পৃষ্ঠা:ফুল.pdf/১১৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ফুল। ১ম-কি হ’ল ভাঙি নকৱ কিয় ? মিনা।আজি আমাৰ ফালে শ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৭:৪৩, ২৩ ছেপ্টেম্বৰ ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল। ১ম-কি হ’ল ভাঙি নকৱ কিয় ? মিনা।আজি আমাৰ ফালে শবাধৰ সাং হৈছিল, আৰু ৪র্থ-কেনেকৈ কি হ’লভালকৈ নকৱ কিয় ? মিন।-মই আৰু মােৰ জীৱটো থাকে মানে সেই হাবিৰ ওচৰলৈ নাযাওঁ। আজিয়েই শিকিলে? ২য়।--এইটোক ভূতে পালে নে কি অ’ ? হেৰ হ’ল কি ? মিনা , তহঁতে আৰু উশাহটো লবলৈকো সময় নিদিবিচোন । তাৰ পাচত অলপমান বেলি জিৰাই-শতাই লৈ মিনামে ক’বলৈ ধৰিলে,-“দেশকাল তেনেই গুচিল। হাবি-বননি খাল-বিল,—গােটেইখন ভূত পিশাচেৰে ভৰিল। মই পাত আনিবলৈ গৈ সেইখিনি পালেগৈ হে, কৰবাৰ পৰা এজনী দাইনী নে যখিনী এটী ধুনীয়া গাভৰুৰ ৰূপ ধৰি মােৰ কাষলৈ চাপি আহিল । মই তেতিয়া পিশাচৰ মায়া নুবুজি ক’ৰ মানুহ, কেলেই হাবিৰ দাতিত ফুৰিছে, সুধিলে। তাই কিবা-কিবি কৈছিল, কিন্তু মােৰ মনত একেষাৰ কথাও নৰ'ল। তাৰ পাচত, মই তাইক অকলশৰীয়া দেখি ঘৰলৈ লৈ আহিব খুজিছিলো। কিন্তু এনেতে ক'ৰবাৰ পৰা বৰ দ’ত এডাল খেদা মাৰি আহিল । মই পাচলৈ নােচোৱাকৈ দিলে জৰ, সিও পাচে পাচে খেদিবলৈ লাগিল। এতিয়া মই আহি তােমালােকৰ ওচৰ পাতে নােহােৱা হ'ল।