চৰ্যাপদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
২১ নং শাৰী:
}}
 
'''চৰ্যাপদসমূহ''' বৌদ্ধ সহজযানী পন্থৰ সিদ্ধিচাৰ্যসকলে খৃষ্টীয় ১০ম ১২শ শতিকাৰ ভিতৰত ৰচনা কৰিছিল। এই পদসমূহ বঙ্গৰ পণ্ডিত মহামহোপধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে ১৯০৭ চনত নেপালৰ ৰজাৰ গ্ৰন্থাগাৰৰ পৰা সংগ্ৰহ কৰিছিল। চৰ্যাপদক অসমীয়া ভাষাৰ প্ৰথম লিখিত চানেকি ৰূপে গণ্য কৰা হয়। আনহাতে বাংলা আৰু উৰিয়াভাষীসকলেও ইয়াক নিজ-নিজ ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি দাবী কৰে। অসমীয়া, বাংলা আৰু উৰিয়া- এই তিনিওটা ভাষাৰে পূৰ্বভাষা মূলতঃ একেটাই। চৰ্যাপদসমূহৰ ৰচনাকালত এই তিনিওটা ভাষাই সুকীয়া ৰূপ লবলৈ আৰম্ভ কৰিছিলহে মাথো।<ref>গ্ৰন্থৰ নাম= অসমীয়া সাহিত্যৰ কথা , লিখক= সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী ,পৃষ্ঠা নং= ৯, ১০ পৃঃ, প্ৰকাশক=১৯৯১, ষ্টুডেন্টচ্ এম্প'ৰিয়াম </ref>
 
৩৯ নং শাৰী:
* [[পদ ১৪]] ৰাগ ধনসী - ডোম্বীপাদানাম্
* [[পদ ১৫]] ৰাগ ৰামক্রী - শান্তিপাদানাম্
* [[পদ ১৬]] ৰাগ ভৈৰবী - মহীধরপাদানাম্মহীধৰপাদানাম্
* [[পদ ১৭]] ৰাগ পটমঞ্জৰী - বীণাপাদানাম্
* [[পদ ১৮]] ৰাগ গৌড়া - কৃষ্ণবজ্রপাদানাম্
৪৫ নং শাৰী:
* [[পদ ২০]] ৰাগ পটমঞ্জৰী - কুক্কুৰীপাদানাম্
* [[পদ ২১]] ৰাগ বৰাড়ী - ভুসুকুপাদানাম্
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikisource.org/wiki/চৰ্যাপদ"ৰ পৰা অনা হৈছে