পৃষ্ঠা:চিন্তা-কলি.djvu/১০৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Dhr|1em}}

মেল খায়, তৎক্ষণাৎ কথাবাহিনীৰ ভিতৰত ওলাবলৈ উত্থপথপ্ উদাপদুমা লাগি যায়। তেতিয়া সি কোনটোক ধৰি
মেল খায়, তৎক্ষণাৎ কথাবাহিনীৰ ভিতৰত ওলাবলৈ উথপ্-থপ্ উদাপদুমা লাগি যায়। তেতিয়া সি কোনটোক ধৰি ৰাখিব? এইদৰে সি তো আহুকালৰ পৰা সাৰিল, কিন্তু শুনােতাৰ ফালে কেনে? তপত তেলত দিয়া কাৱৈ যেনে। বহুবল্কীৰ পেটৰপৰা ওলাই আহি শুনােতাৰ পেটত কথাবােৰে জুমুৰি পাতে আৰু গিজ্‌গিজাবলৈ ধৰে। এনে গিজ্‌গিজনি সহে কোনে? গতিকে শুনােতাৰ ভাগত ধৰফৰণি।
<br/><br/><br/>
ৰাখিব? এইদৰে সি তো আহুকালৰ পৰা সাৰিল, কিন্তু
শুনােতাৰ ফালে কেনে? তপত তেলত দিয়া কাৱৈ যেনে।
বহুবল্কীৰ পেটৰপৰা ওলাই আহি শুনােতাৰ পেটত কথাবােৰে
জুমুৰি পাতে আৰু গিজগিজাবলৈ ধৰে। এনে গিজগিজনি
সহে কোনে? গতিকে শুনােতাৰ ভাগত ধৰফৰণি।