পৃষ্ঠা:ফুল.pdf/১৬০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ছপা হব লাগিছে :- ১। সাধনা [ ৩য় সংস্কৰণ ]--৪০ উপন্যাস-..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৭, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ছপা হব লাগিছে :- ১। সাধনা [ ৩য় সংস্কৰণ ]--৪০ উপন্যাস-প্রতিযােগিতাত প্রথম স্থান অধিকাৰ কৰি অসম সাহিত্য- সভাৰ পৰা তিনি শ টকা পুৰস্কাৰ পোৱা চাৰি শ পৃষ্ঠাৰ সামাজিক উপন্যাস। অকল অসমতে নহয়, ঢাকা, কলিকতা, ৰংপুৰ আদি ঠাইতে সমাদৃত বঙ্গদেশৰ কেইবা ঠাইতে বলা নাটকলৈ ৰূপান্তৰিত হৈ অভিনীত। ২। অগ্নি-পৰীক্ষা [ নাটক-২য় সংস্কৰণ ]-২ • বাল্মিকীৰ মূল ৰামায়ণ অৱলম্বন কৰি লিখা। ইয়াৰ অভিনয়ে কাকে। কেতিয়াও নামুৱায়—পঢ়িবলৈ উপন্যাসতকৈও চিত্তাকর্ষক। ৩। সতী-কাহিনী [ ৩য় সংস্কৰণ ]-২ সতী, সীতা সাবিত্রী, দময়ন্তী, শকুন্তলা, শৈব্যা, বেহুলা, আৰু জয়মতীৰ কাহিনী উপন্যাসতকৈও মনােৰমকৈ লিখা। ৪। অকণৰ ৰামায়ণ--১ পাতে পাতে ছবি দি অকণিহঁতৰ উপযােগীকৈ লিখা চমু ৰামায়ণ। ঠিক :- (১) হিৰণ্যৰঞ্জনা গ্রন্থকুটী, তেজপুৰ, অসম । {২} বি, আক, কবিতা এণ্ড কোং, তেজপুৰ, অসম।