি যি কৰিব লাগে কৰিবা।

লোক। নিশ্চয় কৰিম। তাৰ পৰা বৰুৱা মোৰ শত্ৰু হৈ
{{gap}}লোক। নিশ্চয় কৰিম। তাৰ পৰা বৰুৱা মোৰ শত্ৰু হৈ
উঠিব সঁচা, কিন্তু সেই ভয়ত পিচ ইকিব লাগিলে মোৰ শিক্ষাৰ
উঠিব সঁচা, কিন্তু সেই ভয়ত পিচ ইকিব লাগিলে মোৰ শিক্ষাৰ
মূল্যই নাই।
মূল্যই নাই।

মোবা। তোমাৰ কথাত সন্তোষ পালে।। ৰাইজৰ উপকাৰ
{{gap}}মোবা। তোমাৰ কথাত সন্তোষ পালোঁ। ৰাইজৰ উপকাৰ
কৰিবলৈ খোদাতাল্লাই তোমাক শক্তি দিওক। অ’, তোমাৰ
কৰিবলৈ খোদাতাল্লাই তোমাক শক্তি দিওক। অ’, তোমাৰ
কথাটো তলেই পৰিল। তুমি কেতিয়া আকৌ পামলৈ আহিব
কথাটো তলেই পৰিল। তুমি কেতিয়া আকৌ পামলৈ আহিব
পাৰিব? মোনকালে হলেই ভাল।
পাৰিবা? মোনকালে হ'লেই ভাল।

| লোেক। আপুনি যেতিয়াই আহিবলৈ কয়।
{{gap}}লোক। আপুনি যেতিয়াই আহিবলৈ কয়।
মোবা। তেন্তে পৰহিলৈ গৰুমেলামান বেলিতে আহিব।।

{{gap}}মোবা। তেন্তে পৰহিলৈ গৰুমেলামান বেলিতে আহিবা।
মই আমাৰ পামৰ আঠোটামান ডেকা: লৈ যাম। মই চাম
মই আমাৰ পামৰ আঠোটামান ডেকা: লৈ যাম। মই চাম
সিহঁত মৈমনচিঙীয়া কিমান পানীৰ মাছ। এইদৰেই ইহঁতে
সিহঁত মৈমনচিঙীয়া কিমান পানীৰ মাছ। এইদৰেই ইহঁতে
অসমদেশখন খালে।
অসমদেশখন খালে।

লোক। মই তেন্তে এতিয়া যাওঁ।
{{gap}}লোক। মই তেন্তে এতিয়া যাওঁ।