চৰ্যাপদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"{{header | title = চৰ্যাপদ | author = বৌদ্ধ সিদ্ধাচাৰ্যগণ | translat..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
২০ নং শাৰী:
| notes =
}}
 
'''চৰ্যাপদসমূহ''' বৌদ্ধ সহজযানী পন্থৰ সিদ্ধিচাৰ্যসকলে খৃষ্টীয় ১০ম ১২শ শতিকাৰ ভিতৰত ৰচনা কৰিছিল। এই পদসমূহ বঙ্গৰ পণ্ডিত মহামহোপধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে ১৯০৭ চনত নেপালৰ ৰজাৰ গ্ৰন্থাগাৰৰ পৰা সংগ্ৰহ কৰিছিল। চৰ্যাপদক অসমীয়া ভাষাৰ প্ৰথম লিখিত চানেকি ৰূপে গণ্য কৰা হয়। আনহাতে বাংলা আৰু উৰিয়াভাষীসকলেও ইয়াক নিজ-নিজ ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি দাবী কৰে। অসমীয়া, বাংলা আৰু উৰিয়া- এই তিনিওটা ভাষাৰে পূৰ্বভাষা মূলতঃ একেটাই। চৰ্যাপদসমূহৰ ৰচনাকালত এই তিনিওটা ভাষাই সুকীয়া ৰূপ লবলৈ আৰম্ভ কৰিছিলহে মাথো।<ref>গ্ৰন্থৰ নাম= অসমীয়া সাহিত্যৰ কথা , লিখক= সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী ,পৃষ্ঠা নং= ৯, ১০, প্ৰকাশক= ষ্টুডেন্টচ্ এম্প'ৰিয়াম </ref>
 
* [[পদ ০১]] ৰাগ (পটমঞ্জৰী) - লুইপাদানাম্
"https://as.wikisource.org/wiki/চৰ্যাপদ"ৰ পৰা অনা হৈছে