অৰুনোদই সম্বাদ পত্ৰ/ফেব্ৰোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১৫৮ নং শাৰী:
 
==অষ্টম পৃষ্ঠা==
<center> '''প্ৰথম খ্ৰিষ্টিয়ান মাৰ্তৰ স্তিফানৰ মৰন ।''' <br>
Martyrdom of Stephen </center>
আমাৰ প্ৰভু য়িচু খ্ৰিষ্টক বধ কৰঅৰ পাচে তেওঁৰ সাখি হৈ জি মানুহ ধৰমৰ নিমিতে মৰনৰ দুখ পালে, এনে মানুহক খ্ৰিষ্টিয়ান মাৰ্তৰ বোলে । খ্ৰিষ্টৰ দিনৰে পৰা এতিয়ালৈকে তেওঁৰ বিস্বাসি ধৰমৰ সাথি দেসে দেসে জগতৰ লোকে সাস্তি তাৰনা কৰি মাৰি আচে ।
 
খ্ৰিষ্টিয়ান মানুহৰ এনে সাংসাৰিক দুখ হব, ইয়াকে য়িচুএ প্ৰিথিবিত থাকোঁতে ভবিস্যতে বাক্যেৰে আপোনাৰ সিস্যবিলাকক কলে । ধৰম সাস্ত্ৰত লিখা আচে, দেখা কুকুৰ নেচিয়াৰ মাজত মেৰ জেনে, তেনেকৈ মই তোমোলাকক পঠিয়াঁও । মানুহলৈ সাৱধান হোআ; কিয়নো সিহঁতে তোমোলাকক মেলত সোধাই দিব, সিহঁতৰ নাম ঘৰত কোবাব; আৰু মোৰ কাৰনে অধিকাৰ আৰু ৰজাৰ আগলৈকো সিবিলাক আৰু বিদেসি লোকলৈ সাথি হবৰ নিমিতে তোমোলাকক নিয়া হব । ককায়েকে ভায়েকক, বাপেকে পুতেকক মাৰিবলৈ সোধাই দিব; আৰু লৰাহঁতে মাক বাপেকৰ বিৰোধে উঠি সিবিলাকক বধ কৰাব; আৰু মোৰ নামৰ নিমিতে সকলো মানুহে তোমোলাকক খিয়াল কৰিব । কিন্তু সেসলৈকে জি সহি থাকে, সি পৰিত্ৰান পাব । জিবিলাকে সৰিল বধ কৰিব পাৰে, জিৱ বধ কৰিব নোআৰে, সিহঁতলৈ ভই ন কৰিবা; কিন্তু জি জনে জিৱ সৰিল দুইকো নৰকত নষ্ট কৰিব পাৰে, তেঁওলৈ ভই কৰা ।
য়িচুৰ এই কথাত আস্ৰই কৰি অনেক খ্ৰিষ্টিয়ান মাৰ্তৰে হিংসা কৰা মানুহৰ হাতত অতি নিৰ্ভই মনেৰৈ মৰনৰ দুখ পালে । সেই মাৰ্তৰবিলাকৰ মাজত জি জনক খ্ৰিষ্টৰ পাচেপ্ৰথমে মাৰিল, তেওঁৰ নাম ষ্টিফান । তেঁও য়িচুৰ ধৰম
 
----------দ্বিতীয় শাৰী--------
য়িচুৰ এই কথাত আস্ৰই কৰি অনেক খ্ৰিষ্টিয়ান মাৰ্তৰে হিংসা কৰা মানুহৰ হাতত অতি নিৰ্ভই মনেৰৈ মৰনৰ দুখ পালে । সেই মাৰ্তৰবিলাকৰ মাজত জি জনক খ্ৰিষ্টৰ পাচেপ্ৰথমে মাৰিল, তেওঁৰ নাম ষ্টিফান । তেঁও য়িচুৰ ধৰম
 
<!---------- অষ্টম পৃষ্ঠা / দ্বিতীয় শাৰী -------->
ইস্বৰৰ মহিমাৰে প্ৰচাৰ কৰি খ্ৰিষ্টক মৰা য়িহদা দেসি পোৰোহিত অধ্যাপকৰ আগত নিভই ৰুপে সিবিলাকৰ দোস দেখাই সুনালত সিহঁতে জি ৰুপে তেঁওক বধলে, তাক পাঁচনিবিলাকৰ কৰমৰ ৭ আধ্যাত লিখা আচে ।
তেঁওৰ কথা সুনি সিহঁতে দ্ৰিদয়ত খেদ পাই তেঁওলৈ দাঁত কৰচিলে । কিন্তু তেঁও পবিত্ৰ আত্মাৰে পুৰ হৈ স্বৰগৰ ফাললৈ একে ঠৰে চাই ইস্বৰৰ জৌতিকে আৰু ইস্বৰৰ সোঁ ফালে থিয় হৈ থকা য়িচুকে দেখি কল, দেখা, স্বৰগৰ দুআৰ মুকলি আৰু মানুহৰ পুত্ৰক ইস্বৰৰ সোঁফালে থিয় হৈ থকা দেখিচোঁ । তেতিয়া সিহঁতে বৰকৈ এতাহ পাৰি কানত সোঁপা দি, সকলোএ একে চিত হৈ বেগাই গৈ তেঁওৰ ওপৰতে পৰি ধৰিলে । পাচে নগৰৰ বাহিৰলৈ উলিয়াই তেঁওক সিল পেলাই মাৰিলে । সাখিবোৰে চৌল নামেৰৈ এটা ডেকা মানুহৰ ভৰিৰ কোসত আপোনাৰ কাপৰ থলে । স্তিফানক সিল পেলাই মাৰোঁতে তেঁও প্ৰাৰ্থনা কৰি কলে, হে প্ৰভু য়িচু,, মোৰ জিৱক গ্ৰহন কৰা । পাচে আঁঠু পাৰি ৰিঙ্গিয়াই কলে, হে প্ৰভু, এই দোসৰ দণ্ড সিহঁতলৈ নে লেখিবা । ইয়াকে বুলি তেঁও ম্ৰিত্যু হল ।।
 
ধৰম গিত ।
জাগত মধ্যে জেতে লোক,
সৰু নাইবা ডাঙ্গৰ হওক,
আঁহা সৰ্বে কৰো গান,
য়িচু খ্ৰিষ্টত পৰিত্ৰান ।
 
::::::::::::::::::::::::ধৰম গিত ।
ধন্য কৰিম য়িচু নাম,
::::::::::::::::::::::::জাগত মধ্যে জেতে লোক,
স্বৰ্গ মৰ্ত্য সৰ্ব ধাম,
::::::::::::::::::::::::সৰু নাইবা ডাঙ্গৰ হওক,
নিতৌ হই জেন প্ৰভুৰ স্তও,
::::::::::::::::::::::::আঁহা সৰ্বে কৰো গান,
য়িচু জই জই কৰা ৰাও ।
::::::::::::::::::::::::য়িচু খ্ৰিষ্টত পৰিত্ৰান ।
 
::::::::::::::::::::::::ধন্য কৰিম য়িচু নাম,
::::::::::::::::::::::::স্বৰ্গ মৰ্ত্য সৰ্ব ধাম,
::::::::::::::::::::::::নিতৌ হই জেন প্ৰভুৰ স্তও,
::::::::::::::::::::::::য়িচু জই জই কৰা ৰাও ।
 
 
---------------------------------
THE ORUNODOI