অৰুনোদই সম্বাদ পত্ৰ/ফেব্ৰোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
১ নং শাৰী:
{{header
| title = অৰুনোদই সম্বাদ পত্ৰ
| author =
| translator =
| section =
| previous =
| next =
| year = ফেব্ৰুৱাৰী, ১৮৪৬
| portal =
| wikipedia = অৰুনোদই
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes = প্ৰথম অসমীয়া আলোচনী
}}
 
{{অৰুনোদই সম্বাদ পত্ৰ}}
 
Line ৬ ⟶ ২৮:
 
<div style="display: inline; border-top: 1px solid; border-bottom: 1px solid;">
প্ৰথম চোআ&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মোমোং সিৱসাগৰ, ফেব্ৰোআৰি ১৮৪৬ খ্ৰিষ্ট অঃ সঁক&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;২ নম্বৰ</div><br>
 
<div style="display: inline; 1px solid; border-bottom: 1px solid;">
Line ১৮ ⟶ ৪০:
হিন্দুস্থানৰ ।</center>
 
আসাম কম্পানিএ এবচৰৰ ভিতৰত ১ ৯৪ ০০০ পওণ্ড অৰ্থাত ৯৭ ০০০ সেৰ চাহ আৰ্জিচে । ইংলেণ্ডলৈ নিলে সেৰে ২ টকাকৈ দৰ পাই মুঠে প্ৰায়ে ২ লাখ টকা পাব ।
 
কলিকতাৰ ওচৰত থকা বাৰেকপুৰৰ পহু গৰৰ পৰা ১০ জানোআৰিত এটা বাঘ মুকলি হৈ ওলাই গোটা চেৰেক গৰু মাৰিলে । পাচে বস কৰি ৰাখিব নোৱাৰাত এটা বাৰি চোআই তাক গুলিয়াই মাৰিলে ।
আয়ৰলণ্ড দেসত দুৰ্ভিখভাৰ কাৰনে সেই দেসি লোকৰ উপকাৰলৈ দান দিবৰ নিমিতে কলিকতাত থকা সাহাব লোক আদি কৰি অনেক মানুহে চান্দা কৰি ৩০ ০০০ হেজাৰ ৰুপ পঠাই দিবলৈ পালে ।
 
জোআ ডিচেম্বৰৰ ১৮ দিনত মুদ্‌কি নামে ঠাইত, আৰু ২১,২২ দিনত ফিৰোজ চহৰত পঞ্জাবি লোকক জুধত পৰাজই কৰোঁতে কম্পানিৰ সেনা আৰু খুন হোআৰ লেখ এই । মুদ্‌কিৰ জুধত মৰা ২১৫, খুন হোআ ৬৫৭; ফিৰোজ চহৰত মৰা ৬৯৪, খুন হোআ ১৭২১ । পঞ্জাবিৰ বৰ টোপ ৯১ টা আমাৰ মানুহে পালে; হিলৈৰ খাৰ ১ ৫০ ০০০ ডেৰ লাখ সেৰ ।
আয়ৰলণ্ড দেসত দুৰ্ভিখভাৰ কাৰনে সেই দেসি লোকৰ উপকাৰলৈ দান দিবৰ নিমিতে কলিকতাত থকা সাহাব লোক আদি কৰি অনেক মানুহে চান্দা কৰি ৩০ ০০০ হেজাৰ ৰুপ পঠাই দিবলৈ পালে ।
লুধিয়ানা নগৰৰ ওচৰতে ২০ ০০০ কুৰি হজাৰ মান পঞ্জাবি সেনাই সতদ্ৰু নদি পাৰ হোআ সুনি কম্পানিৰ এক সেনাপতি চেৰ হৰি স্মিথ
 
