পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৫৮ জান-মালিনী পকা ধানে নিজে লগাব যে মাত, চোকোৰাৰে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০৭:৫৬, ১১ আগষ্ট ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৮ জান-মালিনী পকা ধানে নিজে লগাব যে মাত, চোকোৰাৰে পৰা ফুটি! যদিও বা দুটি গৰু মহে আহি, মাজে মাজে ডকা দিব খুজিবহি, সিও ডাকুৰতে লাগি লাগি ফাঁহি, | যাব থিতাদহে মাৰ! এই চলতেই কাটি ঠোকা ঠোক ভাৰ বান্ধি বাধি লবি জোঁকা জোঁক, সেয়ে নিগাজিকৈ কৰি দিব তােক মায়া সাগৰৰ পাব। ১৩ এনে বস্তু এৰি কিন্তু হেৰ মন! বিচাৰিছে তই দুদিনীয়া ধন, কামনাহে বেচি কৰা যাৰ বন। আৰু যত পাপ-তাপ; যাৰ পৰা হায়! একো লাভ নাই; মাথাে পথিবীত বাঢ়ে হাই-খাই। আতমাও পাছে লঘােনতে যায়, ভােকে কৰি কাপ কাপ। | ১৪ দেখিছ তাে নিতে, তােৰ সম্মুখেতে কত লােকে ধন ঘটি নানা মতে, এৰি এৰি গৈছে য’ৰ বস্তু ততে, যেনে আহিছিলে তেনে;