পৃষ্ঠা:ফুল.pdf/১২৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১১৯ দেবেন্দ্ৰই নিজৰ ভুল বুজিব পাৰি গজ্জিত হ'ল আৰু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৪, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৯ দেবেন্দ্ৰই নিজৰ ভুল বুজিব পাৰি গজ্জিত হ'ল আৰু ৰম্ভাক কোৱা কথাৰ বাবে অনুতাপ কৰিবলৈ ধৰিলে। ফুল কলৈ গ'ল আৰু ৰম্ভ কৰ পৰা আহিল, একো বুজিব নােৱাৰি তেওঁৰ মূৰ ঘূৰি গ'ল। লাহে লাহে ক'লে—“আপুনি কি কৈছে মই একো বুজিব পৰা নাই। ফুল কলৈ গ ল ? আৰু ৰম্ভা নন আহিল ক’ৰ পৰা ” কনকে সাউৎ কৰে তাৰ উত্তৰ দিব নােৱাৰিলে। কথা ক’বলৈ ধৰোঁতেই তেওঁৰ চকুৰ পৰা সৰসৰ কৰে চকুলাে ওলাল। তাৰ পাচত অলপ স্থিৰ হৈ কবলৈ ধৰিলে :- “এদিন সন্ধ্যা সময়ত মই ঘৰত নথকাত, ফুল গৈ ফুলনিত সােমাই বহি জুৰ লৈ আছিল । মই ঘৰলৈ আহি ফুন্সক নাপাই বিচাৰিবলৈ ধৰিলোঁ। এনেতে কৰবাৰ পৰা পাগলী এজনী আহি ক'লে তাইক হেনে কেইটামান মানুহে ধৰি নিলে। মই তেতিয়াই তালিটোপােল বান্ধি লগুৱাটোৰে সৈতে বাহিৰ ওলালো। পাচ দিন। এখন হাবিৰ দাতিত ৰম্ভাক পালোঁ। তাইকো হেনো কোনােবাই ধৰি নিছিল। পাচে, তাৰ পৰা পলাই আহি, এজন মানুহৰ সাহায্য লৈ ঘৰলৈ যাবলৈ আহোতে হাবিৰ মাজত কাৰবাৰ কান্দোন শুনি, মানুহজন সেই ফাললৈ খেদি গ'ল। বায়ো অলপমান বেলি ৰৈ থাকি ভয়ত লৰ মাৰিলে। মানুহজনৰ লগত আৰু তাইৰ দেখা নহল। আমি পাই তাইক লৈ আহিলে। কিন্তু আজিলৈকে ফুলৰ শুংসূত্রও নাপালে।।