৬০০০ চ হেজাৰ সেনাই সৈতে সেই নগৰৰ ফাললৈ গল । বাটত জাওঁতে পঞ্জাবিএ নিবাৰন কৰিবলৈ ২১ জানোআৰিত বৰ টোপ পাতি জুধ কৰিবলৈ ধৰিলে; প্ৰধান জুধ ন হল, তথাপি কম্পানিৰ মৰা আৰু খুন হোআ দেস ডেৰ স মান মানুহ হৈচিল বুলি এক পত্ৰত লিখিচে ।
জোআ ডিচেম্বৰৰ ১৮ দিনত মুদ্‌কি নামে ঠাইত, আৰু ২১,২২ দিনত ফিৰোজ চহৰত পঞ্জাবি লোকক জুধত পৰাজই কৰোঁতে কম্পানিৰ সেনা আৰু খুন হোআৰ লেখ এই । মুদ্‌কিৰ জুধত মৰা ২১৫, খুন হোআ ৬৫৭; ফিৰোজ চহৰত মৰা ৬৯৪, খুন হোআ ১৭২১ । পঞ্জাবিৰ বৰ টোপ ৯১ টা আমাৰ মানুহে পালে; হিলৈৰ খাৰ ১ ৫০ ০০০ ডেৰ লাখ সেৰ ।
পাচে ২৮ জানোআৰি তাৰিখত কম্পানিৰ সেনাপতি মেজৰ জেনৰল চেৰ হেৰি সাহাবে ১২ ০০০ সেনাই সৈতে পঞ্জাবি ২৪ ০০০ সেনাক জুধ কৰি, সিহঁতৰ ৬০ বৰ টোপ সকলো নিলে, আৰু সত্ৰুকে সতদ্ৰুৰ সিপাৰলৈ খেদালে । পঞ্জাবি মানুহ অনেক মৰিল । কম্পানিৰ মৰা খুন হোআ ৪০০ চাৰি স মাথোন হৈচিল ।
 
লুধিয়ানা নগৰৰ ওচৰতে ২০ ০০০ কুৰি হজাৰ মান পঞ্জাবি সেনাই সতদ্ৰু নদি পাৰ হোআ সুনি কম্পানিৰ এক সেনাপতি চেৰ হৰি স্মিথ ৬০০০ চ হেজাৰ সেনাই সৈতে সেই নগৰৰ ফাললৈ গল । বাটত জাওঁতে পঞ্জাবিএ নিবাৰন কৰিবলৈ ২১ জানোআৰিত বৰ টোপ পাতি জুধ কৰিবলৈ ধৰিলে; প্ৰধান জুধ ন হল, তথাপি কম্পানিৰ মৰা আৰু খুন হোআ দেস ডেৰ স মান মানুহ হৈচিল বুলি এক পত্ৰত লিখিচে ।
 
পাচে ২৮ জানোআৰি তাৰিখত কম্পানিৰ সেনাপতি মেজৰ জেনৰল চেৰ হেৰি সাহাবে ১২ ০০০ সেনাই সৈতে পঞ্জাবি ২৪ ০০০ সেনাক জুধ কৰি, সিহঁতৰ ৬০ বৰ টোপ সকলো নিলে, আৰু সত্ৰুকে সতদ্ৰুৰ সিপাৰলৈ খেদালে । পঞ্জাবি মানুহ অনেক মৰিল । কম্পানিৰ মৰা খুন হোআ ৪০০ চাৰি স মাথোন হৈচিল ।
 
<center> '''অন্য অন্য দেসৰ কথা ।''' </center>
 
৮ ডিচেম্বৰৰ ডাক লণ্ডন নগৰৰ পৰা আহি ৩৯ দিনত কলিকতা পালেহি ।
 
লেপ্তেনন্তু উআঘৰ্ন নামে এজন সাহাবে ইংলণ্ডৰ নিমিতে বম্বাইৰ পৰা এক ডাক লৈ ফ্ৰাঞ্চৰ বাটে জাৰ্মানি দেসে দি নকৈ বাট সৈ, ২৯ ।। দিনৰ মুৰত ৩১ অক্তোবৰ তাৰিখত লণ্ডন নগৰ পালেগৈ ।
 
ইংলেণ্ড দেসত কলৰ ৰথ জাবৰ নিমিতে এক নতুন ৰেল্‌ৰদ পাতিবলৈ মাটি খানোঁতে সিহৰ এটা স থোআ পেৰা পালে । পাচে মেলি চাই দেখিলে । তাকে পহিলত জানিলে, উলিয়াম কঙ্কৰৰ
অন্য অন্য দেসৰ কথা ।

==দ্বিতীয় পৃষ্ঠা==