পৃষ্ঠা:ফুল.pdf/১৪২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৩৪ ফুল। সাহটো আমাৰ বস্তু লৈ সি পলাব খােজে। এতিয়..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৫, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৪ ফুল। সাহটো আমাৰ বস্তু লৈ সি পলাব খােজে। এতিয়া আৰু সি সাৰিব ক'লৈ। পুৱালৈ তাৰ গঢ় লগাব লাগিব ।। এনেতে ভােলা ক'ৰবাৰ পৰা আহি কলে—“আজি বৰ সুখৰ বাতৰি আনিছে। কলি।—কি বাতৰি ? ভােলা।--ম্ভাৰ খবৰ পাই আঁহিছোঁ। কলি।—স নে ? বেছ, হৈছে তেন্তে। আমিও ইজনী পালে। নহয়। তেতিয়া সিহঁতৰ বগা-ক'লা ঠত হাঁহিয়ে নৃত্য কৰি উঠিল। | কিছু বেলি এইদৰে আনন্দৰ পুখুৰীত বুৰিয়াই সকলাে নিজম হ’লত, মদনে ক'লে,-আজি ৰখীয়া দুটাৰ বাহিৰে সকলাে শােৱাগৈ । কালিলৈ পুৱাতে যাব লাগে; যেনে তেনে যম্ভাক কালিলৈ আনিব লাগিব। তাৰ পাচে হে বন্দীৰ যি হয় ব্যৱস্থা কৰিম। সকলােৱে তাতে হয় দিলে ; সভা ভঙ্গ কৰি, দুটা ৰখীয়াৰ বাদে সকলাে শুলে গৈ ।