অৰুনোদই সম্বাদ পত্ৰ/ফেব্ৰোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১৩৮ নং শাৰী:
==সপ্তম পৃষ্ঠা==
নাও খনো বাম পাওঁতে সিলত লাগি ফাটিল । পাচে ৰাম উঠি লেজু লগাই ৰাখিলে, সি মুৰে জাহাজত বন্ধা থাকিল । সেই লেজুতে ধৰি জাহাজৰ অনেক মানুহে বাম পালেহি; কিন্তু কাপ্তান সাহাব, আৰু তাৰ সহাই, মিস্তিৰি, খাঞ্চেমা আৰু লাস্কাৰ ৬ টা নৌ জাওঁতে লেজু চিগিল, সিবিলাক জাহাজতে থাকিল । জিয়া জন্তু জাহাজৰ ওপৰত জি আচিল, ঢৌ উটাই নিলে; মেৰ চাগ এটা, পাতি হাঁহ এটা, ৰাজ হাঁহ এটা, এই তিনিক বামত থকা মানুহে ধৰি ৰাখিলে ।
 
গধুলি ৪ বজাত মাল্‌কাম নামে কাপ্তান সাহাবে বামলৈ সাঁতৰি জাবৰ মনেৰে লেজু ধৰি পানিত নামিল; আদ খিনি বাট গলত বল হিন হৈ ওপঙ্গা কাঠ ডাল ধৰিও জাব নোআৰি মৰিল । পাচে জাহাজত থকাবিলাকে জাব নোআৰি নিৰসা হৈ অতি দুখেৰে সেই ৰাতি তাতে পৰি থাকিল । ৰাতিৰ ভিতৰত জাহাজ ভাগি অনেক বস্তু পানিত পৰিলত জাহাজ লঘু হৈ ৰাতি পুআ উপঙ্গি উটি মাজুলিৰ কাসত চাপিলগৈ । তাতে মানুহ ৰখ্যা পালে; আৰু জাহাজ সিলতে ঢৌত ভাগি ডুখৰি ডুখৰি হৈ উটি গল ।
 
সেই মাজুলিৰ নাম ফ্ৰিগেট, কাৰ্গদো মাজুলি চাপৰিবিলাকৰ মাজতে থাকে । সি নিৰ্জান, আৰু তাক ঘুৰিবলৈ এডাঁৰ বেলিৰ বাট । তাতে সমুদ্ৰৰ চৰাই আৰু কনি অনেক পালে, আৰু ঐস্তৰ নামে এবিধ ডাঙ্গৰ সামুকো পালে । সাগৰৰ পানি দিনে দিনে উঠাতো সেই মাজুলি তল নো জোকৈ ৬ হাত থাকে । তাতে ঠায়ে ঠায়ে অতি সৰু গচ আৰু সাক বন আচে; কিন্তু চৰাই, কনি, ঐস্তৰ সামুক এইবিলাকৰ বাহিৰে খোআ বস্তু নে পালে; ভাল পানি ওলোআ এক ভুমুকো পালে । জাহাজৰ কাঠ পাল আদি কৰি জি জি বস্তু উপঙ্গি বামলৈ আহিল, তাৰ সৈতে মানুহে সৰু ঘৰ সাজিলে, আৰু অহা জোআ মানুহে দেখিবৰ নিমিতে সিহঁতে ওখকৈ এটা নিচান পুতি থলে । জুই নে পাই দেখি কাঠত ঘৰিসনা টানি জুই উলিয়াবলৈ ধৰিল, কিন্তু নোআৰিলত অতি দুখ হৈ থাকি কেঁচা মঙ্গহকে খাই জিলে ।
---------দ্বিতীয় শাৰী---------
 
 
<!--------- সপ্তম পৃষ্ঠা / দ্বিতীয় শাৰী--------->
পাচে এখন ভুঁৰ সাজি তাত জাবৰ মনেৰে অনেক চৰাইৰ মঙ্গহ ৰদত সুকাই ৰাখিলে ।
 
২১ চেপ্তেম্বৰত এক জাহাজ ওচৰে জোআ দেখি সিহঁতে সেই ঠাই এৰি আহিবলৈ বৰ আসা কৰিলে, কিন্তু জাহাজৰ মানুহবিলাকে সিহঁতক নে দেখ নু বুজি গুচি গল । পাচে ২৯ চেপ্তেম্বৰত আৰু এক জাহাজ দেখি তাক পাবলৈ ১২ জন লাস্কাৰ ভুৰত উঠি খেদি গল, কিন্তু নে পালে, আৰু সোঁতৰ নিমিতে উভতি আহিবও নোআৰি মহা সাগৰত বতাহে উটাই নিলে ।
অক্তোবৰৰ ২৭ দিনত মাজুলিত থকা এক মানুহে জাহাজৰ উটি অহা বস্তুৰ মাজত সুৰ্জ পটৰ নিবিনা দুৰ্বিনৰ ঘৰনিয়া আৰ্চি এখন পাই তাৰে জুই উলিয়ালত সকলোৰে বৰ আনন্দ হল ।
 
