মেধি তীৰ্থলৈ যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary

১ নং শাৰী:

{{header
| title = মেধি তীৰ্থলৈ যায়
Line ১০ ⟶ ১১:

<Poem>
কলিয়াবৰত মেধিৰ ঘৰ, নাম গোৱাত সুখ্যাতি বৰ ,

কানীয়া মেলতো সবাৰে মাজত মানভাগটি পায়;

পূণ্য কৰিবৰ মনেৰে আজি মেধি তীৰ্থলৈ যায়।

লেখি-বুজি মোনাত ভৰি, ল’লে টকা আঢ়ৈ কুৰি,

ল’লে ভৰাই কানিৰ টেমাটো, ওলাল মঙল চাই;

গোটেই গাঁৱতে উঠিল ঢৌ মেধি তীৰ্থলৈ যায়।

দেখিলে মেধিয়ে জাহাজ পাই, টিকট-ঘৰত উঠিছে হাই,

নোচোৱাকৈ টিকট কিনাৰ উপায় দেখোন নাই।

সৰ্বনাশধুতি হ’ল,গাৰে মেধি এতিয়া কেনেকৈ মেধি তীৰ্থলৈ যায়।যায়?

কৰিলে প্ৰশ্ন ‘যাবি ক’লৈ?’

মেধিয়ে বোলে, ‘তীৰ্থ য’লৈ’

শুনি বাবুৱে দিলে ধমক, ‘তেনে টিকট নাই’;

কি হ’ব উপায়, কেনেকৈ এতিয়া মেধি তীৰ্থলৈ যায়।

লেখি-বুজি মোনাত ভৰি, ল’লে টকা আঢ়ৈ কুৰি,
ল’লে ভৰাই কানিৰ টেমাটো, ওলাল মঙল চাই;
গোটেই গাঁৱতে উঠিল ঢৌ মেধি তীৰ্থলৈ যায়।

জাহাজত মেধিয়ে ল’লে উঠি, মেলিলে জাহাজে ঘোৰাৰ ছুটি;

দেখিলে মেধিয়ে জাহাজ পাই, টিকট-ঘৰত উঠিছে হাই,
পাৰৰ গছবোৰে উভতি লৰিলে, এনে অদ্ভূত নাই,

নোচোৱাকৈ টিকট কিনাৰ উপায় দেখোন নাই।
ধুতিলগুণডালত গাৰেখামুচি ধৰি মেধি এতিয়া কেনেকৈ তীৰ্থলৈ যায়?যায়।

কৰিলে প্ৰশ্ন ‘যাবি ক’লৈ?’
মেধিয়ে বোলে, ‘তীৰ্থ য’লৈ’
শুনি বাবুৱে দিলে ধমক, ‘তেনে টিকট নাই’;
কি হ’ব উপায়, কেনেকৈ এতিয়া মেধি তীৰ্থলৈ যায়।

দুখনমান তামোল খোৱাৰ বেলি, গৈছিল জাহাজ ঢৌ তুলি,

জাহাজত মেধিয়ে ল’লে উঠি, মেলিলে জাহাজে ঘোৰাৰ ছুটি;
এনেতে বালিত সোমাই পৰিল, অলপো লৰচৰ নাই;

পাৰৰ গছবোৰে উভতি লৰিলে, এনে অদ্ভূত নাই,
লগুণডালতসৰ্বনাশ খামুচিহ’ল, ধৰিএতিয়া কেনেকৈ মেধি তীৰ্থলৈ যায়।

দুখনমান তামোল খোৱাৰ বেলি, গৈছিল জাহাজ ঢৌ তুলি,
এনেতে বালিত সোমাই পৰিল, অলপো লৰচৰ নাই;
সৰ্বনাশ হ’ল, এতিয়া কেনেকৈ মেধি তীৰ্থলৈ যায়।

তিনিদিন জাহাজ তাতে ৰ’ল, মেধি উঠিব নোৱাৰা হ’ল,

বঙালে-কঙালে আছে ভৰি মেধিয়ে কেনেকৈ খায়?

কলপকলপকৈ শুধ শৰীৰে মেধি তীৰ্থলৈ যায়।

<poem/>