অৰুনোদই সম্বাদ পত্ৰ/ফেব্ৰোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
৫২ নং শাৰী:
পাচে ২৮ জানোআৰি তাৰিখত কম্পানিৰ সেনাপতি মেজৰ জেনৰল চেৰ হেৰি সাহাবে ১২ ০০০ সেনাই সৈতে পঞ্জাবি ২৪ ০০০ সেনাক জুধ কৰি, সিহঁতৰ ৬০ বৰ টোপ সকলো নিলে, আৰু সত্ৰুকে সতদ্ৰুৰ সিপাৰলৈ খেদালে । পঞ্জাবি মানুহ অনেক মৰিল । কম্পানিৰ মৰা খুন হোআ ৪০০ চাৰি স মাথোন হৈচিল ।
 
<center> '''অন্য অন্য দেসৰ কথা ।''' </center>
 
<center> '''অন্য অন্য দেসৰ কথা ।''' </center> <br>
৮ ডিচেম্বৰৰ ডাক লণ্ডন নগৰৰ পৰা আহি ৩৯ দিনত কলিকতা পালেহি ।