পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/১২৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ভূ-ভাগৰ বাহিক গঠন আৰু সন্নিবেশ। ১১৩ গড়ৰ দ্বাৰ কো..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৮:০১, ২১ আগষ্ট ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূ-ভাগৰ বাহিক গঠন আৰু সন্নিবেশ। ১১৩ গড়ৰ দ্বাৰ কোন ফালে আছে জানিব নোৱাৰি বৰং জুইৰ ফাললৈকে লৰ দিয়ে। বনিৰ বাহিৰে প্ৰেৰীৰ কোনো কোনো ভাগ জলাহ বা কটুৰ কোনো ভাগ বালিময়। প্ৰত্যেক খণ্ডেই ইমান ডাঙ্গৰ যে তাত কি জানি ৪। ৫ খন আসাম দেশ ধৰিব। কেননা অংশত গছ পোৱা যায়, আৰ কোনো অংশ সম্পূৰ্ণ সমান নই টো- কটা আছে। দক্ষিণ আমেৰিকাৰ মধ্যভাগ, ভেনিজিউলাৰ পৰ্বত শ্ৰেণীৰ পৰা মেগেলহিন প্ৰণালীকে, ৪,৫০০ মাইল দীঘল; সমুদায় খিনি এক বৃহৎ সমস্থল; সাগৰৰ জল-সীমাৰ পৰা ২০০ ফুটতকৈ ওখ নহয়। এই বৃহৎ সমস্থলক হালুৰ নিচিনা নিচেই চাপৰ পৰ্বতে তিনি খণ্ড কৰি তিনি খন নৈৰ তিনি জল-সত্ৰ স্বৰূপে বিভক্ত কৰিছে। অঁৰি কৰ, জল-সত্ৰৰ নাম লেন; এমেজনৰ জল-সত্ৰৰ নাম চিন্তা আৰু লেপ্লাটাৰ জল-সত্ৰৰ নাম পাম্পচ। লেনচৰ পৰিমান ফল ২,৬০,০০০ বৰ্গ মাইল অৰ্থাৎ ৮ খুন আসাম দেশৰ ঠাই। ই সম্পূৰ্ণ প্ৰায় চোতালৰ নিচিনা সমান; মাত্ৰ দুই এঠাইত কে মাইলল যুৰি অলপ খলা-বমা শিলৰ পকা ভেটিৰ দৰে ৪। ৫ ফুট ওখ হৈ চূণ- শিল বা বালি-শিলৰ তৰপ বিলাক দেখা যায়। টিপিচ, সমস্তৰ দৰে ইয়াৰৰ গঢ় ঋতু লৈ সলনি হয়। বাৰিষা কালত ই ভীষণ কুম্ভীৰ আৰু জলগ্ৰাহ সঙ্কুল এক অপাৰ সমুদ্ৰ। ৰাৰিষাৰ অন্তত সৌজীয়া বানতৰে ঢকা-স্বৰূপ ঘাহৰ কোটি-কোটি মালৌ পথাৰ; * তাত ঘঁৰি থকা বনৰীয়া আৰু ঘৰচীয়া ঘোৰাগৰুৰ মহা ভোজ। জাকালি গোটেই জগৎ চিৰা-চিৰ হৈ ফাটে; ঘাঁহ শুকাই মাটি ধূলিৱৰি হয়; ঘূলি বিলাকত গোট খোৱ পূৰ্বৰ অজগৰ, গ্ৰাহ, কুন্তীৰ বিলাক বোকাত সোমাই ঘোৰ ৰিদ্ৰাত অভিভূত হয়। এই

  • মালে জোৰ হাটৰ অঞ্চলত, বৰনৈৰ দাঁতিত এখন ৰৰ বহল

ঋন পথাৰ।