১৫ নৱেম্বৰ তাৰিখত মাজুলিৰ পুব ফালে এটা জাহাজ দেখি সিহঁতে সৰু নাও বাতি, জাবলৈ ধৰি সোঁতৰ কাৰনে নোআৰিলে; পাচৰ দিনাও সেই জাহাজ ন গল দেখি আকও নাৱত উঠি দুই ঘৰি বৰ স্ৰমেৰৈ নাও বালে, তেও নোআৰিলে । নাও ভগা মানুহে দুই মানুহে পানি সিঁচি থকাতেহে জাব পাৰিলে । কিন্তু পাচে ইস্বৰৰ অনুগ্ৰহেৰে সেই জাহাজৰ কাপ্তান বাৰই সাহাবে তাত মানুহ থকা বুজ পাই ১৮ নৱেম্বৰত সৰু নাও পঠাই সকলোকে সেই দুৰ্গম ঠাইৰ পৰঅ নি আপোনাৰ জাহাজত তুলিলে । তাতে উনচলিচ জন মানুহ ৰখ্যা পৰিল ।
অক্তোবৰৰ ২৭ দিনত মাজুলিত থকা এক মানুহে জাহাজৰ উটি অহা বস্তুৰ মাজত সুৰ্জ পটৰ নিবিনা দুৰ্বিনৰ ঘৰনিয়া আৰ্চি এখন পাই তাৰে জুই উলিয়ালত সকলোৰে বৰ আনন্দ হল ।
আৰু ১২ মানুহে সৈতে জি ভুঁৰ উটি গৈচিল, তাক আটলান্তা নামেৰে এক ফ্ৰাঞ্চি জাহাজৰ কাপ্তানে সাগৰত পালে । সিহঁতৰ ১০ জন খাবলৈ নে পাই মৰিল, জিয়াই থকা দুটা মাথোন পাই কলিকতা নগৰলৈ আনিলে ।
 
প্ৰিথিবি জে গোল আৰু সুৰ্জক ঘুৰে, গালিলিও নামে জি জন পণ্ডিতে এই কথা প্ৰমান দি থিৰ কৰিলে, সেই কথা প্ৰকাস কৰাৰ কাৰনে ৰুমিয়া ধৰমৰ ৰজাই তেওঁক ধৰিলে, আৰু ধৰমৰ বিৰোধে মিচা কথা সিকাইচে বুলি তেঁওক বন্দিসালত থৈ অনেক দুখ তাৰনা কৰিলে ।
১৫ নৱেম্বৰ তাৰিখত মাজুলিৰ পুব ফালে এটা জাহাজ দেখি সিহঁতে সৰু নাও বাতি, জাবলৈ ধৰি সোঁতৰ কাৰনে নোআৰিলে; পাচৰ দিনাও সেই জাহাজ ন গল দেখি আকও নাৱত উঠি দুই ঘৰি বৰ স্ৰমেৰৈ নাও বালে, তেও নোআৰিলে । নাও ভগা মানুহে দুই মানুহে পানি সিঁচি থকাতেহে জাব পাৰিলে । কিন্তু পাচে ইস্বৰৰ অনুগ্ৰহেৰে সেই জাহাজৰ কাপ্তান বাৰই সাহাবে তাত মানুহ থকা বুজ পাই ১৮ নৱেম্বৰত সৰু নাও পঠাই সকলোকে সেই দুৰ্গম ঠাইৰ পৰঅ নি আপোনাৰ জাহাজত তুলিলে । তাতে উনচলিচ জন মানুহ ৰখ্যা পৰিল ।
 
আৰু ১২ মানুহে সৈতে জি ভুঁৰ উটি গৈচিল, তাক আটলান্তা নামেৰে এক ফ্ৰাঞ্চি জাহাজৰ কাপ্তানে সাগৰত পালে । সিহঁতৰ ১০ জন খাবলৈ নে পাই মৰিল, জিয়াই থকা দুটা মাথোন পাই কলিকতা নগৰলৈ আনিলে ।
 
প্ৰিথিবি জে গোল আৰু সুৰ্জক ঘুৰে, গালিলিও নামে জি জন পণ্ডিতে এই কথা প্ৰমান দি থিৰ কৰিলে, সেই কথা প্ৰকাস কৰাৰ কাৰনে ৰুমিয়া ধৰমৰ ৰজাই তেওঁক ধৰিলে, আৰু ধৰমৰ বিৰোধে মিচা কথা সিকাইচে বুলি তেঁওক বন্দিসালত থৈ অনেক দুখ তাৰনা কৰিলে ।
 
==অষ্টম পৃষ্ঠা==